Class 11 Biology Chapter 1 জীৱজগত

Class 11 Biology Chapter 1 জীৱজগত Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 1 জীৱজগত and select needs one.

Class 11 Biology Chapter 1 জীৱজগত

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 1 জীৱজগত Solutions for All Subject, You can practice these here.

জীৱজগত

পাঠ: ১

প্ৰথম গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: জীৱৰ বৰ্গীকৰণ কিয় কৰা হয় ?

উওৰ :- সহজ অৰ্থত জীৱৰ অধ্যয়ন সহজ লাভ্য কৰাৰ কাৰণে বৰ্গীকৰণ কৰা হয় । অৰ্থাৎ সকলো ধৰণৰ জীৱক এটি নিৰ্দিষ্ট নিয়মৰ অধীনত কিছুমান বৰ্গ বা গোটত ভাগ কৰি সজোৱা হয় যাতে জীৱ বিলাকৰ একোটা গোটৰ পাৰস্পৰিক সম্বন্ধ বিচাৰি পোৱা যায় আৰু ইহঁতৰ সহজে চিনাক্ত কৰিব পৰা যায় , সেইবাবে জীৱৰ বৰ্গীকৰণ কৰা হয় ।

প্রশ্ন ২: বৰ্গীকৰণ  পদ্ধতিসমূহ মাজে সময়ে কিয় সলনি হৈ থাকে ক ? 

উওৰ :- এৰিষ্ট’টলৰ পৰা লিনিয়াছৰ সমসাময়িক

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

বিজ্ঞানীসকলে কেতবোৰ চৰিত্ৰিক বৈশিষ্টৰ কাৰণে জীববোৰৰ মাজত শ্ৰেণীবিভাজন কৰিছিল । কিন্তু অধ্যয়নৰ আগ্রগতিৰ লগে লগে কেতবোৰ আসোঁৱাহ তেওঁলোকৰ চকুত ধৰা পৰিছিল । উদাহৰণস্বৰূপে , বহুসংখ্যক জীৱ ওলাইছিল যিবোৰ উদ্ভিদ অথবা প্ৰাণী ৰাজ্যত অন্তৰ্ভুক্ত কৰিব পৰা নগৈছিল । এই খেলিমেলিয়ে  বিজ্ঞালমহলত এক নতুন চিন্তা- চৰ্চাৰ আলোড়ন কৰিলে । সেয়ে আন কছুমান বৈশিষ্ট্য যেনে কোষৰ গঠন , কোষবেৰৰ  গঠন আৰু ধৰ্ম , পৰিপু‌ষ্টি, বাসস্থন , প্ৰজনন বিকাশাত্মক সম্বন্ধ সমূহো বিবেচনাৰ বাবে লোৱা আৰম্ভ হ’ল । ঠিক এনেদৰে বৰ্গীৰণ পদদ্ধতিত হঠাৎ বিশেষ আসোৱাহ পৰিল‌‌ক্ষিত হ’লে আকৌ নতুন চিন্তা চৰ্চাৰ মনোনিৱেশ আৰম্ভ হয় । অৰ্থাৎ বৰ্তমান চলি থকা বৰ্গীকৰণ পদ্ধতি সলনি কৰিব লগা হয় ।

প্ৰশ্ন ৩: তুমি প্ৰায়ে লগ পোৱা মানুহবোৰৰ শেণী বিভাজন কৰিবলৈ কি কি নিৰ্ণায়ক  বাচনি কৰিবা ? 

উওৰ :- (ক) আকাৰ ,

(খ) বৰণ  আৰু

(গ) চুলি ।

প্ৰশ্ন ৪: ব্যক্তি বিশেষ আৰু জনসংখ্যা চিনাক্ত কাৰণৰ পৰা আমি কি কি শিকিব পাৰো ? 

উওৰ :- সংগ্ৰাময় পদ্ধতিৰে যে প্ৰত্যেক জীৱৰ মাজত এক ত্ৰুমবিকাশৰ সূচনা হৈছে ; সেয়া শিকিব পাৰো ।

প্ৰশ্ন ৫: তলত আমাৰ বৈজ্ঞানিক নাম উল্লেখ কৰা হ’ল । শুদ্ধ উওৰটো চিনাক্ত কৰা ।

(¡) Mangifera indica 

(¡¡) Mangifera indica

উওৰ :- (¡¡) Mangifera indica .

প্ৰশ্ন ৬: টক্সনৰ সূএ লিখা । বৰ্গীকৰণৰ হায়াৰৰ্কিৰ বিভিন্ন স্তৰত থকা টেক্সনবোৰৰ উদাহৰণ দিয়া ?

