MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.
MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ
(২৭৬) গ্ৰীষ্মপ্ৰধান অঞ্চলত প্ৰজাতিসমূহৰ বিলুপ্তিৰ প্ৰধান কাৰণ কি ?
(ক) নিৰ্বনানিকৰণ
(খ) বনানীকৰণ
(গ) প্ৰদূষণ
(ঘ) ভূমি অৱক্ষয়
উত্তৰ: (ক) নিৰ্বনানিকৰণ।
(২৭৭) ভাৰতীয় সংসদত জৈৱ বৈচিত্ৰ্য আইনখন (Biodiversity Act) কেতিয়া প্ৰণয়ন কৰা হয় ?
(ক) 1995
(খ) 2000
(গ) 2002
(ঘ) 1998
উত্তৰ: (গ) 2002
(২৭৮) WWF সংস্থাটোৰ প্ৰতীক কি ?
(ক) ৰঙা পাণ্ডা (Red Panda)
(খ) বাঘ
(গ) ভালুক
(ঘ) হৰিণা
উত্তৰ: (ক) ৰঙা পাণ্ডা (Red Panda)।
(২৭৯) ভাৰতত প্ৰথমে কোনখন ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হৈছিল ?
(ক) কাজিৰঙা
(খ) কানহা
(গ) কৰবেট
(ঘ) বান্দীপুৰ
উত্তৰ: (গ) কৰবেট।
(২৮০) ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি ?
(ক) ময়ূৰ
(খ) ভাটৌ
(গ) ৰাজহাহ
(ঘ) ঘনচিৰিকা
উত্তৰ: (ক) ময়ূৰ।
(২৮১) উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিৰ সৰ্বোত্তম সুৰক্ষা ক’ত থাকে ?
(ক) চিৰিয়াখানা
(খ) ৰাষ্ট্ৰীয় উদ্যান
(গ) অভয়াৰণ্য
(ঘ) উদ্ভিদ উদ্যান
উত্তৰ: (খ) ৰাষ্ট্ৰীয় উদ্যান।
(২৮২) তলত দিয়া কোনবিধ মুক্তভাৱে থকা বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেন স্থিৰীকৰণ কৰিব পাৰে ?
(ক) Nitrosomonas
(খ) Rhizobium
(গ) Pseudomonas
(ঘ) Azotobacter
উত্তৰ: (ঘ) Azotobacter
(২৮৩) তলত দিয়া কোনবিধ মাটি আটাইতকৈ কম সৰদ্ৰ ?
(ক) সাৰুৱা পলসুৱা মাটি (Loamy Soil)
(খ) পিট মাটি (Peaty Soil)
(গ) আঠালতীয়া মাটি (Clay Soil)
(ঘ) পলসুৱা মাটি (Silty Soil)
উত্তৰ: (গ) আঠালতীয়া মাটি (Clay Soil)।
(২৮৪) তলত দিয়া কিহৰ কাৰণে বায়ুৰ নাইট্ৰ’জেন স্থিৰীকৰণ হয় ?
(ক) শেলাই
(খ) নষ্টক (Nostoc)
(গ) মিথেন’জেন
(ঘ) এটাও নহয়
উত্তৰ: (খ) নষ্টক (Nostoc)।
(২৮৫) জৈৱ পদাৰ্থৰ বিযোজন কোনে কৰে ?
(ক) উদ্ভিদ
(খ) জীৱাণু
(গ) প্ৰট’জ’ৱা
(ঘ) এটাও নহয়
উত্তৰ: (খ) জীৱাণু।
(২৮৬) পৃথিৱীৰ মুঠ কাৰ্বনৰ শতকৰা 70 ভাগ ক’ত পোৱা যায় ?
(ক) অৰণ্য
(খ) ঘাহনি
(গ) খেতিপথাৰ
(ঘ) মহাসাগৰ
উত্তৰ: (ঘ) মহাসাগৰ।
(২৮৭) তলত দিয়া কি অঞ্চলত জৈৱ বৈচিত্ৰ্য সৰ্বাধিক দেখা যায় ?
(ক) বৰ্ষাৰণ্য অঞ্চল
(খ) মৰুভূমি
(গ) টুদ্ৰা অঞ্চল
(ঘ) সম উষ্ণতা অঞ্চল
উত্তৰ: (ক) বৰ্ষাৰণ্য অঞ্চল।
(২৮৮) ভাৰতত কোনে বনমহোৎসৱ আৰম্ভ কৰিছিল ?
(ক) কে এম মুন্সী
(খ) সুন্দৰ লাল বহুগুণা
(গ) বিনোৱাভাৱে
(ঘ) মতিলাল নেহৰু
উত্তৰ: (ক) কে এম মুন্সী।
(২৮৯) ভূমি সংৰক্ষণত কি কৰা হয় ?
