🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি

Application for police permission in connection with the use of microphone.

To

The Officer-in-Charge.

………………….. Police station

Date:________

Sub: Application for police permission in connection with the use of microphone.

Sir,

I, the undersigned, Secretary of the…………… Club like to inform you that every year we worship……………..the pompously in our Club yard. This year on …………….in the evening we are going to organize a cultural function at the same venue. The function will start at 6p.m. and it is expected to be finished by 11.00P.M.. I, therefore, earnestly request you that you will accord us permission for use of microphones in the function during the above period.

Thanking you.

Address:

                      Yours faithfully

___________

মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি।

প্ৰতি,

অফিচাৰ ইন চাৰ্জ,

……………থানা

তাৰিখ:________

বিষয়: মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি।

মহাশয়,

মই, নিম্নস্বাক্ষৰকাৰী………ক্লাবৰ সম্পাদকে আপোনাক জনাব বিচাৰিছো যে, আমি প্ৰতি বছৰে খুব ধুমধামেৰে ক্লাব প্ৰাঙ্গনত পূজা কৰি আহিছো, এই বছৰো…….তাৰিখে সন্ধিয়া পূজা উপলক্ষে আমি এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছো। এই অনুষ্ঠান সন্ধিয়া ৬ বজাত আৰম্ভ হৈ ৰাতি বাৰ বজাৰ ভিতৰত শেষ হ’ব। সেই অনুষ্ঠানত আমি দুই এটা মাইক্ৰোফন ব্যৱহাৰ কৰিব বিচাৰিছো। সেয়েহে আপোনাক অনুৰোধ কৰো যে, আপুনি আমাৰ এই অনুষ্ঠানত উল্লেখিত সময়ৰ বাবে মাইক্ৰোফন ব্যৱহাৰৰ অনুমতি দিব।

ধন্যবাদ।

ঠিকনা………  

ইতি

আপোনাৰ বিশ্বাসী

………………………

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top