⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

(৩০১) হৰিণাবোৰ-

(ক) প্ৰাথমিক উপভোক্তা

(খ) দ্বিতীয় উপভোক্তা

(গ) পচনকাৰী

(ঘ) এটাও নহয়

উত্তৰ: (ক) প্ৰাথমিক উপভোক্তা।

(৩০২) তলত দিয়া কোনটো অঞ্চলত অতিপাত ঠাণ্ডা পৰে আৰু অলপ কেইমাহমান গ্ৰীষ্মকাল পৰে ?

(ক) টাইগা (Taiga)

(খ) এণ্টাৰ্কটিকা (Antarctica)

(গ) উত্তৰ মেৰু অঞ্চল (North polar region)

(ঘ)তুন্দ্ৰা অঞ্চল (Tundra)

উত্তৰ: (ঘ) তুন্দ্ৰা অঞ্চল (Tundra)।

(৩০৩) ভাৰতৰ মুঠ মাটি কালিৰ শতকৰা কিমান ভাগত অৰণ্য আছে ?

(ক) 17.55

(খ) 11.55

(গ) 20

(ঘ) 30

উত্তৰ: (ক) 17.55

(৩০৪) বায়ুৰ আদ্ৰতা খোজ সজুলীটোৰ নাম কি ?

(ক) ফটোমিটাৰ

(খ) মেনোমিটাৰ

(গ) হাইগ্ৰ’মিটাৰ

(ঘ) হাইড্ৰ’মিটাৰ

উত্তৰ: (গ) হাইগ্ৰ’মিটাৰ।

(৩০৫) ভাৰতৰ কোন অঞ্চলত বৰ্ষাৰণ্য আছে (tropical rainforest) ?

(ক) আন্দামান

(খ) দাৰ্জিলিং

(গ) কৰ্ণাটক

(ঘ) জম্মু

উত্তৰ: (ক) আন্দামান।

(৩০৬) পৃথিৱীত কাৰ্বন ডাই-অক্সাইড নথকাহেতেন ভূ-পৃষ্ঠৰ উষ্ণতা কেনে হ’লহেতেন ?

(ক) একে থাকিলহেতেন

(খ) বাঢ়িগ’লহেতেন

(গ) কমিগ’লহেতেন

(ঘ) অনিশ্চিত

উত্তৰ: (গ) কমিগ’লহেতেন।

(৩০৭) পৃথিৱীৰ জলবায়ু কি গেছৰ গাঢ়তা বৃদ্ধি হোৱা কাৰণে সংকতাপন্ন হৈছে ?

(ক) কাৰ্বন ডাই-অক্সাইড

(খ) নাইট্ৰ’জেন

(গ) এম’নিয়া

(ঘ) অক্সিজেন

উত্তৰ: (ক) কাৰ্বন ডাই-অক্সাইড।

(৩০৮) পৃথিৱীৰ বাৰিমণ্ডল বা জলমণ্ডলত-

(ক) পানীৰ ভাণ্ডাৰ থাকে

(খ) জীৱৰ ভাণ্ডাৰ থাকে

(গ) অকল উদ্ভিদ থাকে

(ঘ) অকল প্ৰাণী থাকে

উত্তৰ: (ক) পানীৰ ভাণ্ডাৰ থাকে।

(৩০৯) শিলামণ্ডলটো-

(ক) অকল সাগৰ তলিত থাকে

(খ) অকল পৰ্বতৰ ওপৰত থাকে

(গ) পৃথিৱীৰ উপৰিভাগৰ গোটা অংশ, খোলা আৰু আৱৰণৰ সমষ্টি

(ঘ) বায়ুমণ্ডল আৰু সমুদ্ৰৰ সমষ্টি

উত্তৰ: (গ) পৃথিৱীৰ উপৰিভাগৰ গোটা অংশ, খোলা আৰু আৱৰণৰ সমষ্টি।

(৩১০) বায়ুমণ্ডলত থকা নাইট্ৰ’জেনৰ পৰিমাণ ওজন হিচাবে কিমান ?

(ক) 58%

(খ) 68%

(গ) 78%

(ঘ) 88%

উত্তৰ: (গ) 78%

(৩১১) বায়ুমণ্ডলত থকা নাইট্ৰ’জেন উদ্ভিদৰ শিপাই গ্ৰহণ কৰিব পৰা প্ৰক্ৰিয়াটোৰ নাম কি ?

(ক) নাইট্ৰ’জেন স্থিৰীকৰণ

(খ) অধ:ক্ষেপন

(গ) শ্বসন

(ঘ) প্ৰস্বেদন

উত্তৰ: (ক) নাইট্ৰ’জেন স্থিৰীকৰণ।

(৩১২) কাৰ্ব’হাইড্ৰেট, প্ৰটিন, DNA আৰু কাৰ্বনেটত থকা এটা সাধাৰণ মৌল কি ?

