MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

(২২৫) তলত দিয়া কোনখন দেশৰ কাৰণে বায়ু প্ৰদূষণ সৰ্বাধিক হয় ?

(ক) ভাৰত

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰ

(গ) ৰাছিয়া

(ঘ) ব্ৰিটেইন

উত্তৰ: (খ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(২২৬) ব্যঘ্ৰ প্ৰকল্প থকা নামডাফা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত ?

(ক) অসম

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) পশ্চিম বংগ

(গ) অৰুণাচল প্ৰদেশ

(ঘ) নাগালেণ্ড

উত্তৰ: (গ) অৰুণাচল প্ৰদেশ।

(২২৭) সেউজগৃহ প্ৰভাৱ কিহৰ সৈতে জড়িত ?

(ক) গোলকীয় উষ্মীভৱন

(খ) ঘৰৰ চালত কৰা খেতি

(গ) ৰান্ধনীৰ খেতি

(ঘ) শেলাইৰ বংশ বৃদ্ধি

উত্তৰ: (ক) গোলকীয় উষ্মীভৱন।

(২২৮) তাজমহলৰ ওপৰত কিহৰ প্ৰদূষণৰ প্ৰভাৱ পৰিছে ?

(ক) ক্ল’ৰিন

(খ) চালফাৰ ডাই-অক্সাইড

(গ) এম’নিয়া

(ঘ) হাইড্ৰ’জেন চালফাইড

উত্তৰ: (খ) চালফাৰ ডাই-অক্সাইড।

(২২৯) তলত দিয়া কোনবিধ জীৱাষ্ম ইন্ধন নহয় ?

(ক) পেট্ৰ’ল

(খ) কয়লা

(গ) ডিজেল

(ঘ) বায়’ডিজেল

উত্তৰ: (ঘ) বায়’ডিজেল।

(২৩০) সেউজগৃহ গেছ কোনখন দেশৰ পৰা অধিক আহে ?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

(খ) ব্ৰাজিল

(গ) ৰাছিয়া

(ঘ) জাৰ্মানী

উত্তৰ: (ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(২৩১) আগত দিনবোৰত মানুহৰ ছালৰ বেমাৰ হোৱাৰ সম্ভাৱনা কি কাৰণে বৃদ্ধি পাইছে ?

(ক) কাপোৰ ধোৱা পাউডাৰৰ অধিক ব্যৱহাৰ

(খ) প্ৰদূষণ

(গ) বায়ু প্ৰদূষণ

(ঘ) অজ’ন গেছ তৰপ পাতল হৈ যোৱা

উত্তৰ: (ঘ) অজ’ন গেছ তৰপ পাতল হৈ যোৱা।

(২৩২) গৰু-ম’হৰ খাদ্য হিচাবে কি উত্তম ?

(ক) শুকান খেৰ

(খ) তুহ

(গ) ঘেহুৰ বাকলি

(ঘ) ইউৰিয়া

উত্তৰ: (ক) শুকান খেৰ।

(২৩৩) বৰ্তমান জীৱ বৈচিত্ৰ হ্ৰাস হোৱাৰ এটা প্ৰধান কাৰণ হৈছে-

(ক) DDT ৰ জৈৱ পৰিৱৰ্তন

(খ) ভূ-উষ্মীভৱন

(গ) অজ’ন তৰপ পাতল হৈ যোৱা

(ঘ) আৱাস স্থল ধ্বংস হোৱা

উত্তৰ: (ঘ) আৱাস স্থল ধ্বংস হোৱা।

(২৩৪) বায়ুত ওজন হিচাপে শতকৰা কিমান ভাগ কাৰ্বন ডাই-অক্সাইড থাকে ?

(ক) 0.034

(খ) 3.34

(গ) 6.5

(ঘ) 0.34

উত্তৰ: (ক) 0.034

(২৩৫) তলত দিয়া কোনবিধ ৰোগ কৰ্মস্থলীৰ প্ৰদূষণৰ সৈতে জড়িত (occupational health hazard)?

(ক) Pneumoconiosis

(খ) Asthma

(গ) Silicosis

(ঘ) Fluorosis

উত্তৰ: (ক) Pneumoconiosis

(২৩৬) অজ’ন গহ্বৰ কি অঞ্চলত বেছি ডাঙৰ ?

(ক) আফ্ৰিকা

(খ) ইউৰোপ

(গ) অষ্ট্ৰেলিয়া

(ঘ) এণ্টাৰ্কটিকা

উত্তৰ: (ঘ) এণ্টাৰ্কটিকা।

(২৩৭) সাধাৰণ কথা বতৰাৰ শব্দ প্ৰাবল্যৰ পৰিসৰ কি ?

