MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

(৫১) বিশ্ব জনসংখ্যা দিৱস

(ক) 11মাৰ্চ

(খ) 11 এপ্ৰিল

(৫১) বিশ্ব জনসংখ্যা দিৱস

(ক) 11মাৰ্চ

(খ) 11 এপ্ৰিল

(গ) 11 জুলাই

(ঘ) 11 জানুৱাৰী

উত্তৰ: (গ) 11 জুলাই।

(৫২) ধপাত নিষিদ্ধ দিৱস (World No-Tobacco Day)

(ক) 31 জানুৱাৰী

(খ) 31 মে

(গ) 31 জুলাই

(ঘ) 31 আগষ্ট

উত্তৰ: (খ) 31 মে।

(৫৩) ভূপাল গেছ দুৰ্গটনা কেতিয়া ঘটিছিল ?

(ক) 1984 চনৰ 2 ডিচেম্বৰ

(খ) 1986 চনৰ 2 ডিচেম্বৰ

(গ) 1983 চনৰ 5 জানুৱাৰী

(ঘ) 1985 চনৰ 5 জানুৱাৰী

উত্তৰ: (ক) 1984 চনৰ 2 ডিচেম্বৰ।

(৫৪) ভূপাল গেছ দুৰ্গটনাত কোনবিধ বিষাক্ত গেছৰ কাৰণে প্ৰায় 5100 লোক মৃত্যু মুখত পৰিছিল ?

(ক) IMC

(খ) CIM

(গ) MIC

(ঘ) MCI

উত্তৰ: (গ) MIC

(৫৫) ৰিখটাৰ স্কেলত যি ভূমিকম্পৰ প্ৰাবল্য 7 আৰু 7.9 ৰ ভিতৰত থাকে তাকে বোলে

(ক) বৃহৎ ভূমিকম্প 

(খ) অতি বৃহৎ ভূমিকম্প

(গ) ধ্বংসকাৰী ভূমিকম্প

(ঘ) অনিষ্টকাৰী ভেমিকম্প

উত্তৰ: (ক) বৃহৎ ভূমিকম্প।

(৫৬) উইলি উইলি কি ?

(ক) আমেৰিকাৰ চক্ৰবাত

(খ) আফ্ৰিকাৰ চক্ৰবাত

(গ) অষ্ট্ৰেলিয়াৰ চক্ৰবাত

(ঘ) ফিলিপাইনৰ চক্ৰবাত

উত্তৰ: (গ) অষ্ট্ৰেলিয়াৰ চক্ৰবাত।

(৫৭) ইন্দোনেচিয়াৰ কোন দ্বীপত 2004 চনৰ 26 ডিচেম্বৰত হোৱা বৃহৎ ভূমিকম্পৰ বাবে চুনামী হৈছিল ?

(ক) আন্দামান

(খ) সুমাত্ৰা

(গ) জাভা

(ঘ) ফিজি

উত্তৰ: (খ) সুমাত্ৰা।

(৫৮) ষ্ট্ৰেট’স্পিয়াৰত থকা কি গেছে অতি বেগুনী ৰশ্মি শোষণ কৰে ?

(ক) অক্সিজেন

(খ) অ’জন

(গ) হাইড্ৰ’জেন

(ঘ) নাইট্ৰ’জেন

উত্তৰ: (খ) অ’জন।

(৫৯) তলত দিয়া কোনবিধ গেছক সেউজ গৃহ গেছ নোবোলে ?

(ক) কাৰ্বন ডাই-অক্সাইড

(খ) মিথেন

(গ) অক্সিজেন

(ঘ) ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন

উত্তৰ: (গ) অক্সিজেন।

(৬০) ফ্ল’ৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ কি অংগ প্ৰথমে প্ৰভাৱিত হয় ?

(ক) গাৰ ছাল

(খ) হাওঁফাওঁ

(গ) ৰিদৈযন্ত্ৰ

(ঘ) দাত

উত্তৰ: (ঘ) দাত।

(৬১) কোনবিধ প্ৰদূষকৰদ্বাৰা তাজমহলৰ ক্ষতি হব পাৰে বুলি আশংকা কৰা হৈছে ?

(ক) সীহ

(খ) চালফাৰ ডাই-অক্সাইড

(গ) মিথেন

(ঘ) ক্ল’ৰিন

উত্তৰ: (খ) চালফাৰ ডাই-অক্সাইড।

(৬২) কোনবিধ প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয় ?

(ক) চালফাৰ ডাই-অক্সাইড

(খ) হাইড্ৰ’জেন চালফাইড

(গ) পাৰা

(ঘ) নিকেল

উত্তৰ: (গ) পাৰা।

(৬৩) কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয় ?

