Class 11 Biology Chapter 9 জৈৱ অণু

Class 11 Biology Chapter 9 জৈৱ অণু Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 9 জৈৱ অণু and select needs one.

Join Telegram channel

Class 11 Biology Chapter 9 জৈৱ অণু

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 9 জৈৱ অণু Solutions for All Subject, You can practice these here.

জৈৱ অণু

পাঠ: ৯

তৃতীয় গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: বৃহদানু বুলিলে কি বুজা ? সেইবোৰৰ কিছুমান উদাহৰণ দিয়া ।

উত্তৰ : অসংখ্য একক অনুৰে গঠিত জটিল যৌগিক বৃহদানু বোলে ।

যেনে ― বহুশৰ্কৰা , প্ৰ’টিন , স্নেহদ্ৰব‍্য , নিউক্লিক এছিড ইত্যাদি ।

প্ৰশ্ন ২: গ্লাইক’ছাইডিক , পেন্টাইড্ আৰু ফছফ’ডায়েষ্টৰ গঠন চিত্ৰ আঁকা ।

উত্তৰ : গ্লাইক’ছাইডিক  :   

                                             পেন্টাইড্ : 

                                                    

ফছফ’ডায়েষ্ট : 

                                                        

প্ৰশ্ন ৩: প্ৰ’টিনৰ তৃতীয়ক গঠন বুলিলে কি বুজা ?

উত্তৰ : প্ৰ’টিনৰ অনুবোৰ দেখাত একোডাল ৰেখাৰ দৰে যেন লাগে । ইয়াৰ বাওঁমূৰটো প্ৰথম এমিন’ এছিডটোৰ দ্বাৰা আৰু সোমূৰটো শেষৰ এমিন’ এছিডটোৰ দ্বাৰা বুজোৱা হয় । প্ৰথমটো এমিন’ এছিডক N – প্ৰান্তিক এমিন’ এছিড আৰু শেষৰটো এমিন’ এছিডক C – প্ৰান্তিক এমিন’ এছিড বোলে । প্ৰ’টিনৰ সূএডাল এডাল বিস্তাৰিত জঠৰ দণ্ডৰ আকৃতিত সকলো সময়তে নেথাকে । সূএডাল ভাঁজখাই এটা কুণ্ডলীৰ আকৃতিত থাকে । সূএডালৰ বাকীঅংশ ভাঁজখাই আন ধৰণৰ একোট গঠনৰ সৃষ্টি কৰে , যাক গৌণ গঠন বোলে । এই গঠনৰ সৈতে প্ৰ’টিনৰ দীঘল শিকলিডালো ইটোৰ ওপৰত সিটোকৈ ভাঁজখাই এটা ঊলৰ ফোপোলা বলৰ আকৃতি ধাৰণ কৰে , যাক কোৱা হয় প্ৰ’টিনৰ তৃতীয়ক গঠন ।

প্ৰশ্ন ৪: ৰোগ নাশকাৰক দ্ৰব‍্য হিচাপে ব্যৱহাৰ কৰা প্ৰ’টিনসমূহ বাছি উলিয়াই সেইবোৰৰ এখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰ :

প্ৰ’টিন কাৰ্য
(১) ইমচুলিনশৰীৰত হৰম’ন সাম‍্য অৱস্থাত ৰাখে ।
(২) এন্টিবডিবীজাণুনাশক হিচাপে শৰীৰত থাকে ।
(৩) GLUT – 4কোষবোৰৰ ভিতৰলৈ গ্লক’জৰ পৰিবহন সক্ষম কৰে ।

প্ৰশ্ন ৫: কম ভৰযুক্ত আনবিক ওজনবিশিষ্ট দহোটা গুৰুত্বপূৰ্ণ জৈৱ অণু বাছি লৈ সিহঁতৰ গঠন চিত্ৰ আঁকা ।

উত্তৰ : 

                                                   

প্ৰশ্ন ৬: ট্ৰাইগ্লিচাৰাইডৰ উপাদানসমূহৰ বিৱৰণ দিয়া ।

উত্তৰ : গ্লিচাৰলৰ এটা অণুৰ সৈতে স্নেহ এছিডৰ তিনিটা অণু যোজিত হৈ ট্ৰাইগ্লিচাৰাইড উৎপন্ন হয় ।ট্ৰাইগ্লিচাৰাইডৰ জলবিয়োজনত স্নেহ এছিডৰ তিনিটা অণু আৰু গ্লিচাৰলৰ এটা অণু উৎপন্ন হয় ।  

                                                 

( এক অণু গ্লিচাৰলৰ )    ( তিনি অণু স্নেহ এছিড )   ( এক অণু ট্ৰাইগ্লিচাৰাইড )সাধাৰণ উচ্চতাত কঠিন অৱস্থাত থকা ট্ৰাইগ্লিচাৰাইডক চৰ্বি বোলে । প্ৰাণীজাত ট্ৰাইগ্লিচাৰাইডত সংপৃক্ত স্নেহ এছিড অধিক পৰিমাণ থাকে । সেয়ে সাধাৰণ উচ্চতাত সিহঁত কঠিন বা অৰ্ধকঠিন অৱস্থাত থাকে । পামিটিক এছিড , প্টিয়েৰিক এছিড ইত্যাদি সংপৃক্ত স্নেহ এছিডৰ উদাহৰণ , । অধিকাংশ উদ্ভদজাত ট্ৰাইগ্লিচাৰাইডত অ’লেইক এছিড , লিন’লিক এছিড আদি অসংপৃক্ত স্নেহ এছিড থাকে ।

প্ৰশ্ন ৭: প্ৰ’টিন সম্পৰ্কে থকা তোমাৰ ধাৰণাৰ পৰা গাখীৰ দৈ লৈ অথবা সৰতোলা গাখীৰৰ দৈ লৈ পৰিণত  হওঁতে কি হয় বৰ্ণনা দিয়া ।

উত্তৰ : গাখীৰত থকা কেজিন নামৰ প্ৰ’টিন বিধক লেক্ট’বেচিলাচ নামৰ বেক্টেৰিয়াবিধে ক্ৰিয়া কৰি দৈ লৈ পৰিণত কৰে ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ৮: এলানিন’ নামৰ এমিন’ এছিড বিধৰ গঠন চিত্ৰ অকাঁ ?

উত্তৰ : 

প্ৰশ্ন ৯: গঠ আঠা কিহৰ দ্বাৰা গঠিত ? ফেভিকল এইবোৰতকৈ ভিন্ন প্ৰকাৰৰ নে ?

উওৰ : গঠ আঠা হেক্স’জ আৰু পেন্ট’জৰে গঠিত ।ফেভিকল সংশ্লেষিত আঠা ।

1 thought on “Class 11 Biology Chapter 9 জৈৱ অণু”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising