Class 11 Biology Chapter 20 চলন আৰু গতি

Class 11 Biology Chapter 20 চলন আৰু গতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 20 চলন আৰু গতি and select needs one.

Class 11 Biology Chapter 20 চলন আৰু গতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 20 চলন আৰু গতি Solutions for All Subject, You can practice these here.

চলন আৰু গতি

পাঠ: ২০

পঞ্চম গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: বিভিন্ন অংশ দেখুৱাই এক পেশীৰ ছাৰকোমিয়াৰৰ চিত্ৰ আঁকা ।

উত্তৰ :-  

প্ৰশ্ন ২: পেশী সংকোচনৰ বিসপৰ্ন সূত্ৰৰ তত্বৰ সংজ্ঞা লিখা ।

উত্তৰ :- এই তত্বৰ দ্বাৰা পশী সংকোচনৰ প্ৰক্ৰিয়াটো সঠিক ভাৱে বৰ্ণনা কৰিব পৰা যায় । এই তত্বমতে পাতল বা ক্ষীণ তন্ত্ৰবোৰে যেতিয়া ডাঠ বা শকত তন্ত্ৰবোৰৰ ওপৰেৰে বিসপৰ্ন কৰে তেতিয়াই পেশী তন্ত্ৰবোৰৰ সংকোচন ঘটে । কোনো প্ৰেৰক স্নায়ুৰ জৰিয়তে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই যেতিয়া এক সংকেত পঠিয়াই তেতিয়াই পেশী সংকোচন প্ৰক্ৰিয়াটো আৰম্ভ হয় ।

প্ৰশ্ন ৩: সঁচা নে মিছা লিখা । যদি মিছা হয় তেন্তে উক্তিটো সঁচালৈ পৰিৱৰ্তন কৰা ।

(ক) পাতল তন্ত্ৰত একটিন থাকে ।

উত্তৰ :- সঁচা ।

(খ) ৰেখিত পেশীৰ H – zone এ ডাঠ আৰু পাতল দুয়োবিধ তন্ত্ৰকে নিৰ্দেশায় ।

উত্তৰ :- মিছা ।

(গ) মানৱ কংকালত ২০৬ ডাল হাড় থাকে ।

উত্তৰ :- সঁচা ।

(ঘ) মানৱ দেহত ১১ যোৰ কামিহাড় আছে ।

উত্তৰ :- মিছা ।

(ঙ) উৰোস্থী দেহৰ অংকীয়ফালে থাকে ।

উত্তৰ :- সঁচা

প্ৰশ্ন ৪: পাৰ্থক্য লিখা ― 

প্ৰশ্ন : (ক) একটিন আৰু মায়’ছিন ।

উত্তৰ :- একটিন ― 

(১) একটিনৰ সূত্ৰিকাবোৰ পাতল সূত্ৰিকাবোৰ ডাঠ ।

(২) একটিনবিলাক একযোজী প্ৰ’টিন ।

মায়’ছিন ― 

(১) একটিনৰ তুলনাত মায়’ছিন ক্ষীণ বা শকত ।   

(২) মায়’ছিন বিলাক বহুযোজী প্ৰ’টিন ।

প্ৰশ্ন : (খ) ৰঙা আৰু বগা পেশী ।

উত্তৰ :- ৰঙা পেশী ― 

(১) ৰঙা পেশীবোৰৰ মায়’গ্লবিন ধাৰণ কৰিব পৰা ক্ষমতা বেছি ।

(২) এইবোৰ পেশীত মাইট’কন্দ্ৰীয়াৰ সংখ্যা বহুত বেছি ।

(৩) ৰঙা পেশীবোৰ সবাত পেশী ।

বগা পেশী ―

(১) বগা পেশীবোৰৰ মায়’গ্লবিন ধাৰণ কৰিব পৰা ক্ষমতা কম ।

(২) এনেবোৰ পেশীত মাইট’কন্দ্ৰীয়াৰ সংখ্যা অতি তাকৰ ।

(৩) বগা পেশীবোৰ অবাত পেশী ।

প্ৰশ্ন ৫: স্তম্ভ 1 ৰ সৈতে স্তম্ভ 2 মিলাই লিখা ―

স্তম্ভ 1স্তম্ভ 2
(১) মিহি পেশী(১) মায়’গ্লবিন
(২) ট্ৰপমায়ছিন (২) পাতল তন্তকা
(৩) ৰঙা পেশী(৩) জোঁৰা 
(৪) লাওখোলা (৪) অনৈচ্ছিক

উত্তৰ :-

স্তম্ভ 1স্তম্ভ 2
(১) মিহি পেশী(১) অনৈচ্ছিক
(২) ট্ৰপমায়ছিন (২) জোঁৰা
(৩) ৰঙা পেশী(৩) মায়’গ্লবিন
(৪) লাওখোলা (৪) পাতল তন্ত্ৰকা

প্ৰশ্ন ৬: মানৱ দেহৰ কোষবোৰে কি কি ধৰণৰ গতি প্ৰদৰ্শন কৰে ? 

উত্তৰ :- মানৱ দেহৰ কোষবোৰে তিনিধৰণৰ গতি প্ৰদৰ্শন কৰে । সেইবোৰ হ’ল ― 

(১) এমিবীয় গতি ,

(২) ৰোমক গতি আৰু 

(৩) পেশীয় গতি ।

প্ৰশ্ন ৭: এটা কংকাল পেশী আৰু এটা হৃদপেশী তুমি কেনেকৈ পাৰ্থক্য দেখুৱাবা ।

উত্তৰ :- কংকাল পেশীবোৰ ঐচ্ছিক পেশী । এই পেশীবোৰ নিজ ইচ্ছামতে লৰচৰ কৰিব পাৰে । অৰ্থাৎ ইহঁতৰ কাৰ্য্য প্ৰণালী স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ কৰে ।

আনহাতে , হৃদপেশীবোৰ অনৈচ্ছিক পেশী এই পেশীবোৰ নিজ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে অৰ্থাৎ ইহঁতৰ কাৰ্য্য প্ৰণালী স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ নকৰে ।ওপৰৰ যুক্তিৰ পৰা কংকাল পেশী আৰু হৃদপেশীৰ মাজৰ পাৰ্থক‍্য কৰা পৰে ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ৮: তলত দিয়াবোৰৰ মাজত কি সন্ধি দেখা যায় লিখা ―

(ক) এটলাছ / এক্সিছ 

উত্তৰ :- ধুৰাগ্ৰীৱা কীলক সন্ধি ।

(খ) মনিবন্ধিকা / বুঢ়া আঙুলিৰ কৰতলাস্থি 

উত্তৰ :- পল‍্যান সন্ধি ।

(গ) অংগুলাস্থিবোৰৰ মাজত 

উত্তৰ :- ক’ণ্ডিলাইড সন্ধি ।

(ঘ) উদ্ধস্থি / এচেটাবুলাম 

উত্তৰ :- বল্ আৰু চকেট সন্ধি ।

(ঙ) লাওঁখোলাৰ মাজত 

উত্তৰ :- ফিবৰাচ সন্ধি ।

(চ) শ্ৰেণী বেষ্টনীৰ পিউৰিক অস্থিবোৰৰ মাজত 

উত্তৰ :- কাৰ্টিলেজেনাচ্ সন্ধি ।

প্ৰশ্ন ৯: খালীঠাই পূৰ কৰা : 

(ক) সকলোবিলাক স্তন‍্যপায়ী ( কিছুমানৰ বাহিৰে ) প্ৰাণীৰ —— গ্ৰীৱা কশেৰুকা থাকে ।

উত্তৰ :- সাতডালকৈ ।

(খ) মানুহৰ প্ৰতিখন পাদতে থকা অংগুলস্থিৰ সংখ্যা —— ।

উত্তৰ :- চৈধ্য ।

(গ) পেশীতন্ত্ৰৰ পাতল তন্তকাত ২ টা “F” action থাকে আৰু লগত থকা আন দুটা প্ৰ’টিন হ’ল —— আৰু —— ।

উত্তৰ :- ট্ৰপ’মায়’ছিন , ট্ৰপ’নিন ।

(ঘ) এটা পেশী তন্তত Ca˖˖ —— জমা হৈ থাকে ।

উত্তৰ :- ছাৰকোপ্লাজমিক ৰেটিকুলামত ।

(ঙ) —— আৰু —— যাৰ কামিহাড়ক প্লৱমান কামিহাড় বোলে ।

উত্তৰ :- ১১ আৰু ১২ ।

(চ) মানুহৰ লাওখোলাটো —— হাড়েৰে তৈয়াৰী ।

উত্তৰ :- আঠডাল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top