(ক) নেন’মিটাৰ

(খ) হাৰ্টজ

(গ) ডেছিবেল

(ঘ) ফেথম

উত্তৰ: (গ) ডেছিবেল।

(৬৪) এলনিন’ (E1 Nimo) কি ?

(ক) দক্ষিণ আমেৰিকাৰ এখন পৰ্বত

(খ) গৰম পানীৰ সাগৰীয় সোত

(গ) নিগ্ৰো জাতিৰ মানুহ

(ঘ) এবিধ বিৰল পক্ষী

উত্তৰ: (খ) গৰম পানীৰ সাগৰীয় সোত।

কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল বা লক্ষ্য কৰিছিল চিনাক্ত কৰা-

(৬৫) সেউজগৃহ পৰিঘটনা

(ক) Muller

(খ) J. Fourier

(গ) J. C. Farman

(ঘ) Paul Ehlrich

উত্তৰ: (খ) J. Fourier

(৬৬) এন্টাৰ্কটিকাত অ’জন হোল

(ক) J. C. Farman

(খ) John Snow

(গ) C. Landsteiner

(ঘ) K. Bauhim

উত্তৰ: (ক) J. C. Farman

(৬৭) কলাকৰ্ষণ (Tissue Culture) 

(ক) Harrison

(খ) Muller

(গ) Cuvier

(ঘ) Platter

উত্তৰ: (ক) Harrison

(৬৮) তলত দিয়া কোনবিধ গেছে অ’জন বিনষ্ট নকৰে ?

(ক) ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন

(খ) মিথেন

(গ) নাইট্ৰাছ অক্সাইড

(ঘ) হাইড্ৰ’জেন

উত্তৰ: (ঘ) হাইড্ৰ’জেন।

(৬৯) বসন্ত ৰোগৰ বীজাণুৰ নাম কি

(ক) ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ

(খ) ৰেবিজ ভাইৰাছ

(গ) ভিব্ৰিঅ’ক’লেৰি

(ঘ) মাইক’ বেক্টেৰিয়াম লেপ্ৰি

উত্তৰ: (ক) ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ।

(৭০) জলাটংক ৰোগৰ বীজাণুৰ নাম কি ?

(ক) ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ

(খ) ৰেবিজ ভাইৰাছ

(গ) ভিব্ৰিঅ’ক’লেৰি

(ঘ) মাইক’বেক্টেৰিয়াম লেপ্ৰি

উত্তৰ: (খ) ৰেবিজ ভাইৰাছ।

(৭১) কলেৰা ৰোগৰ বীজানুৰ নাম কি ?

(ক) ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ

(খ) ৰেবিজ ভাইৰাছ

(গ) ভিব্ৰিঅ’ক’লেৰি

(ঘ) মাইক’বেক্টেৰিয়াম লেপ্ৰি

উত্তৰ: (গ) ভিব্ৰিঅ’ক’লেৰি।

(৭২) কুষ্ঠ ৰোগৰ বীজাণুৰ নাম কি ?

(ক) মাইক’ বেক্টেৰিয়াম লেপ্ৰি

(খ) মাইক’বেক্টেৰিয়াম

(গ) চালম’নেলা টাইফি

(ঘ) লাজম’ডিয়াম

উত্তৰ: (ক) মাইক’ বেক্টেৰিয়াম লেপ্ৰি।

(৭৩) মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম কি ?

(ক) এণ্টামিবা হিষ্ট’লাইটিকা

(খ) প্লাজম’ডিয়াম

(গ) চালম’নেলা

(ঘ) ভেৰিছেলা

উত্তৰ: (খ) প্লাজম’ডিয়াম।

(৭৪) এমিবিক গ্ৰহণীৰ বীজাণু কি ?

(ক) প্লাজম’ডিয়াম

(খ) ভেৰিছেলা

(গ) এণ্টামিবা হিষ্ট’লাইটিকা

(ঘ) মাইক’বেক্টেৰিয়াম

উত্তৰ: (গ) এণ্টামিবা হিষ্ট’লাইটিকা।

(৭৫) প্লেগ ৰোগৰ বীজাণুৰ নাম কি ?

(ক) পেষ্টিঅ’ৰেলা পেল্টিছ

(খ) প্লাজম’ডিয়াম

(গ) ভিব্ৰিঅ’ক’লেৰি

(ঘ) ভেৰিছেলা

উত্তৰ: (ক) পেষ্টিঅ’ৰেলা পেল্টিছ।

2 thoughts on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top