(ক) নাইট্ৰ’জেন

(খ) হাইড্ৰ’জেন

(গ) চালফাৰ

(ঘ) কাৰ্বন

উত্তৰ: (ঘ) কাৰ্বন।

(৩১৩) সাগৰ মহাসাগৰৰ পানীত কাৰ্বন ডাই-অক্সাইড-

(ক) দ্ৰৱীভূত হৈ থাকে

(খ) দ্ৰৱীভূত হ’ব নোৱাৰে

(গ) নাথাকে

(ঘ) গোট মাৰি থাকে

উত্তৰ: (ক) দ্ৰৱীভূত হৈ থাকে।

(৩১৪) বায়ুমণ্ডলত অক্সিজেনৰ ঘাটি পূৰণ কিহৰ কাৰণে হয় ?

(ক) আগ্নেয়গিৰি উদগীৰণ

(খ) ভূ-উষ্মীভৱন

(গ) সালোক সংশ্লেষণ

(ঘ) নাইট্ৰ’জেন স্থিৰীকৰণ

উত্তৰ: (গ) সালোক সংশ্লেষণ।

(৩১৫) ভূ-পৃষ্ঠৰ মুঠ পৃষ্ঠকালিৰ কিমান অংশত পানী আছে ?

(ক) 3/4

(খ) 2/3

(গ) 5/7

(ঘ) 1/2

উত্তৰ: (ক) 3/4

(৩১৬) পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ পানী পৰিষ্কাৰ ?

(ক) 1

(খ) 2

(গ) 3

(ঘ) 5

উত্তৰ: (গ) 3

(৩১৭) তলৰ কোনটো পানীৰ উৎস নহয় ?

(ক) বৰষুণৰ পানী

(খ) পৃষ্ঠজল

(গ) ভূ-গৰ্ভস্থ জল

(ঘ) মিউনিচিপাল পানীৰ ভাণ্ডাৰ

উত্তৰ: (ঘ) মিউনিচিপাল পানীৰ ভাণ্ডাৰ।

(৩১৮) কেলছিয়াম চালফেট, মেগনেছিয়াম বাইকাৰ্বনেট আৰু আৰু চালফেট লৱণ দ্ৰৱীভূত হৈ থকা পানী হৈছে-

(ক) খনিজ পানী

(খ) কঠিন পানী

(গ) কোমল পানী

(ঘ) ঘোলা পানী

উত্তৰ: (খ) কঠিন পানী।

(৩১৯) পানীত কি ৰাসায়নিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি পালে হাড় আৰু দাতৰ গঠন বিকৃত হ’ব পাৰে ?

(ক) ফ্ল’ৰিন

(খ) ক্ল’ৰিন

(গ) আয়’ডিন

(ঘ) চালফাৰ

উত্তৰ: (ক) ফ্ল’ৰিন।

(৩২০) কোনটো অশুদ্ধ নিৰ্ণয় কৰা: খোৱা পানী

(ক) বৰণহীন হ’ব লাগে

(খ) কঠিন হ’ব লাগে

(গ) আম্লিক বা ক্ষাৰীয় হ’ব নালাগে

(ঘ) জীৱাণুমুক্ত হ’ব লাগে

উত্তৰ: (খ) কঠিন হ’ব লাগে।

(৩২১) মাটিৰ প্ৰধান উপাদান তলত দিয়া কোনটো নহয় ?

(ক) কেলছিয়াম

(খ) মেগনেছিয়াম

(গ) কাৰ্বন

(ঘ) চিলিকন

উত্তৰ: (গ) কাৰ্বন।

(৩২২) জৈৱ মৃত্তিকাত (humus)

(ক) বৃহৎ পৰিমাণৰ জৈৱ যৌগ থাকে

(খ) কম পৰিমাণৰ জৈৱ যৌগ থাকে

(গ) জৈৱ আৰু অজৈৱ যৌগৰ পৰিমাণ সমান

(ঘ) সাৰুৱা মাটি নাথাকে

উত্তৰ: (ক) বৃহৎ পৰিমাণৰ জৈৱ যৌগ থাকে।

(৩২৩) পৃথিৱীত আপতিত হোৱা সৌৰ বিকিৰণৰ শতকৰা কিমান ভাগ পৃথিৱীয়ে শোষণ কৰে ?

(ক) 50%

(খ) 60%

(গ) 70%

(ঘ) 75%

উত্তৰ: (গ) 70%

(৩২৪) ক্ল’ৰ’ফ্ল’ৰ কাৰ্বনৰ উৎস কি ?

(ক) সালোক সংশ্লেষণ

(খ) আগ্নেয়গিৰিৰ উদগীৰণ

(গ) শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ

(ঘ) চক্ৰবাত

উত্তৰ: (গ) শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ।

(৩২৫) গোবৰ, শস্য আৰু শাক-পাচলিৰ অৱশিষ্ট অংশৰ পৰা কৃত্ৰিমভাৱে কেচুৰদ্বাৰা পচাই উৎপন্ন কৰা সাৰক কি 

সাৰ বোলে ?

(ক) পচন সাৰ

(খ) গোবৰ সাৰ

(গ) কেচুসাৰ

(ঘ) কৃত্ৰিম সাৰ

উত্তৰ: (গ) কেচুসাৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top