Invitation to a Friend to attend his/ her Marriage Ceremony
(Address of the Writer)
Date______
Dear_______
You will be glad to know that on……., I am going to be married to……. He/She is the only son/daughter of Mr. and Mrs……. of……..
It is my earnest request that you be present at this happy moment of my life. I know that you are busy nowadays, yet I hope, you will comply with my request.
No more today. More when we meet. My best love to you.
Yours ever.
……………….
নিজৰ বিয়ালৈ বন্ধু/ বান্ধৱীক নিমন্ত্ৰণ।
ঠিকনা_______
তাৰিখ_________
মৰমৰ…………..
তই/তুমি জানিবলৈ পাই সুখী হবি/হ’বা যে অহা……… তাৰিখে……….. লগত মোৰ বিয়াৰ দিন ঠিক কৰিছো। তেওঁ শ্ৰী……………আৰু শ্ৰীমতী…………… ৰ একমাত্ৰ ল’ৰা/ছোৱালী।
তোৰ/তোমাৰ ওচৰত মোৰ বিশেষ অনুৰোধ, মোৰ জীৱনৰ এই শুভ মুহূৰ্তত তই/তুমি উপস্থিত থাকিবই লাগিব। মই জানো যে তই/তুমি আজিকালি খুব ব্যস্ত, তথাপি মোৰ দৃঢ় বিশ্বাস তই/তুমি মোৰ অনুৰোধ ৰক্ষা কৰি বিয়াত উপস্থিত থাকিবি/থাকিবা।
আজিলৈ বিশেষ নাই। লগ পালে সবিশেষ কথা হ’ম। মোৰ মৰম লবি/ল’বা।
ইতি
…………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application to Grant for Leave of absence in School | স্কুলত অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন
- Application for remission of school fees | স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আবেদন
- Application for school leaving certificate | ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ বাবে আবেদন
- Application for school admission | স্কুলত ছাত্র ভৰ্ত্তিৰ বাবে আবেদন
- Application for asking leave of absence tomorrow | অহাকালি স্কুলত অনুপস্থিত থকাৰ বাবে ছুটি প্ৰাৰ্থনা
- Application to Gram Panchayat for repairing of Village roads | গাওঁ পঞ্চায়ত সভাপতিৰ ওচৰত ৰাস্তাঘাট মেৰামতি কৰাৰ বাবে আবেদন
- NCERT Class 10 Hindi Kshitij Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.