Class 11 Biology Chapter 14 উদ্ভিদৰ শ্বাস – প্ৰশ্বাস

Class 11 Biology Chapter 14 উদ্ভিদৰ শ্বাস – প্ৰশ্বাস The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 14 উদ্ভিদৰ শ্বাস – প্ৰশ্বাস and select needs one.

Class 11 Biology Chapter 14 উদ্ভিদৰ শ্বাস – প্ৰশ্বাস

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 14 উদ্ভিদৰ শ্বাস – প্ৰশ্বাস Solutions for All Subject, You can practice these here.

উদ্ভিদৰ শ্বাস – প্ৰশ্বাস

পাঠ: ১৪

চতুৰ্থ গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: পাৰ্থক্য দেখুওৱা ―

(ক) শ্বসন আৰু দাহন 

উত্তৰ :-

শ্বসন ―দাহন ―
(ক) শ্বসন কোষৰ ভিতৰত হোৱা এক জৈৱিক প্ৰক্ৰিয়া ।(ক) দাহন মুক্ত পৰিৱেশত হয় ।
(খ) শ্বসনত উৎপাদিত শক্তি মাইট’কন্ডিয়াত সঞ্চিত হৈ থাকে ।(খ) দাহনত উৎপন্ন হোৱা শক্তি পৰিৱৰ্তন হয় ।
(গ) শ্বসনৰ ইন্ধন হ’ল গ্লুক’জ ।(গ) দাহনত মুখ্য পদাৰ্থ হ’ল জৈৱ ইন্ধন ।

(খ) গ্লাইক’লাইছিছ আৰু ক্ৰেব চক্ৰ

উত্তৰ :

গ্লাইক’লাইছিছ ―ক্ৰেব চক্ৰ ― 
(ক) গ্লাইক’লাইছিছ কোষীয় শ্বসনৰ প্ৰথম দশা ।(ক) কোষীয় শ্বসনৰ দ্বিতীয় স্তৰ ক্ৰেব চক্ৰ ।
(খ) এই স্তৰত গ্লুক’জৰ ভাঙি পাইৰুভিক এছিড উৎপন্ন হয় ।(খ) এই চক্ৰত গ্লুক’জ অণুৰ পৰা শক্তি উৎপন্ন হয় ।
(গ) এই স্তৰত সামান্য পৰিমাণৰ ATP উৎপন্ন হয় ।(গ) ক্ৰেব চক্ৰত কৰ্বন ডাই অক্সাইড উৎপন্ন হয় ।

(গ) বায়বীয় শ্বসন আৰু কিন্বন

উত্তৰ :-

বায়বীয় শ্বসন ― কিন্বন ―
(ক) বায়বীয় শ্বসন অক্সিজেনৰ উপস্থিতিত হয় ।(ক) কিন্বন অক্সিজেনৰ অনুপস্থিতিত হয় ।
(খ) বায়বীয় শ্বসন মুক্ত অক্সিজেন সৱন কৰা জীৱৰ ক্ষেত্ৰত হয় ।(খ) কিন্বন মুক্ত অক্সিজেন সেৱন নকৰা জীৱৰ মাজত হয় ।
(গ) বায়বীয় শ্বসন কোষৰ মাইট’কন্দীয়াৰ ভিতৰত হয় ।(গ) কিন্বন কোষদেহৰ বাহিৰত সংঘটিত হোৱা অবাত প্ৰক্ৰিয়া ।

(ঘ) বায়বীয় আৰু অবায়বীয় শ্বসন 

উওৰ :-

বায়বীয় ― অবায়বীয় শ্বসন ―
(ক) বায়বীয় শ্বসন মুক্ত অক্সিজেনৰ উপস্থিতিত হয় ।(ক) অবায়বীয় শ্বসন মুক্ত অক্সিজেনৰ অণুপস্থিতিত হয় ।
(খ) বায়বীয় শ্বসন মুক্ত অক্সিজেন সেৱন কৰা জীৱৰ ক্ষেত্ৰত হয় ।(খ) এইবিধ শ্বসন মুক্ত অক্সিজেন সেৱন নকৰা জীৱৰ কোষত হয় ।
(গ) গ্লুক’জ অণু ভাঙি শক্তিৰ লগতে CO₂ , H₂ O ৰ অণুৰ সৃষ্টি হয় । আৰু লেকটিক এচিড উৎপন্ন হয় ।(গ) গ্লুক’জ অণু অসম্পূৰ্ণভাৱে জৰিত হৈ শক্তিৰ উপৰিও ইথাইল এলকহল , CO₂ ।

