MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

Join Telegram channel

(১০১) পৰিৱেশ (সংৰক্ষণ) আইন

(ক) 1980

(খ) 1984

(গ) 1983

(ঘ) 1982

উত্তৰ: (ক) 1980

(১০২) তলত দিয়াবোৰৰ ভিতৰত কোনবিধ আৱৰ্জনা আটাইতকৈ অপকাৰী ?

(ক) প্লাষ্টিক

(খ) তেজক্ৰিয় আৱৰ্জনা

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) কাগজ

(ঘ) গোবৰ

উত্তৰ: (খ) তেজক্ৰিয় আৱৰ্জনা।

(১০৩) কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি ?

(ক) মেন’মিটাৰ

(খ) বেৰ’মিটাৰ

(গ) কনিমিটাৰ

(ঘ) ফেথ’মিটাৰ

উত্তৰ: (গ) কনিমিটাৰ।

(১০৪) তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য ?

(ক) কয়লা

(খ) ডিজেল

(গ) গেছলিন

(ঘ) পানী

উত্তৰ: (ঘ) পানী।

(১০৫) তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয় ?

(ক) সৌৰশক্তি

(খ) কয়লা

(গ) কাঠখৰি

(ঘ) কেৰাচিন তেল

উত্তৰ: (ক) সৌৰশক্তি।

(১০৬) মহা জৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি

(ক) পঞ্চম

(খ) দশম

(গ) একাদশ

(ঘ) নবম

উত্তৰ: (খ) দশম।

(১০৭) কোনবিধ জীৱ অক্সিজেন নোহোৱাকৈ জীয়াই থাকিব পাৰে ?

(ক) ভাইৰাছ

(খ) মাছ

(গ) উদ্ভিদ

(ঘ) কিছুমান বেক্টেৰিয়া

উত্তৰ: (ঘ) কিছুমান বেক্টেৰিয়া।

(১০৮) কি ৰাসায়নিক পদাৰ্থৰ কাৰণে বায়ুমণ্ডলৰ অ’জন স্তৰ ঘাইকৈ অৱক্ষয় প্ৰাপ্ত হ’ব ধৰিছে ?

(ক) ক্ল’ৰফ্ল’ৰ’ কাৰ্বন

(খ) কাৰ্বন মন’ক্সাইড

(গ) কাৰ্বন ডাই-অক্সাইড

(ঘ) নাইট্ৰ’জেন

উত্তৰ: (ক) ক্ল’ৰফ্ল’ৰ’ কাৰ্বন।

(১০৯) গ্ৰীণহাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে ?

(ক) দৃশ্য পোহৰ

(খ) ৰঞ্জন ৰশ্মি

(গ) অৱলোহিত ৰশ্মি

(ঘ) অতিবেগুনী ৰশ্মি

উত্তৰ: (গ) অৱলোহিত ৰশ্মি।

(১১০) যি জীৱে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইবোৰক বোলে

(ক) স্বপোষী

(খ) পৰপোষী

(গ) উপভোক্তা

(ঘ) বিযোজক

উত্তৰ: (ক) স্বপোষী।

(১১১) তলত দিয়া কোনটো নদীবান্ধ হৈ উঠা নাই ?

(ক) হীৰাকুড

(খ) ভাক্ৰা নাংগল

(গ) টেহৰি

(ঘ) শৰাইঘাট

উত্তৰ: (ঘ) শৰাইঘাট।

(১১২) পশ্চিম প্ৰশান্ত মাহাসাগৰ অঞ্চলত উঠা ভয়ানক ঘূৰ্ণী বতাহক কি বোলে ?

(ক) হাৰিকেন

(খ) টাইফুন 

(গ) চক্ৰবাত

(ঘ) উইলি উইলি

উত্তৰ: (খ) টাইফুন।

(১১৩) পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাষ্ম ইন্ধন হৈছে-

(ক) কয়লা

(খ) পেট্ৰ’লিয়াম

(গ) প্ৰাকৃতিক গেছ

(ঘ) ইউৰেনিয়াম

উত্তৰ: (ক) কয়লা।

(১১৪) উদ্ভিদৰ পাতত থকা ক্ল’ৰ’ফিলৰ ৰং কি ?

(ক) হালধীয়া

(খ) সেউজীয়া

(গ) মুগা

(ঘ) যিকোনো

উত্তৰ: (খ) সেউজীয়া।

(১১৫) ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন কি ?

(ক) ষ্ট্ৰেট’স্পিয়াৰত থকা অ’জন ধ্বংসকাৰী গেছ

(খ) ট্ৰপ’স্পিয়াৰত অক্সিজেন উৎপাদনকাৰী গেছ

(গ) গাড়ী-মটৰৰ ধোৱাত থকা গেছ

(ঘ) এবিধ উত্তম জীৱাষ্ম ইন্ধন 

উত্তৰ: (ক) ষ্ট্ৰেট’স্পিয়াৰত থকা অ’জন ধ্বংসকাৰী গেছ।

(১১৬) ইউক্ৰেইনত স্থাপিত 1000 MW ক্ষমতাৰ চেৰ্নবিল নিউক্লীয় ৰিয়ে”ৰৰ দুৰ্গটনা

(ক) 1984 চনত হৈছিল আৰু 2000 তকৈ অধিক লোকৰ মৃত্যু হৈছিল

(খ) 1986 চনত হৈছিল আৰু 2 লাখতকৈ অধিক লোকৰ মৃত্যু হৈছিল

(গ) 1986 চনত হৈছিল আৰু 2000 তকৈ অধিক লোকৰ মৃত্যু হৈছিল

(ঘ) 1990 চনত হৈছিল আৰু 20 হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল

