Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন

Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন: You can apply for your or your family Changing the Ration Shop through online mode or physically. Although allowing you to apply for the Changing the Ration Shop for almost all localities including urban and rural areas.

Join Telegram Groups

Application for Changing the Ration Shop

    To

    The Rationing Officer,

     ………………… Zone,

     Dear Sir,

     I beg to draw your kind notice to the fact that formerly living with my family at- (add.) I used to draw Ration from the Ration shop in that area. My family consists of five members and hold five Ration Cards. But as I have recently shifted to the following address with my family, it is not possible for us to draw Ration from the previous Ration shop which is far away from here. The Ration shop No……….. under your Rationing area is suitable for us.

          I would, therefore, request you to be kind enough to change our Ration shop No. so that we can draw our Ration at easy.

Thanking you, I remain.

Applicant’s Address

Date :                                 

Your faithfully

…………………….

থকা ঠাই পৰিৱৰ্তনৰ পিছত ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন

Application for Changing the Ration Shop

অফিচাৰৰ পদ আৰু 

অফিচৰ ঠিকনা

মহাশয়,

মই আপোনাৰ এই বিষয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে, মই আগতে পৰিয়ালসহ…….বাস কৰিছিলো আৰু সেই অঞ্চলৰ ৰেশ্বন দোকানৰ পৰাই ৰেশ্বন লৈছিলো। কিন্তু বৰ্তমান মই নিম্নলিখিত ঠাইলৈ ঘৰ বদলি কৰিছো। এতিয়া আৰু আগৰ দোকানৰ পৰা ৰেশ্বন লোৱা সম্ভৱ নহয়। কাৰণ আমাৰ ইয়াৰ পৰা সেই দোকানলৈ বহুত দূৰ। আপোনাৰ ৰেশ্বন এলেকাৰ ভিতৰতে ৰেশ্বন দোকান নং…………মোৰ বাবে সুবিধাজনক হ’ব।

           সেয়েহে মোৰ অনুৰোধ, আপুনি অনুগ্ৰহ কৰি মোৰ ৰেশ্বন দোকান পৰিৱৰ্তন কৰি দিলে আমাৰ ৰেশ্বন অনায়াসে তুলিব পাৰো।

          ধন্যবাদ।

          আবেদনকাৰীৰ ঠিকনা

          তাৰিখ……………        

আপোনাৰ বিশ্বাসী

……..…..…………

Leave a Reply

error: Content is protected !!
Scroll to Top