Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য

Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য and select needs one.

Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য Solutions for All Subject, You can practice these here…

দার্শনিক, প্রত্যয় আৰু স্থাপত্য

পাঠ: ৪

প্রথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। উপনিষদ কি ? 

উত্তৰঃ এবিধ ধর্মীয় পুথি । এই পুথিবােৰত আধ্যাত্মিক তত্ত্ববােৰ বহুলভাৱে আলােচনা কৰা হৈছে ।

প্রশ্ন ২। দুজন চীনা পৰিব্ৰাজকৰ নাম লিখা ? 

উত্তৰঃ ফাহিয়ান আৰু হিউৱেন চাঙ । 

প্রশ্ন ৩। সংঘ কি ? 

উত্তৰঃ বুদ্ধদেৱৰ শিষ্য সকলক সংগঠন কৰাৰ কাৰণে সংঘ স্থাপন কৰিছিল । 

প্রশ্ন ৪। ত্রির্থাংকৰ ? 

উত্তৰঃ ধর্মগুৰু ।

প্রশ্ন ৫। অহিংসা ? 

উত্তৰঃ হিংসাৰ আশ্রয় নােলােৱা অথবা পৰহিংসাৰ পৰা আঁতৰত থকা । 

প্রশ্ন ৬। চাহজেহান বেগম ? 

উত্তৰঃ ভূপালৰ শাসনকর্তা আছিল ( ১৮৬৮-১৯০১ ) ।

প্রশ্ন ৭। ঋগ্ বেদত উল্লেখ কৰা তিনিজন ধর্মগুৰু ? 

উত্তৰঃ এই তিনিজন ধর্মগুৰু হ’ল অগ্নি , ইন্দ্ৰ আৰু চোম । 

প্রশ্ন ৮। ৰাজসূয় যজ্ঞ ? 

উত্তৰঃ প্রাচীন কালৰ ৰজা মহাৰজা সকলে কৰা এবিধ বিশেষ যজ্ঞ । 

প্রশ্ন ৯। সিদ্ধার্থ ? 

উত্তৰঃ গৌতমবুদ্ধৰ ল’ৰালি কালৰ নাম । 

প্রশ্ন ১০। দুখ ? 

উত্তৰঃ দুখ বা নিৰানন্দ । 

প্রশ্ন ১১। নির্বাণ ? 

উত্তৰঃ মুক্তি । 

প্রশ্ন ১২। ভিক্ষুক ? 

উত্তৰঃ বৌদ্ধ সন্যাসী সকলক ভিক্ষুক বুলি কোৱা হৈছিল । 

প্রশ্ন ১৩। গর্ভগৃহ কি আছিল ?

উত্তৰঃ প্রাচীন কালৰ একোটা প্রকাণ্ড শিলত কটা মন্দিৰ গৰ্ভত থকা চাৰিচুকীয়া কোঠালীক গর্ভগৃহ বােলে । ইয়াতে পুৰােহিতে পূজা অর্চনা কৰে । 

প্রশ্ন ১৪। সাঁচী স্তুপ কেতিয়া আৱিষ্কাৰ হৈছিল ? 

উত্তৰঃ সাঁচীৰ স্তুপ আৱিষ্কৃত হৈছিল ১৮১৮ চনত । 

প্রশ্ন ১৫। মহাযান কি ?

উত্তৰঃ কনিষ্ক ৰাজ্যৰ দিনত ৪র্থ বৌদ্ধ মহামেলত বৌদ্ধধর্ম দুটা ভাগত ভাগ হয় । 

( ক ) মহাযান । আৰু 

( খ ) হীনযানত । 

মহাযানসকলে বুদ্ধক ভগৱান বুলি ভাবি পূজা কৰে । হীনযান ইয়াৰ বিৰােধী । 

প্রশ্ন ১৬। দিগম্বৰ ? 

উত্তৰঃ বস্ত্র পৰিধান কৰা সকলক দিগম্বৰ কোৱা হৈছিল ।

প্রশ্ন ১৭। স্বেতাম্বৰ ? 

