Application to repair an ‘out-of-order’ Telephone
To
The Chief Engineer
Telephone Bhawan
Date:________
Sub: Application to repair an ‘out-of-order’ Telephone
Dear Sir,
I request you hereby to kindly note that my Telephone (No.) has gone out-of-order since ________ This was informed to your complaint department on the same day over a public Telephone. But unfortunately no action has so far been taken.
As I have been facing much difficulties without it, I earnestly request you to send one of your mechanics to rectify its defects without further delay.
I shall be obliged if you will please take immediate action and do the needful.
Thanking you.
Address
Yours faithfully
___________
বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন।
প্ৰতি,
________
তাৰিখ:________
বিষয়: বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন।
মহাশয়,
ইয়াৰ দ্বাৰা আপোনাক অৱগত কৰিব বিচাৰিছো যে, মোৰ টেলিফোনটো (নং – 6005xxxxxx) যোৱা_______ তাৰিখৰ পৰা বেয়া হৈ আছে। মই সেইদিনাখনেই পাব্লিক টেলিফোন যোগে আপোনালোকৰ অভিযোগ বিভাগত এই বিষয়ে জনাও। কিন্তু দুৰ্ভাগ্যবশত: এই বিষয়ে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
টেলিফোন নোহোৱা বাবে মোৰ খুব অসুবিধা হৈছে। সেয়েহে আৰু বেচি পলম নকৰি আপোনালোকৰ মেকানিক পঠাই বেয়া হোৱা টেলিফোনটো ভাল কৰাৰ বাবে আপোনাক অনুৰোধ জনালো।
অনুগ্ৰহ কৰি অতি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিলে বাধিত হ’ম।
ধন্যবাদ।
আবেদনকাৰীৰ ঠিকনা
ইতি
আপোনাৰ বিশ্বাসী
………………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application for New Telephone at Residence
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.