Class 12 History MCQ Chapter 2 ৰজা, কৃষক আৰু নগৰসমূহ প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা (খৃঃ পূঃ ৬০০-খৃঃ ৬০০)
Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 2 ৰজা, কৃষক আৰু নগৰসমূহ প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা (খৃঃ পূঃ ৬০০-খৃঃ ৬০০) and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.
Class 12 History MCQ Chapter 2 ৰজা, কৃষক আৰু নগৰসমূহ প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা (খৃঃ পূঃ ৬০০-খৃঃ ৬০০)
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.
ৰজা, কৃষক আৰু নগৰসমূহ প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা (খৃঃ পূঃ ৬০০-খৃঃ ৬০০)
Chapter: 2
| ক – অংশ: প্রত্নতত্ব, প্রাচীনভাৰতৰ স্থাপত্য, ভাস্কর্য আৰু অসম |
১। ‘ধৰ্ম’ শব্দটোৱে প্ৰাচীন ভাৰতত কি বুজাবলৈ ব্যৱহৃত হৈছিল?
(ক) ধৰ্মীয় অনুষ্ঠান।
(খ) ৰাজনৈতিক আদৰ্শ।
(গ) সামাজিক দায়িত্ব।
(ঘ) সাধুজনৰ শিক্ষা।
উত্তৰঃ (গ) সামাজিক দায়িত্ব।
২। ভূমি দানৰ দলিলবোৰ সাধাৰণতে কোন ভাষাত লিখা হৈছিল?
(ক) পালি।
(খ) সংস্কৃত।
(গ) প্ৰাকৃত।
(ঘ) অসমীয়া।
উত্তৰঃ (খ) সংস্কৃত।
৩। কিমান খ্ৰীঃ দক্ষিণ ভাৰতত বৃহৎ শিৱ মন্দিৰ গঢ়ি উঠিছিল?
(ক) ৫০০ খ্ৰীঃ
(খ) ৭০০ খ্ৰীঃ
(গ) ৯০০ খ্ৰীঃ
(ঘ) ১২০০ খ্ৰীঃ
উত্তৰঃ (গ) ৯০০ খ্ৰীঃ
৪। খৃঃ চতুৰ্থ শতিকাৰ পৰা গুপ্ত সাম্রাজ্যকে ধৰি ডাঙৰ ডাঙৰ ৰাজ্য থকাৰ প্ৰমাণ পোৱা যায়?
(ক) প্ৰথম শতিকা।
(খ) দ্বিতীয় শতিকা।
(গ) তৃতীয় শতিকা।
(ঘ) চতুৰ্থ শতিকা।
উত্তৰঃ (ঘ) চতুৰ্থ শতিকা।
৫। মৌৰ্য্য ইতিহাসৰ সমলসমূহক কেইটা ভাগত ভাগ কৰা হয়?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
৬। অশোকৰ শাসনকালত সাম্ৰাজ্য কেইখন প্ৰদেশত বিভক্ত আছিল?
(ক) চাৰিটা।
(খ) পাঁচটা।
(গ) ছয়টা।
(ঘ) সাতটা।
উত্তৰঃ (খ) পাঁচটা।
৭। মৌৰ্য যুগৰ ৰাজনৈতিক দিশ ব্যাখ্যা কৰা গ্ৰন্থ হ’ল –
(ক) গার্গী সংহিতা।
(খ) মহাভাস্য।
(গ) অৰ্থশাস্ত্ৰ।
(ঘ) চতুর্বেদ।
উত্তৰঃ (গ) অৰ্থশাস্ত্ৰ।
৮। কিমান খৃঃত ভাৰতীয় লিপিসমূহ অধ্যয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি সাধন হৈছিল।
(ক) ১৫১০ খৃঃত।
(খ) ১৬২০ খৃঃত।
(গ) ১৭৪০ খৃঃত।
(ঘ) ১৮৩০ খৃঃত।
উত্তৰঃ (ঘ) ১৮৩০ খৃঃত।
৯। কুশানসকলে কোনটো ভাষাত মূৰ্তিলিপি আৰু মুদ্রা প্ৰকাশ কৰিছিল?
(ক) সংস্কৃত।
(খ) গ্ৰীক।
(গ) তামিল।
(ঘ) প্ৰাকৃত।
উত্তৰঃ (খ) গ্ৰীক।
১০। দ্বিতীয় চন্দ্রগুপ্তৰ জীয়েক কোন আছিল?
(ক) প্রভাৱতী গুপ্ত।
(খ) ব্ৰহ্মৱতী গুপ্ত।
(গ) ৰাণী দেৱী।
(ঘ) গীতাঞ্জলী।
উত্তৰঃ (ক) প্রভাবতী গুপ্ত।
১১। “NBPW”ৰ সম্পূৰ্ণ ৰূপ লিখা?
(ক) New Bronze Polished Ware.
(খ) Northern Black Polished Ware.
(গ) Northern Brick Pattern Ware.
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) Northern Black Polished Ware
১২। লিপিসমূহ পঢ়াত কাৰিকৰী সমস্যা কি আছিল?
(ক) ভাষা অজানা।
(খ) কাগজৰ দামী হোৱাটো।
(গ) আখৰবোৰ ভালদৰে খোদিত নকৰা।
(ঘ) বৰণত লেখাৰ অভাৱ।
উত্তৰঃ (গ) আখৰবোৰ ভালদৰে খোদিত নকৰা।
১৩। পণ্ডিতসকলে লিপি অধ্যয়নত কি ব্যৱস্থা লয়?
(ক) লিপি বিক্ৰী কৰে।
(খ) কেৱল অনুবাদ কৰে।
(গ) বিকল্প পদ্ধতিৰ কথা চৰ্চা কৰে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) বিকল্প পদ্ধতিৰ কথা চৰ্চা কৰে।
১৪। সৰহ সংখ্যক আধুনিক ভাৰতীয় লিপি কোনখনৰ পৰা উদ্ভৱ হৈছে?
(ক) ব্রাহ্মী।
(খ) গ্রীক।
(গ) খাৰোষ্ঠী।
(ঘ) ফৰাচী।
উত্তৰঃ (ক) ব্রাহ্মী।
১৫। প্ৰাচীন লিপিসমূহৰ ভাষা প্রথমে কি বুলি ধৰা হৈছিল?
(ক) গ্ৰীক।
(খ) সংস্কৃত।
(গ) তামিল।
(ঘ) লেটিন।
উত্তৰঃ (খ) সংস্কৃত।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



