Health Benefits of Jute | তিতা মৰাপাটৰ উপকাৰিতা
অতীজৰে পৰা বিভিন্ন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ভিন্ন ধৰণৰ বনৌষধি ভেষজ উদ্ভিদ পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে। এই ঔষধি গুণেৰে সমৃদ্ধ উদ্ভিদ সমূহ আয়ুৰ্বেদিক চিকিৎসাতো বিশেষভাৱে ব্যৱহাৰ কৰা হয়। এনে এবিধ উৎকৃষ্ট বনৌষধি গুণেৰে সমৃদ্ধ ভেষজ উদ্ভিদ […]