উত্তৰ: (গ) 1986 চনত হৈছিল আৰু 2000 তকৈ অধিক লোকৰ মৃত্যু হৈছিল।

(১১৭) তৃণভোজী প্ৰাণীক ভক্ষণ কৰি জীয়াই থকা প্ৰাণী (যেনে, ভেকুলী) বোৰক বোলে

(ক) মুখ্য উপভোক্তা

(খ) গৌণ উপভোক্তা

(গ) তৃতীয় উপভোক্তা

(ঘ) সৰ্বভক্ষী

উত্তৰ: (খ) গৌণ উপভোক্তা।

(১১৮) জৈৱ গেছ হৈছে এবিধ প্ৰদূষণমুক্ত ইন্ধন; ইয়াৰ প্ৰধান উপাদান হৈছে

(ক) ক্ল’ৰিণ, ফ্লৰিণ, ব্ৰ’মিন

(খ) হাইড্ৰ’জেন, অক্সিজেন, নাইট্ৰ’জেন

(গ) হাইড্ৰ’জেন, কাৰ্বন ডাই-অক্সাইড, নাইট্ৰ’জেন

(ঘ) মিথেন, কাৰ্বন ডাই-অক্সাইড, হাইড্ৰ’জেন আৰু হাইড্ৰ’জেন চালফাইড

উত্তৰ: (ঘ) মিথেন, কাৰ্বন ডাই-অক্সাইড, হাইড্ৰ’জেন আৰু হাইড্ৰ’জেন চালফাইড।

(১১৯) পানীৰ উপস্থিতিত অবায়ৱিক বেক্টেৰিয়াৰ সহায়ত পচন ঘটাই উৎপন্ন কৰা গোবৰ গেছ কি ?

(ক) এবিধ প্ৰদূষণযুক্ত জৈৱ গেছ (bio gas)

(খ) এবিধ প্ৰদূষণকাৰী কিন্তু কাৰ্যক্ষম জীৱাষ্ম ইন্ধন

(গ) এবিধ প্ৰদূষণমুক্ত জীৱাষ্ম ইন্ধন

(ঘ) গৰুৰ গোহালিৰ পৰা নিৰ্গত হোৱা এবিধ বিষাক্ত গেছ

উত্তৰ: (ক) এবিধ প্ৰদূষণযুক্ত জৈৱ গেছ (bio gas)।

(১২০) অবায়ৱিক বেক্টেৰিয়াই (anaerobic bacteria) কি কৰে ?

(ক) যিকোনো অৱস্থাত থকা জৈৱ পদাৰ্থৰ পচন ঘটায়।

(খ) পানীৰ তলত থকা জীৱিত প্ৰাণীৰ মৃত্যু ঘটায়।

(গ) জীৱিত অৱস্থাত উদ্ভিদৰ দেহত পচন ঘটায়।

(ঘ) অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ (organic matter) বিযোজন ঘটায়।

উত্তৰ: (ঘ) অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ (organic matter) বিযোজন ঘটায়।

(১২১) চুনামী (Tsunami) কি ?

(ক) সাগৰীয় ঢৌ।

(খ) মহাসাগৰীয় ঢৌ।

(গ) সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয় ঢৌ।

(ঘ) এবিধ জাপানী ঢৌ

উত্তৰ: (গ) সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয় ঢৌ।

(১২২) চিপকো আন্দোলন (Chipko Movement) কোন ৰাজ্যত হৈছিল ?

(ক) কৰ্ণাটক

(খ) উত্তৰ প্ৰদেশ

(গ) অসম

(ঘ) কেৰেলা

উত্তৰ: (খ) উত্তৰ প্ৰদেশ।

(১২৩) প্ৰদূষণৰ পৰা তাজমহল ৰক্ষা কৰাৰ বাবে সুদীৰ্ঘ দিন ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত আইনী যুদ্ধ চলোৱা 

ব্যক্তিগৰাকী হ’ল

(ক) এম চি মেহতা

(খ) চণ্ডীচৰণ ভাট

(গ) মেধা পাটেকাৰ

(ঘ) এচ বহুগুণা

উত্তৰ: (ক) এম চি মেহতা।

(১২৪) নিজম উপত্যকা (Silent Valley) কি ?

(ক) কেৰেলাত অৱস্থিত বৰ্ষাৰণ্য (tropical rainforest)

(খ) কৰ্ণাটকত অৱস্থিত বৰ্ষাৰণ্য

(গ) মহাৰাষ্ট্ৰত অৱস্থিত বৰ্ষাৰণ্য

(ঘ) কেৰেলাৰ এটা অৰণ্য ধ্বংস কৰা অঞ্চল

উত্তৰ: (ক) কেৰেলাত অৱস্থিত বৰ্ষাৰণ্য (tropical rainforest)।

(১২৫) ভাগীৰথী নদীত তেহৰি বান্ধ বন্ধাৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ নেতৃত্ব কোনে দিছিল ?

(ক) চণ্ডীচৰণ ভাট

(খ) বাবা আমতে

(গ) সুন্দৰলাল বহুগুণা

(ঘ) এম চি মেহতা

উত্তৰ: (গ) সুন্দৰলাল বহুগুণা।

1 thought on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top