Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)

Application to the Corporation for a Birth Certificate: You can apply for your or your child’s birth certificate through online mode or physically. Although the Government portal is allowing you to apply for the birth certificate for almost all localities including urban and rural areas. However, in rural localities, the online application may not be processed in time.

Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন

Application to the Corporation for a Birth Certificate

Join Telegram channel

To, 

The Birth Registrar, 

…………………………..

Dear Sir,

With due respect I beg to state that my son Mr………………..Was born five years ago in this city and accordingly his birth was registered at that time in your office. As I shall have to get him admitted into a school, his birth certificate is invariably necessary for the purpose.

              Therefore I request you to be so good as to kindly issue a birth certificate in favour of my son and oblige.

              I hope that considering the urgency of my need, you will do the needful in time.

Applicant’s Address 

Date……………………….  

Yours faithfully 

জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন।

Application to the Corporation for a Birth Certificate

প্ৰতি 

বার্থ ৰেজিষ্টাৰ,

…………..পৌৰ নিগম

মহাশয়, 

যথাবিহিত সন্মানপূৰ্বক নিবেদন এই যে, মোৰ পুত্ৰ শ্ৰীমান……………….পাচ বছৰ আগতে এই চহৰত জন্ম গ্ৰহণ কৰে। সেইমতে সেই সময়ত তাৰ জন্ম আপোনালোকৰ অফিচত নথিভুক্ত কৰা হয়। এতিয়া তাক স্কুলত ভৰ্তি কৰিব লগা হোৱাৰ বাবে জন্মৰ প্ৰমাণ পত্ৰৰ আৱশ্যক হৈছে। 

                সেয়েহে আপোনাৰ ওচৰত মোৰ অনুৰোধ, অনুগ্ৰহ কৰি তাৰ জন্মৰ প্ৰমাণ পত্ৰখন দি বাধিত কৰিব।

              আশা কৰো, মোৰ প্ৰয়োজনৰ কথা বিবেচনা কৰি অবিলম্বে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

ধন্যবাদ-

আবেদনকাৰীৰ ঠিকানা-

তাৰিখ ……………….. 

আপোনাৰ বিশ্বাসী

…………………………..

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top