⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 12 History MCQ Chapter 6 পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ

Class 12 History MCQ Chapter 6 পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 6 পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 6 পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 6

খ অংশ: মধ্য যুগৰ বুৰঞ্জী

১। সমৰ খণ্ডৰ ৰাষ্ট্রদূত আব্দুৰ ৰাজ্জাকে কোনখন ৰাজ্যৰ ওপৰত টোকা লিখিছিল?

(ক) দিল্লী সালতনৎ।

(খ) মুঘল সাম্ৰাজ্য।

(গ) বাহমণি ৰাজ্য।

(ঘ) গাজনি সাম্ৰাজ্য।

উত্তৰঃ (গ) বাহমণি ৰাজ্য।

২। আলবেকণীৰ জন্ম ক’ত হৈছিল?

(ক) মুম্বাই।

(খ) পঞ্জাৱ।

(গ) দিল্লীৰ।

(ঘ) খোৱাৰিজম।

উত্তৰঃ (ঘ) খোৱাৰিজম।

৩। আলবেকণীয়ে কোন ভাষাবোৰত পাৰ্গত হৈছিল?

(ক) ফাৰছী, গ্ৰীক, চীন।

(খ) গ্রীক, আৰবী, ইংৰাজী।

(গ) লেটিন, হিন্দী, ব্ৰাজিলিয়ান।

(ঘ) চিৰিয়া, আৰবী, পাৰ্চী, হিব্রু আৰু সংস্কৃত।

উত্তৰঃ (ঘ) চিৰিয়া, আৰবী, পাৰ্চী, হিব্রু আৰু সংস্কৃত।

৪। কিমান খৃঃত গজনীৰ চুলতান মামুদে খিবা ৰাজ্য আক্রমণ কৰিছিল?

(ক) ৯৭৩ খৃঃত।

(খ) ১০১৭ খৃঃত।

(গ) ১০৫০ খৃঃত।

(ঘ) ৯৯০ খৃঃত।

উত্তৰঃ (খ) ১০১৭ খৃঃত।

৫। কোনে আলবেৰুণীক বন্দী কৰিছিল?

(ক) সুলতান ইলতুতমিছে।

(খ) চুলতান মামুদে।

(গ) আলাউদ্দিন খিলজী।

(ঘ) আহমেদ শাহে।

উত্তৰঃ (খ) চুলতান মামুদে।

৬। ইবনবটুতাৰ জন্ম ক’ত হৈছিল?

(ক) তাঞ্জিয়াৰত (মৰক্কো)।

(খ) পাঞ্জাৱ।

(গ) দিল্লীত।

(ঘ) কলকাতাত।

উত্তৰঃ (ক) তাঞ্জিয়াৰত (মৰক্কো)।

৭। ইবনবটুতাই ভাৰতলৈ অহাৰ আগতে কোন ঠাইত তীৰ্থযাত্ৰা কৰিছিল?

(ক) বাগদাদ।

(খ) মক্কা।

(গ) কাবুল।

(ঘ) জাৰুজালেম।

উত্তৰঃ (খ) মক্কা।

৮। ইবন বটুতা মালদ্বীপত কেই মাহ কাজী হিচাপে আছিল?

(ক) ৫ মাহ।

(খ) ৬ মাহ।

(গ) ১৮ মাহ।

(ঘ) ১০ মাহ।

উত্তৰঃ (গ) ১৮ মাহ।

৯। ইবন বটুতাৰ মতে গোৱালিয়ৰৰ পৰা দিল্লীলৈ যাত্ৰাত কিমান দিন লাগিছিল?

(ক) ১০ দিন।

(খ) ২০ দিন।

(গ) ৩০ দিন।

(ঘ) ৪০ দিন।

উত্তৰঃ (ক) ১০ দিন।

১০। ফ্ৰাচোঁৱা বার্ণিয়াৰ কোন দেশৰ নাগৰিক আছিল?

(ক) ইংলেণ্ড।

(খ) ফৰাচ।

(গ) ইটালি।

(ঘ) পৰ্তুগাল।

উত্তৰঃ (খ) ফৰাচ।

১১। কিমান খৃঃত ফ্ৰাচোঁৱা বার্ণিয়াৰ ভাৰতলৈ আহিছিল?

(ক) ১৬৮৮ খৃঃত।

(খ) ১৬৬৫ খৃঃত।

(গ) ১৬৭৫ খৃঃত।

(ঘ) ১৬৫৬ খৃঃত।

উত্তৰঃ (ঘ) ১৬৫৬ খৃঃত।

১২। ফ্ৰাচোঁৱা বার্ণিয়াৰ কোনখন গ্ৰন্থত তেওঁৰ ভ্ৰমণ অভিজ্ঞতা লিখিছিল?

(ক) Book of India.

(খ) Mughal Darbar.

(গ) Travels in the Mughal Empire.

(ঘ) History of Hindustan.

উত্তৰঃ (গ) Travels in the Mughal Empire.

১৩। আলবেৰুণীয়ে প্রাচীন পাৰ্চী সমাজ ব্যৱস্থা  কেইটা সামাজিক শ্ৰেণীৰ কথা উল্লেখ কৰিছিল?

(ক) দুটা।

(খ) তিনিটা।

(গ) পাঁচটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

১৪। তলৰ কোনটো পাৰ্চী সমাজৰ এক শ্ৰেণী আছিল?

(ক) খেতিয়কসকল।

(খ) ৰাজকোষাধ্যক্ষ।

(গ) কাহিনীবিদ।

(ঘ) শিক্ষকসকল।

উত্তৰঃ (ক) খেতিয়কসকল।

১৫। আলবেৰুণীৰ জাতি ব্যৱস্থাৰ বর্ণনাত কোনটো ভাষাৰ গ্ৰন্থৰ প্রভাৱ আছে?

(ক) আৰবী।

(খ) হিব্ৰু।

(গ) ফাৰছী।

(ঘ) সংস্কৃত।

উত্তৰঃ (ঘ) সংস্কৃত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top