(ক) ভূমি অধিক সাৰুৱা কৰা হয়
(খ) ভূমি অৱক্ষয় ঘটিবলৈ দিয়া হয়
(গ) বৰষুণ আৰু বতাহৰপৰা ভূমি অৱক্ষয় হ্ৰাস কৰা হয়
(ঘ) মাটি ভালদৰে চহোৱা হয়
উত্তৰ: (গ) বৰষুণ আৰু বতাহৰপৰা ভূমি অৱক্ষয় হ্ৰাস কৰা হয়।
(২৯০) পৃথিৱীৰ অলুণীয়া পানীৰ (fresh water) শতকৰা প্ৰায় 70 ভাগ ক’ত থাকে ?
(ক) এণ্টাৰ্কটিকা
(খ) গ্লেছিয়াৰ
(গ) গ্ৰিনলেণ্ড
(ঘ) মেৰুত থকা বৰফ
উত্তৰ: (ঘ) মেৰুত থকা বৰফ।
(২৯১) খাদ্য শৃঙ্খল এটাৰ ক’ত সৰ্বোচ্চ শক্তি জমা হৈ থাকে ?
(ক) তৃণভোজী
(খ) মাংসভোজী
(গ) উৎপাদক
(ঘ) পচনকাৰী
উত্তৰ: (গ) উৎপাদক।
(২৯২) পৰিস্থিতিতন্ত্ৰ এটাত শক্তি কাৰ যোগেদি প্ৰৱেশ কৰে ?
(ক) উৎপাদক
(খ) প্ৰাথমিক উপভোক্তা
(গ) গৌণ উপভোক্তা
(ঘ) পচনকাৰী
উত্তৰ: (ক) উৎপাদক।
(২৯৩) খাদ্য শৃঙ্খল এটাত তৃণভোজীবোৰ-
(ক) পচনকাৰী
(খ) প্ৰথম উপভোক্তা
(গ) দ্বিতীয় উপভোক্তা
(ঘ) উৎপাদক
উত্তৰ: (খ) প্ৰথম উপভোক্তা।
(২৯৪) তলত দিয়া কোনবিধ মাটিৰ পানী ধাৰণ ক্ষমতা সৰ্বাধিক ?
(ক) পলস (silt)
(খ) বালীয়া মাটি (sand)
(গ) আলতীয়া মাটি (clay)
(ঘ) শিলাময় মাটি (gravel)
উত্তৰ: (গ) আলতীয়া মাটি (clay)।
(২৯৫) এচিয়াৰ ঘাহনি অঞ্চলক কি নামেৰে জনা যায় ?
(ক) পেম্পাছ (pampas)
(খ) প্ৰেইৰিজ (prairies)
(গ) ষ্টেপিজ (steppes)
(ঘ) ভেলটছ (veldts)
উত্তৰ: (ক) পেম্পাছ (pampas)।
(২৯৬) জৈৱমণ্ডল কি ?
(ক) বায়ুমণ্ডল আৰু শিলামণ্ডল (atmosphere and lithosphere)
(খ) শিলামণ্ডল আৰু জলমণ্ডল (lithosphere and hydrosphere)
(গ) বায়ুমণ্ডল আৰু জলমণ্ডল
(ঘ) বায়ুমণ্ডল, জলমণ্ডল আৰু শিলামণ্ডল
উত্তৰ: (ঘ) বায়ুমণ্ডল, জলমণ্ডল আৰু শিলামণ্ডল।
(২৯৭) অৰণ্যত জৈৱিক উপাদান কি ?
(ক) উপভোক্তা
(খ) পচনকাৰী
(গ) উৎপাদক
(ঘ) আটাইকেইটা
উত্তৰ: (ঘ) আটাইকেইটা।
(২৯৮) জৈৱমণ্ডলত নাইট্ৰ’জেন পৰিমাণ কি কাৰণে স্থিৰ হৈ থাকে ?
(ক) নাইট্ৰ’জেন স্থিৰীকৰণ
(খ) ঔদ্যোগিক প্ৰদূষণ
(গ) নাইট্ৰ’জেনৰ শোষণ
(ঘ) নাইট্ৰ’জেন চক্ৰ
উত্তৰ: (ঘ) নাইট্ৰ’জেন চক্ৰ।
(২৯৯) পচনকাৰীবোৰ-
(ক) প্ৰটিষ্টা আৰু মনেৰা
(খ) বেক্টেৰিয়া আৰু ভেকুৰ
(গ) ভেকুৰ আৰু উদ্ভিদজগত
(ঘ) মনেৰা আৰু প্ৰাণীজগত
উত্তৰ: (খ) বেক্টেৰিয়া আৰু ভেকুৰ।
(৩০০) ভেকুলীয়ে পতংগ ভক্ষণ কৰে; গতিকে ভেকুলীবোৰ-
(ক) প্ৰাথমিক উপভোক্তা
(খ) দ্বিতীয় উপভোক্তা
(গ) তৃতীয়ক উপভোক্তা
(ঘ) উৎপাদক
উত্তৰ: (খ) প্ৰাথমিক উপভোক্তা।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Plese share this in english