Complaint for an excess Telephone bill
To
The Revenue Officer
Telephone Bhawan
Date: _______
Sub: Complaint for an excess Telephone bill
Dear Sir,
I am in receipt of the bill dated ________ Of my Telephone for the month of _______ But I regret to observe that the bill seems too high.
However, I am paying the bill off, but request you to make a proper enquiry about the matter and to adjust and deduct the excess amount in my next bill, if actually found excess.
The amount of this bill is surprisingly higher than what I usually pay every month. Therefore, I do sincerely hope that justice will be done to me and appreciating my difficulty in paying such a heavy amount, you will do the needful on receipt of this letter.
Thanking you.
Applicant’s Address
Yours faithfully
____________
বেচি টকাৰ টেলিফোন বিল পঠোৱাৰ বাবে অভিযোগ।
প্ৰতি,
_________
তাৰিখ: _______
বিষয়: বেচি টকাৰ টেলিফোন বিল পঠোৱাৰ বাবে অভিযোগ।
মহাশয়,
মোৰ উপৰোক্ত টেলিফোনৰ কাৰণে আপোনালোকে _________ তাৰিখে পঠোৱা,_________ মাহৰ বিল মই পাইছো। কিন্তু দুখেৰে সৈতে জনাও যে, বিলৰ টকাৰ পৰিমাণ খুব বেচি বুলি অনুমান হৈছে।
যিহওক, মই বিলৰ টকা জমা কৰি দিছো। কিন্তু এই বিষয়ে যথাযথভাৱে অনুসন্ধান কৰি চোৱাৰ বাবে অনুৰোধ কৰিলো। যদি বিলৰ টকা সচাকৈয়ে বেচিকৈ ধৰা হৈছে তেতিয়াহ’লে পিচৰ মাহৰ বিলৰ পৰা যেন সেইখিনি বাদ দি দিয়ে।
মই প্ৰতি মাহত বিলৰ যি টকা দিও তাতকৈ এই বিলৰ টকা বহুতো বেচি। সেয়েহে মই আশা কৰো, মোৰ প্ৰতি সুবিচাৰ কৰি আৰু ইমান বেচি টকাৰ বিল দিয়া মোৰ পক্ষে কষ্টকৰ এই কথা বিবেচনা কৰি মোৰ এই চিঠি পোৱাৰ লগে লগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
ধন্যবাদ।
আবেদনকাৰীৰ ঠিকনা
আপোনাৰ বিশ্বাসী
___________
Read Also:
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for New Telephone at Residence
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.