⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

Also, you can read the Assam TET Objective-type questions online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET Child Development. Here we have given Assam TET MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ for All Objective type question, You can practice these here.

MCQ of Environmental Studies

ENVIRONMENTAL STUDIES

(১) পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি ?

(ক) কানাডা

(খ) ব্ৰাজিল

(গ) ইৰাক

(ঘ) জাপান

উত্তৰ: (ঘ) জাপান।

(২) তলত দিয়া কোনবিধ উচ্চ উৎপাদনক্ষম গম ধানৰ প্ৰজাতি ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰত শেহতীয়াভাৱে উদ্ভাৱন কৰা হৈছে?

(ক) সোণালিমা

(খ) সুজাতা

(গ) গংগা HD 2643

(ঘ) পুছা 677

উত্তৰ: (গ) গংগা HD 2643

(৩) তলত দিয়া কোনটো পৰিৱেশত আটাইতকৈ কম পৰিমাণৰ জৈৱ পদাৰ্থ প্ৰতি বছৰে উৎপন্ন হয়?

(ক) গভীৰ সমুদ্ৰ

(খ) প্ৰেহৰি

(গ) পৰ্ণপাতী অৰণ্য

(ঘ) টাইগা

উত্তৰ: (ক) গভীৰ সমুদ্ৰ।

(৪) পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ হৈছে

(ক) কদম গছ

(খ) আম গছ

(গ) শাল গছ

(ঘ) বট গছ

উত্তৰ: (গ) শাল গছ।

(৫) বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগ ভাগ লোৱা সংগঠন

(ক) কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম

(খ) চিপকো আন্দোলন

(গ) সদৌ অসম ছাত্র সন্থা

(ঘ) সদৌ বড়ো ছাত্র সন্থা

উত্তৰ: (ক) কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম।

(৬) অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো ?

(ক) গুৱাহাটী

(খ) ডিগবৈ

(গ) বঙাইগাঁও

(ঘ) নুমলিগড়

উত্তৰ: (খ) ডিগবৈ।

(৭) বিশ্বখাদ্য আৰু কৃষিসংস্থাৰ (FAO) মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে ?

(ক) 1500 কেলৰি

(খ) 4500 কেলৰি

(গ) 2500 কেলৰি

(ঘ) 1000 কেলৰি

উত্তৰ: (গ) 2500 কেলৰি।

(৮) বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে

(ক) মানুহক খাদ্য যোগান ধৰে

(খ) বাষ্পবোৰ ধৰি ৰাখে

(গ) জলীয় ভাপ প্ৰৱেশত বাধা দিয়ে

(ঘ) জলসমতা ৰক্ষা কৰে

উত্তৰ: (ঘ) জলসমতা ৰক্ষা কৰে।

(৯) খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয় ?

(ক) উত্তৰ প্ৰদেশ

(খ) উৰিষ্যা

(গ) অসম

(ঘ) অন্দ্ৰ প্ৰদেশ

উত্তৰ: (ক) উত্তৰ প্ৰদেশ।

(১০) দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি ?

(ক) এনকেফেলাইটিছ

(খ) এনিমিয়া

(গ) গলগণ্ড

(ঘ) মধুমেহ

উত্তৰ: (খ) এনিমিয়া।

(১১) আয়’ডিনৰ অভাৱত কি ৰোগ হয় ?

(ক) গৰল

(খ) কুকুৰীকণা

(গ) ডায়েৰিয়া

(ঘ) থাইৰয়ড

উত্তৰ: (ক) গৰল।

(১২) কোনবিধ কয়লা সৰ্বোত্তম ?

(ক) বিটুমিনাছ

(খ) লিগনাইট

(গ) এনথ্ৰাচাইট

(ঘ) পিট

উত্তৰ: (গ) এনথ্ৰাচাইট।

(১৩) এজন সুস্থ মানুহক দৈনিক কিমান লিটাৰ খোৱা পানী লাগে ?

(ক) 5

(খ) 10

(গ) 5.4

(ঘ) 2.7

উত্তৰ: (ঘ) 2.7

(১৪) তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য ?

(ক) বা’ইট

(খ) ইউৰেনিয়াম

(গ) বায়ুত থকা অক্সিজেন

(ঘ) গেছ’লিন

উত্তৰ: (গ) বায়ুত থকা অক্সিজেন।

(১৫) তলত দিয়া কোনবিধ ইন্ধন জীৱাষ্ম নহয় ?

(ক) কয়লা

(খ) পেট্ৰল

(গ) লিগনাইট

(ঘ) খৰি

উত্তৰ: (ঘ) খৰি।

(১৬) পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে ?

(ক) 70

(খ) 97

(গ) 60

(ঘ) 50

উত্তৰ: (খ) 97

(১৭) ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ ভাণ্ডাৰ সৰ্ববৃহৎ ?

(ক) অংকলেশ্বৰ 

(খ) বোম্বে হাই

(গ) কালোল

(ঘ) নাহৰকটীয়া

উত্তৰ: (খ) বোম্বে হাই।

(১৮) তলত দিয়া কোনবিধ সজুলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰৱলতা জোখা হয় ?

(ক) থাৰ্ম’মিটাৰ

(খ) পাইৰ’মিটাৰ

(গ) বেৰ’মিটাৰ

(ঘ) চিস্ম’গ্ৰাফ 

উত্তৰ: (ঘ) চিস্ম’গ্ৰাফ।

(১৯) তলত দিয়া কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয় ?

(ক) কেলছিয়াম চালফেট

(খ) মেগনেছিয়াম ক্ল’ৰাইড 

(গ) মেগনেছিয়াম চালফেট

(ঘ) চোডিয়াম ক্ল’ৰাইড

উত্তৰ: (ঘ) চোডিয়াম ক্ল’ৰাইড।

(২০) পৃথিৱীৰ কম উন্নত (LDC) দেশবোৰৰ মুঠ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় কিমান ভাগ ?

(ক) 40

(খ) 78

(গ) 60

(ঘ) 90

উত্তৰ: (খ) 78

(২১) পৰুৱাবোৰ

(ক) পৰপোষী

(খ) তৃণভোজী

(গ) মৃতভোজী বা উচ্ছিষ্টভোজী

(ঘ) মাংসভোজী

উত্তৰ: (গ) মৃতভোজী বা উচ্ছিষ্টভোজী।

(২২) পৃথিৱীৰ বায়ুমণ্ডলৰ বৰ্হিভাগত আপতিত হোৱা মুঠ সৌৰ বিকিৰণৰ শতকৰা কিমান ভাগ বায়ুমণ্ডলৰ দ্বাৰা 

শোষিত হয় ?

(ক) 20

(খ) 40

(গ) 30

(ঘ) 60

উত্তৰ: (ক) 20

(২৩) গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত ?

(ক) প্ৰথম

(খ) দ্বিতীয়

(গ) তৃতীয়

(ঘ) চতুৰ্থ

উত্তৰ: (খ) দ্বিতীয়।

(২৪) বায়ুমণ্ডলত নাইট্ৰ’জেনৰ শতকৰা পৰিমাণ কিমান ?

(ক) 68 ভাগ

(খ) 88 ভাগ

(গ) 78 ভাগ

(ঘ) 58 ভাগ

উত্তৰ: (গ) 78 ভাগ।

(২৫) পৰিস্থিতি তন্ত্ৰ (ecosystem) নামটো কোনে দিছিল ?

(ক) Tansley

(খ) Odum

(গ) Hackel

(ঘ) Danish

উত্তৰ: (গ) Hackel.

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top