উওৰ :- এক নিৰ্দিষ্ট নীতি নিয়ম মানি জীৱ সমূহক এক  বৰ্গানুত্ৰুমত সজোৱা হৈছে । এই  বৰ্গানুত্ৰুমসমূহ হ’ল যথাত্ৰুমে ৰাজ্য , উপৰাজ্য , পৰ্ব , গোএ , গণ , আৰু প্ৰজাতি । এই গোটবোৰৰ একো  একোটাক টেক্সন বোলে । 

উদাহৰণবোৰ  হ’ল –

টেক্সনউদাহৰণ
(ক) ৰাজ্যউদ্ভিদ ৰাজ্য, প্ৰাণীৰাজ্য
(খ) পৰ্ব বা বিভাগগুপ্তবীজী, নগ্নবীজী
(গ) শ্ৰেণীস্তন্যপায়ী, দ্বিবীজত্ৰী
(ঘ) বৰ্গপ্ৰাইমেটচ, ছেপিনডেলিছ
(ঙ) গোএহ’মিডি, এনাকাডিয়েচি
(চ) গনহ’ম’, মেঙ্গিফেৰা
(ছ) প্ৰজাতিজেপিয়েনচ্, ইণ্ডিকা

প্ৰশ্ন ৭: বৰ্গীকৰণৰ গোটবোৰৰ সঠিক ত্ৰুম চিনাক্ত কৰা ? 

(ক) প্ৰজাতি ― বৰ্গ ― পৰ্ব ― ৰাজ্য 

(খ) গণ ― প্ৰজাতি ― বৰ্গ ― ৰাজ্য 

(গ) প্ৰজাতি ― গণ ― বৰ্গ ― পৰ্ব 

উওৰ :- (গ) প্ৰজাতি ― গণ ― বৰ্গ ― পৰ্ব

প্ৰশ্ন ৮: নিম্নলিখিত  শব্দসমূহৰ অৰ্থ আৰু সূএ লিখা ―

(ক) পৰ্ব , (খ) শ্ৰেণী , (গ) গোএ , (ঘ) বৰ্গ , (ঙ) গণ 

উওৰ :- (ক) পৰ্ব :- প্ৰাণী আৰু উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত জীৱৰ পৰস্পৰৰ মাজত কিছুমান স্পষ্ট সাদৃশ্য চাই ৰাজ্যতকৈ সৰু কিছুমান গোটত ভাগ কৰা হয় । এনেবোৰ গোটক পৰ্ব বোলে । উদাহৰণ :- ণ্ডপ্তবীজী উদ্ভিদ সমা‌ংগদেহী উদ্ভিদ , সন্ধীপদী , পৃষ্ঠ দণ্ডী প্ৰাণী ইত্যাদি । 

(খ) শ্ৰণী :- পৰস্পৰ সাদৃশ্য থকা এক বা একাধিক বৰ্গৰ সমষ্টিকে শ্ৰেণী বোলে ।উদাহৰণ :- একবীজপত্ৰী উদ্ভিদ , দ্বিবীজপত্ৰী উদ্ভিদ ইত্যাদি । 

(গ) গোএ :- একোটা বৰ্গৰ অন্তৰ্গত জীৱবোৰৰ পাৰস্পৰিক সাদৃশ্য চাই কিছুমান সৰু সৰু গোটত ভাগ কৰা হয় । এনেবোৰ গোটক গোএ বোলে । উদাহৰণ :- কুকুৰ , মেকুৰী (মাংসভোজ) , গৰু , ছাগলী (তৃণভোজ) ।

(ঘ) বৰ্গ :- একাধিক ওচৰ সম্বন্ধীয় গোএৰ সমন্বয়ত যি  টক্সনৰ সৃষ্টি হয় তাকেই বৰ্গ বোলে ।উদাহৰণ :- প্ৰাণীৰ হ্মেএত কাৰ্নিভৰা বৰ্গটোৱে ফেলিডি নামৰ গোএকেইটা সাঙুৰি লয় ।

(ঙ) গণ : একোটা বংশৰ পৰা উদ্ভুত এক বা একাধিক পৰস্পৰ সম্পৰ্কযুক্ত প্ৰজাতিৰ সমষ্টিক গণ বোলে । উদাহৰণ : আলু বা বেঙেনা এই দুয়োটা প্ৰজাতি solanum নামৰ গণৰ অন্তৰ্ভুক্ত ।

প্ৰশ্ন ৯: জীৱৰ চিনাক্তকৰণ আৰু বৰ্গীকৰণৰ ক্ষেত্ৰত ‘কী’ বোৰে কেনেদৰে সহায় কৰে ? 

উওৰ : কী বা সচাৰকাঠী হ’ল সাদৃশ্য আৰু বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীৰ চিনাক্তকৰণ হোৱা বৰ্গীকৰণৰ অন্য এবিধ আহিলা । দুটা বিপৰীত মুখী পছন্দৰ যিকোনো এটা বাছনি কৰোতে এই ‘কী’ বোৰে সহায় কৰে । ফলত নিজে নিজেই এটা বৈশিষ্ট্য গৃহীত হৈ আনটো নাকচ হয় । চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বাবে বৰ্গীকৰণ ‘কী’ ৰ প্ৰয়োজন । বৰ্গীকৰণ ‘কী’ বিলাক সাধাৰণতে বিশ্লেষাণত্মক ধৰ্মী ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top