⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

(২৬) নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয় ?

(ক) বায়’ম

(খ) স্থিৰ জলজ (lentic)

(গ) প্ৰবাহমান জলজ (lotic)

(ঘ) সামুদ্ৰিক

উত্তৰ: (গ) প্ৰবাহমান জলজ (lotic).

(২৭) তলত দিয়া কোনবিধ উপাদান স্বপোষী ?

(ক) বতাহ

(খ) সৌৰ বিকিৰণ

(গ) মাটি

(ঘ) সেউজীয়া উদ্ভিদ

উত্তৰ: (ঘ) সেউজীয়া উদ্ভিদ।

(২৮) কি অণুজীৱ নাইট্ৰ’জেন স্থিৰীকৰণৰ সৈতে জড়িত ?

(ক) বেছিলাছ

(খ) নীলা সেউজীয়া শেলাই, এনাবিনা

(গ) মাইট্ৰ’মনাছ

(ঘ) এনি’মাইট

উত্তৰ: (খ) নীলা সেউজীয়া শেলাই, এনাবিনা।

(২৯) কোনো এটা নিৰ্দাৰিত অঞ্চলত (যেনে, এটা হ্ৰদত) থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদক একেলগে কি বুলি কোৱা 

হয় ?

(ক) বায়’স্পিয়াৰ

(খ) পৰিস্থিতি তন্ত্ৰ

(গ) বায়’ম

(ঘ) জৈৱিক পদাৰ্থ

উত্তৰ : (গ) বায়’ম।

(৩০) এশিঙীয়া গড় কোন অঞ্চলৰ থলুৱা প্ৰাণী

(ক) নীলগিৰি অঞ্চল

(খ) সুন্দৰবন অঞ্চল

(গ) অসম

(ঘ) গিৰ বনাঞ্চল

উত্তৰ: (গ) অসম।

(৩১) বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা (Silent Valley) ক’ত অৱস্থিত ?

(ক) কেৰেলা

(খ) কৰ্ণাটক

(গ) অন্দ্ৰপ্ৰদেশ

(ঘ) উত্তৰাখণ্ড

উত্তৰ: (ক) কেৰেলা।

(৩২) বহি:স্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ কি ?

(ক) ৰাষ্ট্ৰীয় উদ্যান

(খ) চিৰিয়াখানা

(গ) অভয়াৰণ্য

(ঘ) অৰণ্য

উত্তৰ: (খ) চিৰিয়াখানা।

(৩৩) ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয় ?

(ক) সম্পূৰ্ণ পৰিস্থিতি তন্ত্ৰ

(খ) উদ্ভিদ আৰু প্ৰাণী

(গ) অকল প্ৰাণী

(ঘ) অকল উদ্ভিদ

উত্তৰ: (খ) উদ্ভিদ আৰু প্ৰাণী।

(৩৪) কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত

(ক) নীৰিহ প্ৰাণী

(খ) অৰ্থনৈতিকভাৱে লাভজনক প্ৰাণী

(গ) ভয়ানক প্ৰাণী

(ঘ) অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী

উত্তৰ: (ঘ) অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী।

(৩৫) কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে ?

(ক) স্তন্যপায়ী

(খ) মৎস্য

(গ) সৰীসৃপ

(ঘ) পক্ষী

উত্তৰ: (গ) সৰীসৃপ।

(৩৬) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন ?

(ক) কানহা

(খ) কৰ্বেট

(গ) পেৰিয়াৰ

(ঘ) কাজিৰঙা

উত্তৰ: (খ) কৰ্বেট।

(৩৭) ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি ?

(ক) বাঘ

(খ) সিংহ

(গ) হাতী

(ঘ) বান্দৰ

উত্তৰ: (ক) বাঘ।

(৩৮) উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় উদ্ভিদ হৈছে 

(ক) ভোটএৰা

(খ) আমলখি

(গ) কলচী উদ্ভিদ

(ঘ) শিমলু

উত্তৰ: (গ) কলচী উদ্ভিদ।

(৩৯) সর্পগন্ধা কি ?

(ক) এবিধ গোন্ধ থকা সাপ

(খ) এবিধ বনৌষধি

(গ) এবিধ সাপৰ দৰে লতা

(ঘ) এবিধ লুপ্ত উদ্ভিদ

উত্তৰ: (খ) এবিধ বনৌষধি।

(৪০) মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা ডড’ চৰাই এতিয়া

(ক) দুৰ্লভ প্ৰজাতি

(খ) স্পৰ্শকাতৰ প্ৰজাতি

(গ) লুপ্ত প্ৰায় প্ৰজাতি

(ঘ) লুপ্ত প্ৰজাতি

উত্তৰ: (ঘ) লুপ্ত প্ৰজাতি।

(৪১) জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল

(ক) তেজক্ৰিয় প্ৰদূষণ

(খ) জল প্ৰদূষণ

(গ) বায়ু প্ৰদূষণ

(ঘ) স্থুল প্ৰদূষণ

উত্তৰ: (খ) জল প্ৰদূষণ।

(৪২) ইউক্ৰেইনত অৱস্থিত চেৰ্ণ’বিল নিউক্লীয় ৰিয়ে”ৰত কোন চনত দুৰ্গটনা ঘটিছিল ?

(ক) 1986

(খ) 1996

(গ) 2006

(ঘ) 1984

উত্তৰ: (ক) 1986

(৪৩) উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ হ’ল

(ক) সহঅৱস্থান

(খ) খাদ্য

(গ) আশ্ৰয়

(ঘ) পৰিস্থিতি

উত্তৰ: (খ) খাদ্য।

(৪৪) ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন ?

(ক) ড° এম. এচ. স্বামীনাথন

(খ) চি. ভি. ৰমণ

(গ) ড° জগদীশ চন্দ্ৰ বসু

(ঘ) আৰ. ভেংকটস্বামী

উত্তৰ: (ক) ড° এম. এচ. স্বামীনাথন।

(৪৫) বিশ্ব পৰিৱেশ দিৱস

(ক) 15 জুন

(খ) 5 জুন

(গ) 5 জুলাই

(ঘ) 15 জুলাই

উত্তৰ: (খ) 5 জুন।

(৪৬) ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

(ক) 28 জানুৱাৰী

(খ) 28 ফেব্ৰুৱাৰী

(গ) 30 ফেব্ৰুৱাৰী

(ঘ) 30 জানুৱাৰী

উত্তৰ: (ঘ) 30 জানুৱাৰী।

(৪৭) বিশ্ব জল দিৱস

(ক) 20 ডিচেম্বৰ

(খ) 20 জানুৱাৰী

(গ) 20 ফেব্ৰুৱাৰী

(ঘ) 20 মাৰ্চ

উত্তৰ: (ঘ) 20 মাৰ্চ।

(৪৮) বিশ্ব বন দিৱস (World Forest Day)

(ক) 21 জুন

(খ) 21 মে

(গ) 21 মাৰ্চ

(ঘ) 21 এপ্ৰিল

উত্তৰ: (গ) 21 মাৰ্চ।

(৪৯) বিশ্ব স্বাস্থ্য দিৱস

(ক) 7 এপ্ৰিল

(খ) 7 মে

(গ) 7 জুন

(ঘ) 7 জুলাই

উত্তৰ: (ক) 7 এপ্ৰিল।

(৫০) বসুধা দিৱস (Earth Day)

(ক) 22 এপ্ৰিল

(খ) 22 ডিচেম্বৰ

(গ) 22 অক্টোবৰ

(ঘ) 22 জুন

উত্তৰ: (ক) 22 এপ্ৰিল‌।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top