⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

(৭৬) কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয় ?

(ক) বসন্ত

(খ) কলেৰা

(গ) জলাটংক

(ঘ) পলিঅ’

উত্তৰ: (খ) কলেৰা।

(৭৭) কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয় ?

(ক) কলেৰা

(খ) টাইফয়ড

(গ) যক্ষ্মা

(ঘ) বসন্ত

উত্তৰ: (ঘ) বসন্ত।

(৭৮) কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয় ?

(ক) বসন্ত

(খ) কলেৰা

(গ) টাইফয়ড

(ঘ) পলিঅ’

উত্তৰ: (খ) কলেৰা।

(৭৯) কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা হয় ?

(ক) মেলেৰিয়া

(খ) কলেৰা

(গ) প্লেগ

(ঘ) কুষ্ঠ

উত্তৰ: (ক) মেলেৰিয়া।

(৮০) তলত দিয়া কোনবিধ ৰোগ সংক্ৰামক নহয় ?

(ক) ৰিদৈৰোগ

(খ) কলেৰা

(গ) বসন্ত

(ঘ) মেলেৰিয়া

উত্তৰ: (ক) ৰিদৈৰোগ।

(৮১) তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে ?

(ক) কলেৰা

(খ) কুষ্ঠ

(গ) যক্ষ্মা

(ঘ) বৰ্ণান্ধতা

উত্তৰ: (ঘ) বৰ্ণান্ধতা।

(৮২) জনসংখ্যা বৃদ্ধি হোৱাৰ কোনটো কাৰণ নগণ্য ?

(ক) উচ্চ শিক্ষা

(খ) দৰিদ্ৰতা

(গ) অন্ধ বিশ্বাস

(ঘ) কম বয়সত হোৱা বিবাহ

উত্তৰ: (ক) উচ্চ শিক্ষা।

(৮৩) নিজম উপত্যকা আন্দোলনৰ (Silent Valley Movement) গুৰি ধৰোতা কোন আছিল

(ক) বিষ্ণৌসকল

(খ) সুন্দৰ লাল বহুগুণা

(গ) কেৰেলা শাস্ত্ৰ পৰিষদ

(ঘ) মেৰী পাটকাৰ

উত্তৰ: (গ) কেৰেলা শাস্ত্ৰ পৰিষদ।

(৮৪) শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ কি শক্তি হ্ৰাস হয় ?

(ক) দৃষ্টি

(খ) স্মৃতি

(গ) শ্ৰৱণ

(ঘ) ভ্ৰমণ

উত্তৰ: (গ) শ্ৰৱণ।

(৮৫) কোনো স্থানত পানী বন্ধ হৈ থাকিলে মাটিৰ গুণাগুণ

(ক) একে থাকে

(খ) নষ্ট হয়

(গ) উত্তম হয়

(ঘ) কি হয় কব নোৱাৰি

উত্তৰ: (খ) নষ্ট হয়।

(৮৬) সেউজ গৃহ প্ৰভাৱত কাৰ্বন ডাই-অক্সাইডৰ অৱদান

(ক) নাই

(খ) কম

(গ) সৰ্বোচ্চ

(ঘ) অক্সিজেনতকৈ বেছি

উত্তৰ: (গ) সৰ্বোচ্চ।

(৮৭) 1972 চনত বিশ্ব পৰিৱেশ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল ?

(ক) নতুন দিল্লী

(খ) পেৰিছ

(গ) ষ্ট’কহ’ম

(ঘ) নাইৰোবি

উত্তৰ: (গ) ষ্ট’কহ’ম।

(৮৮) মাটিৰ বিকল্প

(ক) নাই

(খ) আছে

(গ) থাকিবও পাৰে

(ঘ) নাথাকিবও পাৰে

উত্তৰ: (ক) নাই।

(৮৯) কোনটো উৎসৰ পৰা মিথেন গেছ পোৱা নাযায় ?

(ক) ধাননি পথাৰ

(খ) গৰুৰ গাখীৰ

(গ) পশুধনৰ পচন প্ৰক্ৰিয়া

(ঘ) পেলনীয়া জাৱৰৰ দ’ম

উত্তৰ: (খ) গৰুৰ গাখীৰ।

(৯০) নাইট্ৰাছ অক্সাইডৰ পৰা

(ক) কোলাহল প্ৰদূষণ হয়

(খ) বিদ্যুৎ উৎপাদন কৰিব পাৰি

(গ) খেতি সাৰুৱা হয়

(ঘ) এচিড বৰষুণ হয়।

উত্তৰ: (ঘ) এচিড বৰষুণ হয়।

(৯১) খাদ্য শৃংখল যিমানে দীঘল হয় সিমানে

(ক) শক্তিৰ অপচয় বৃদ্ধি হয়

(খ) শক্তিৰ অপচয় হ্ৰাস হয়

(গ) শক্তিৰ অপচয় স্থিৰ হয়

(ঘ) হজম কঠিন হয়।

উত্তৰ: (ক) শক্তিৰ অপচয় বৃদ্ধি হয়।

(৯২) সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয় ?

(ক) কাৰ্বন ডাই-অক্সাইড

(খ) অক্সিজেন

(গ) নাইট্ৰ’জেন

(ঘ) মিথেন

উত্তৰ: (ক) কাৰ্বন ডাই-অক্সাইড।

(৯৩) কোন চনৰ পৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পৰ্য্যাৱৰণ পুৰস্কাৰ দি অহা হৈছে ?

(ক) 1984

(খ) 1986

(গ) 1987

(ঘ) 1983

উত্তৰ: (গ) 1987

(৯৪) নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল ?

(ক) মেধা পাটেকাৰ

(খ) সুন্দৰলাল বহুগুনা

(গ) মেইৰা কুমাৰ

(ঘ) মেনকা গান্ধী

উত্তৰ: (ক) মেধা পাটেকাৰ।

(৯৫) কোনবিধ ভাইৰাছৰ কাৰণে পক্ষীজ্বৰ (Bird’s flu) হয় ?

(ক) H1N2

(খ) H2N1

(গ) H1N1

(ঘ) H2N2

উত্তৰ: (গ) H1N1

(৯৬) ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কোন চনত স্থাপন কৰা হৈছিল ?

(ক) 1980

(খ) 1978

(গ) 1982

(ঘ) 1984

উত্তৰ: (ক) 1980

কোন চনত ভাৰতৰ তলত দিয়া আইনসমূহ প্ৰণয়ন কৰা হৈছিল ?

(৯৭) বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন

(ক) 1981

(খ) 1979

(গ) 1982

(ঘ) 1985

উত্তৰ: (ক) 1981

(৯৮) বনসংৰক্ষণ আইন

(ক) 1981

(খ) 1980

(গ) 1982

(ঘ) 1983

উত্তৰ: (খ) 1980

(৯৯) জল প্ৰদূষণ সংৰক্ষণ আইন

(ক) 1978

(খ) 1974

(গ) 1976

(ঘ) 1980

উত্তৰ: (খ) 1974

(১০০) বন্যপ্ৰাণী সংৰক্ষণ আইন

(ক) 1968

(খ) 1970

(গ) 1972

(ঘ) 1974

উত্তৰ: (গ) 1972

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top