Class 12 History MCQ Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.
Class 12 History MCQ Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.
অসমৰ সংক্ষিপ্ত ইতিহাস প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে
Chapter: 5
| ক – অংশ: প্রত্নতত্ব, প্রাচীনভাৰতৰ স্থাপত্য, ভাস্কর্য আৰু অসম |
১। অসমক ‘প্রাগজ্যোতিষপুৰ’ বুলি ক’ত উল্লেখ কৰা হৈছে?
(ক) কালিকাপুৰাণত।
(খ) সমুদ্রগুপ্তৰ তাম্রলিপিত।
(গ) ৰামায়ণ আৰু মহাভাৰতত।
(ঘ) এডোবার্ড গেইটৰ গ্ৰন্থত।
উত্তৰঃ (গ) ৰামায়ণ আৰু মহাভাৰতত।
২। ‘প্রাগ’ শব্দৰ অৰ্থ কি?
(ক) পশ্চিম।
(খ) পূব দিশ।
(গ) গগন।
(ঘ) জ্যোতিষ।
উত্তৰঃ (খ) পূব দিশ।
৩। যোগিনীতন্ত্র অনুসৰি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল?
(ক) চাৰি ভাগত।
(খ) তিনি ভাগত।
(গ) পাঁচ ভাগত।
(ঘ) ছয় ভাগত।
উত্তৰঃ (ক) চাৰি ভাগত।
৪। বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
(ক) সমুদ্র বর্মণ।
(খ) পুষ্য বর্মণ।
(গ) বল বর্মণ।
(ঘ) মহেন্দ্ৰ বর্মণ।
উত্তৰঃ (খ) পুষ্য বর্মণ।
৫। কিমান খৃঃ পুষ্য বর্মণৰ মৃত্যু হৈছিল?
(ক) ৩৮০ খৃঃ
(খ) ৩৬০ খৃঃ
(গ) ৩৫০ খৃঃ
(ঘ) ৩৭৫ খৃঃ
উত্তৰঃ (ক) ৩৮০ খৃঃ
৬। সমুদ্র বর্মণে কিমান খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল?
(ক) ৪০৫ খৃঃ
(খ) ৩৯৫ খৃঃ
(গ) ৪১৫ খৃঃ
(ঘ) ৪০০ খৃঃ
উত্তৰঃ (ক) ৪০৫ খৃঃ
৭। অমৃতপ্ৰভা কোন ৰজাৰ জীয়াৰী আছিল বুলি অনুমান কৰা হয়?
(ক) কল্যাণ বর্মণ।
(খ) মহেন্দ্ৰ বর্মণ।
(গ) গণপতি বর্মণ।
(ঘ) বল বর্মণ।
উত্তৰঃ (ঘ) বল বর্মণ।
৮। অমৃতপ্ৰভাই কোনখন ৰাজ্যত ‘অমৃত ভৱন’ নামৰ বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল
(ক) কামৰূপ।
(খ) মণিপুৰ।
(গ) কাশ্মীৰ।
(ঘ) বিহাৰ।
উত্তৰঃ (গ) কাশ্মীৰ।
৯। কোন ৰজাই ডবকা অঞ্চল জয় কৰি কামৰূপৰ অংশ কৰি তোলে?
(ক) বল বর্মণ।
(খ) কল্যাণ বর্মণ।
(গ) মহেন্দ্ৰ বর্মণ।
(ঘ) ভূতি বর্মণ।
উত্তৰঃ (খ) কল্যাণ বর্মণ।
১০। মহেন্দ্ৰ বর্মণে কেইবাৰ অশ্বমেধ যজ্ঞ কৰিছিল?
(ক) এবাৰ।
(খ) তিনি বাৰ।
(গ) দুবাৰ।
(ঘ) চাৰিবাৰ।
উত্তৰঃ (গ) দুবাৰ।
১১। কামৰূপৰ পশ্চিম সীমা কোন ৰজাৰ সময়ত কৰতোৱা নদীৰ পাৰলৈ বিস্তাৰিত হৈছিল?
(ক) বল বর্মণ।
(খ) গণপতি বর্মণ।
(গ) ভূতি বর্মণ।
(ঘ) মহেন্দ্ৰ বর্মণ।
উত্তৰঃ (গ) ভূতি বর্মণ।
১২। ভূতি বর্মণে কি উপাধি গ্ৰহণ কৰিছিল?
(ক) মহাৰজা।
(খ) মহেন্দ্ৰাধিৰাজ।
(গ) ৰাজাধিৰাজ।
(ঘ) পৰম ভট্টাৰক পৰমদৈৱত।
উত্তৰঃ (ঘ) পৰম ভট্টাৰক পৰমদৈৱত।
১৩। তলৰ কোনজন ৰজাই গুপ্তসকলৰ পতনৰ সুযোগ লৈ উত্তৰ বংগত সাম্ৰাজ্য বিস্তাৰ কৰিছিল?
(ক) সমুদ্র বর্মণ।
(খ) মহেন্দ্ৰ বর্মণ।
(গ) কল্যাণ বর্মণ।
(ঘ) ভূতি বর্মণ।
উত্তৰঃ (ঘ) ভূতি বর্মণ।
১৪। শালস্তম্ভ বংশৰ শেষ ৰজাৰ নাম কি?
(ক) ব্ৰহ্মপাল।
(খ) ত্যাগ সিংহ।
(গ) বত্নপাল।
(ঘ) ইন্দ্ৰপাল।
উত্তৰঃ (খ) ত্যাগ সিংহ।
১৫। পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
(ক) ব্ৰহ্মপাল।
(খ) গোপাল।
(গ) পুৰন্দৰপাল।
(ঘ) ৰত্নপাল।
উত্তৰঃ (ক) ব্ৰহ্মপাল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