(ঙ) গ্লাইক’লাইচিচ আৰু কিন্বন 

উত্তৰ :-

গ্লাইক’লাইচিচ  ―কিন্বন ― 
(ক) গ্লাইক’লাইচিচ কোষীয় শ্বসনৰ প্ৰথম দশা ।(ক) কিন্বন কোষৰ বাহিৰত হোৱা অবাত প্ৰক্ৰিয়া ।
(খ) গ্লাইক’লাইচিচ মুক্ত অক্সিজেন সেৱন কৰা জীৱৰ ক্ষেত্ৰত হয় ।(খ) কিন্বন মুক্ত অক্সিজেন সেৱন নকৰা জীৱৰ ক্ষেত্ৰত হয় ।
(গ) অক্সিজেনৰ উপস্থিতিত হয় ।(গ) অক্সিজেনৰ অনুপস্থিতিত হয় ।

প্ৰশ্ন ২: গ্লাইক’লাইছিছৰ চক্ৰীয় প্ৰথাটো কি ?

উত্তৰ :-

প্ৰশ্ন ৩: বায়বীয় শ্বসনৰ মুখ্য খণ্ডসমূহ কি কি ? ই ক’ত সংঘটিত হয় ।

উত্তৰ :- (ক) গ্লাইক’লাইছিছ আৰু 

(খ) ক্ৰেবচ্ চক্ৰ বায়বীয় শ্বসন কোষৰ মাইট’কন্দীয়াত সংঘটিত হয় ।

প্ৰশ্ন ৪: শ্বসনৰ সচৰাচৰতে পোৱা কাৰ্য দ্ৰব্যটো প্ৰ’টিন , লিপিড ইত্যাদি ।

উত্তৰ :- শ্বসনৰ সচৰাচৰতে পোৱা কাৰ্য্য দ্ৰব্যটো হ’ল – গ্লক’জ ।

প্ৰশ্ন ৫: ক্ৰেবচ্ চক্ৰ ৰ খণ্ডসমূহ দাঙি ধৰা ।

উত্তৰ :- 

প্ৰশ্ন ৬: ETS কি ? 

উত্তৰ :- ইলক্টন টেন্সপোৰ্ট চিষ্টেমক চমুকৈ ETS বুলি কোৱা হয় ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ৭: অক্সিডেটিড ফছফৰিলীকৰণ বুলিলে কি বুজা ?

উত্তৰ :- জীৱদেহৰ সকলো কলাৰ বাবে যি শক্তিৰ প্ৰয়োজন সেই শক্তি যোগায় কোষত সঞ্চিত ATP য়ে এই ATP ৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক ফছ’ফৰিলীকৰণ বোলা হয় । এই প্ৰক্ৰিয়াত ADP ৰ লগত এটি অজৈৱিক ফছফেট যোগ হৈ ATP হয়গৈ । এই ক্ৰিয়া অক্সিজেনৰ উপস্থিতিত মাইট’কন্দীয়াৰ ভিতৰত থকা F₁ দানাত সংঘটিত হয় । ADP ৰ লগত এটি অজৈৱিক ফছফেটৰ (Pi) সংগযোগ হৈ ATP ৰ সৃষ্টি হোৱাকে ফছফ’ৰিলীকৰণ বোলা হয় । এনে ধৰণৰ ফছফ’ৰিলীকৰণ প্ৰক্ৰিয়াত প্ৰটনে শক্তি যোগায় । এই প্ৰক্ৰিয়া সালোকসংশ্লেষণৰ সময়তো হয় । কিন্তু মাইট’কন্দীয়াত হোৱা ফছফ’ৰিলীকৰণ  প্ৰক্ৰিয়াক অক্সিডেটিভ ফছফ’ৰিলীকৰণ বুলি কোৱা কাৰণ হ’ল এয়ে যে শ্বসনৰ জাৰণ প্ৰক্ৰিয়াৰ ফলত উৎপন্ন হোৱা ইলেক্টনে ADP আৰু Pi ৰ বন্ধনত শক্তি যোগায় । এই গোটেই  প্ৰক্ৰিয়াৰ লগত জাৰণ প্ৰক্ৰিয়া জড়িত হেতুকে ইয়াক অক্সিডেটিভ ফছফ’ৰিলীকৰণ বোলা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top