উত্তৰঃ বগা বস্ত্র পৰিধান কৰা সকলক শ্বেতাম্বৰ পুথি কোৱা হৈছিল । 

প্রশ্ন ১৮। অৱতাৰ ? 

উত্তৰঃ কোনাে মহাপুৰুষৰ আৱির্ভাব । 

প্রশ্ন ১৯। দাসী ? 

উত্তৰঃ আনৰ ঘৰত কাম – বন কৰা মহিলা । 

প্রশ্ন ২০৷ বােধিসত্ব ? 

উত্তৰঃ যাৰ চিত্তৰ বিকাশ হয় তেৱেই বােধিসত্ব । 

প্রশ্ন ২১। মহাবীৰৰ প্রকৃত নাম কি আছিল ? 

উত্তৰঃ বর্ধমান আছিল । 

প্রশ্ন ২২। মহাবীৰ কিমান সংখ্যক তীর্থাংকৰ ? 

উত্তৰঃ ২৪ তীর্থাংকৰ ৷

প্রশ্ন ২৩। কিমান বয়সত মহাবীৰৰ মৃত্যু হৈছিল ? 

উত্তৰঃ ৭২ বছৰ বয়সত মৃত্যু হৈছিল । 

প্রশ্ন ২৪। জৈন ধৰ্মৰ প্রকৃত প্রৱর্তক জনৰ নাম লিখা । 

উত্তৰঃ ঋষভ । 

প্রশ্ন ২৫। বুদ্ধ চৰিতৰ লেখকজন কোন ? 

উত্তৰঃ অশ্বঘােষ । 

প্রশ্ন ২৬। হিন্দু সকলৰ আইন প্রণেতা জন কোন ? 

উত্তৰঃ মনু ।

প্রশ্ন ২৭। বৌদ্ধ ধর্মক দুর্বল কৰা ফৈদ দুটাৰ নাম লিখা । 

উত্তৰঃ থেৰবাদী আৰু মহাসংঘিকা ।

প্রশ্ন ২৮। বৌদ্ধ ধর্ম পিটক তিনিজনৰ নাম লিখা । 

উত্তৰঃ বিনয়পিটক , সূত্রপিটক আৰু অভিধর্ম পিটক । 

প্রশ্ন ২৯। চতুর্থাস বুলিলে কি বুজা ? 

উত্তৰঃ চতুর্থাস হ’ল চাৰিটা পালন কৰা নীতি । 

প্রশ্ন ৩০। জৈন ধৰ্মৰ ভাগ দুটা কি আছিল ? 

উত্তৰঃ দিগম্বৰ আৰু শ্বেতাম্বৰ ।

প্রশ্ন ৩১। তীর্থঙ্কৰ বুলিলে কি বুজা ? 

উত্তৰঃ জৈন ধৰ্মৰ প্রখ্যাত ধর্মগুৰুক তীর্থাংকৰ বুলি কোৱা হয় । 

প্রশ্ন ৩২। ‘সাঁচি স্তুপ ক’ত অৱষ্ঠিত ? 

উত্তৰঃ সাঁচি স্তুপ ভূপালৰ কানাখেৰা নামৰ গাঁওখনত । 

প্রশ্ন ৩৩। গেীতম বুদ্ধৰ জন্ম কত হৈছিল ? 

উত্তৰঃ লুম্বিনী নামৰ গাঁও এখনত , নেপালৰ টেৰাই অঞ্চলত ।

প্রশ্ন ৩৪। ত্রিপিতক শব্দৰ অর্থ কি ? 

উত্তৰঃ বৌদ্ধ দর্শনৰ মূল গ্ৰন্থখনক ত্রিপিতক বুলি কোৱা হয় । 

প্রশ্ন ৩৫। ত্রিপিটকৰ যিকোনো এখনৰ নাম লিখা । 

উত্তৰঃ এখন ত্রিপিটক হ’ল বিনয়পিটক ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top