Application for police permission in connection with the use of microphone.
To
The Officer-in-Charge.
………………….. Police station
Date:________
Sub: Application for police permission in connection with the use of microphone.
Sir,
I, the undersigned, Secretary of the…………… Club like to inform you that every year we worship……………..the pompously in our Club yard. This year on …………….in the evening we are going to organize a cultural function at the same venue. The function will start at 6p.m. and it is expected to be finished by 11.00P.M.. I, therefore, earnestly request you that you will accord us permission for use of microphones in the function during the above period.
Thanking you.
Address:
Yours faithfully
___________
মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি।
প্ৰতি,
অফিচাৰ ইন চাৰ্জ,
……………থানা
তাৰিখ:________
বিষয়: মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি।
মহাশয়,
মই, নিম্নস্বাক্ষৰকাৰী………ক্লাবৰ সম্পাদকে আপোনাক জনাব বিচাৰিছো যে, আমি প্ৰতি বছৰে খুব ধুমধামেৰে ক্লাব প্ৰাঙ্গনত পূজা কৰি আহিছো, এই বছৰো…….তাৰিখে সন্ধিয়া পূজা উপলক্ষে আমি এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছো। এই অনুষ্ঠান সন্ধিয়া ৬ বজাত আৰম্ভ হৈ ৰাতি বাৰ বজাৰ ভিতৰত শেষ হ’ব। সেই অনুষ্ঠানত আমি দুই এটা মাইক্ৰোফন ব্যৱহাৰ কৰিব বিচাৰিছো। সেয়েহে আপোনাক অনুৰোধ কৰো যে, আপুনি আমাৰ এই অনুষ্ঠানত উল্লেখিত সময়ৰ বাবে মাইক্ৰোফন ব্যৱহাৰৰ অনুমতি দিব।
ধন্যবাদ।
ঠিকনা………
ইতি
আপোনাৰ বিশ্বাসী
………………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for New Telephone at Residence
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.