(ক) 30-60 ডেছিবেল

(খ) 70-90 ডেছিবেল

(গ) 120-150 ডেছিবেল

(ঘ) 10-20 ডেছিবেল

উত্তৰ: (ক) 30-60 ডেছিবেল।

(২৩৮) মিথেনত বাদে আন কোনবিধ সেউজগৃহ গেছ খেতিপথাৰত উৎপন্ন হয় ?

(ক) চালফাৰ ডাই-অক্সাইড

(খ) নাইট্ৰাছ অক্সাইড

(গ) এম’নিয়া

(ঘ) ক্ল’ৰিণ

উত্তৰ: (গ) এম’নিয়া।

(২৩৯) 1984 চনত ভূপাল গেছ দুৰ্গটনা কি গেছৰ নিৰ্গমনৰ কাৰণে ঘটিছিল ?

(ক) কাৰ্বন মন’ক্সাইড

(খ) চালফাৰ ডায়’ক্সাইড

(গ) হাইড্ৰ’জেন চালফাইড

(ঘ) মিথাইল আইচ’চায়েনেট

উত্তৰ: (ঘ) মিথাইল আইচ’চায়েনেট।

(২৪০) গুৱাহাটীৰ বশিষ্ঠত কি প্ৰাণীৰ পুনঃসংস্থাপন (rehabilitation centre) কেন্দ্ৰ আছে-

(ক) নলগাহৰি (pygmy hog)

(খ) নাহৰ ফুটুকী (leopard)

(গ) শিহু (river dolphin)

(ঘ) সোণালী বান্দৰ (golden langur)

উত্তৰ: (ক) নলগাহৰি (pygmy hog)।

(২৪১) তলত দিয়া কোনবিধ সংৰক্ষণ ব্যৱস্থা অস্থানিক (ex situ) ?

(ক) বীজ বেংক

(খ) অভয়াৰণ্য

(গ) ৰাষ্ট্ৰীয় উদ্যান

(ঘ) জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল

উত্তৰ: (ক) বীজ বেংক।

(২৪২) জৈৱ মণ্ডল সংৰক্ষিত অঞ্চলত কি কি কৰিব পাৰি ?

(ক) জীৱৰ সংৰক্ষণ

(খ) বৈজ্ঞানিক গৱেষণা

(গ) উন্নয়নমূলক কাম

(ঘ) এই আটাইবোৰ

উত্তৰ: (ঘ) এই আটাইবোৰ।

(২৪৩) ভাৰতত কোন চনত ব্যঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল ?

(ক) 1963

(খ) 1973

(গ) 1983

(ঘ) 1980

উত্তৰ: (খ) 1973

(২৪৪) Red Data Book ৰ দায়িত্ব কাৰ ?

(ক) IUCN

(খ) IBWL

(গ) WWF

(ঘ) এটাৰো নহয়

উত্তৰ: (ক) IUCN

(২৪৫) ভাৰতৰ কোনখন ৰাজ্যত গড়ৰ মুক্ত আবাসস্থল আছে ?

(ক) পশ্চিম বংগ

(খ) ত্ৰিপুৰা

(গ) অসম

(ঘ) মেঘালয়

উত্তৰ: (গ) অসম।

(২৪৬) তলত দিয়া কোনটো অঞ্চল বিশ্ব ঐতিহ্যপূৰ্ণ (world heritage site) অঞ্চল তালিকাৰ অন্তৰ্ভুক্ত ?

(ক) মানাহ ৰাষ্ট্ৰীয় উদ্যান

(খ) নামডাফা ৰাষ্ট্ৰীয় উদ্যান

(গ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান

(ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ: (ক) মানাহ ৰাষ্ট্ৰীয় উদ্যান।

(২৪৭) পৃথিৱীৰ সকলোবোৰ জীৱ কিহৰ অন্তৰ্ভুক্ত ?

(ক) জৈৱ মণ্ডল

(খ) পৰিস্থিতিতন্ত্ৰ

(গ) বায়’ম

(ঘ) সম্প্ৰদায়

উত্তৰ: (ক) জৈৱ মণ্ডল।

(২৪৮) তলত দিয়া কোনবিধ প্ৰাণী প্ৰাথমিক উপভোক্তা নহয় ?

(ক) গৰু

(খ) ছাগলী

(গ) বাঘ

(ঘ) ম’হ

উত্তৰ: (গ) বাঘ।

(২৪৯) প্ৰকৃতিত চাফাই কৰা কাম কোনে কৰে ?

(ক) পচনকাৰী আৰু মৃতভোজী

(খ) উপভোক্তা

(গ) উৎপাদক

(ঘ) জামাদাৰ

উত্তৰ: (ক) পচনকাৰী আৰু মৃতভোজী।

(২৫০) তলত দিয়া কোনবিধ উপাদান অজৈৱিক ?

(ক) বেক্টেৰিয়া

(খ) পানী

(গ) শেলাই

(ঘ) ভেকুৰ

উত্তৰ: (খ) পানী।

2 thoughts on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top