🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 5 সাগৰ- মহাসাগৰ

Class 8 Social Science MCQ Chapter 5 সাগৰ- মহাসাগৰ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 5 সাগৰ- মহাসাগৰ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 5 সাগৰ- মহাসাগৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

সাগৰ- মহাসাগৰ

Chapter – 5

PART – I: GEOGRAPHY

MCQ

১। ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ জলভাগে আগুৰি আছে?

(ক) ৬৯ শতাংশ।

(খ) ৩৮ শতাংশ।

(গ) ৭০ শতাংশ।

(ঘ) ৭১ শতাংশ।

উত্তৰঃ (ঘ) ৭১ শতাংশ।

২। ২৭। চুনামীৰ উচ্চতা কিমান মিটাৰ মান হোৱা দেখা যায়?

(ক) ১৫ মিটাৰ।

(খ) ১৪ মিটাৰ।

(গ) ১৯ মিটাৰ।

(ঘ) ৩০ মিটাৰ।

উত্তৰঃ (ক) ১৫ মিটাৰ।

৩। চুনামীৰ গতিবেগ ঘণ্টাত কিমান কিল’মিটাৰ বেছি হয়?

(ক) ৭০০ কিল’মিটাৰ।

(খ) ৪০০ কিল’মিটাৰ।

(গ) ৯০০ কিল’মিটাৰ।

(ঘ) ২০০ কিল’মিটাৰ।

উত্তৰঃ (ক) ৭০০ কিল’মিটাৰ।

৪। কিমান চনত চুনামীয়ে ভাৰতৰ পূব উপকূল অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল?

(ক) ১৯৯৭ চনৰ ২৮ ডিচেম্বৰত।

(খ) ২০০৪ চনৰ ২৬ ডিচেম্বৰত।

(গ) ২০০৫ চনৰ ১৬ জানুৱাৰীত।

(ঘ) ২০০৬ চনৰ ২৩ এপ্ৰিলত।

উত্তৰঃ (খ) ২০০৪ চনৰ ২৬ ডিচেম্বৰত।

৫। ৰিখ্টাৰ স্কেলত ভূমিকম্পটোৰ প্রাবল্য কিমান আছিল?

(ক) ৫.০ আছিল।

(খ) ২.০ আছিল।

(গ) ৯.০ আছিল।

(ঘ) ৬.০ আছিল।

উত্তৰঃ (গ) ৯.০ আছিল।

৬। ভূমিকম্পটোৱে ভাৰত মহাসাগৰত সৃষ্টি কৰা কিমান মিটাৰ ওখ চুনামী আছে?

(ক) ৬০ মিটাৰ।

(খ) ৮০ মিটাৰ।

(গ) ৭০ মিটাৰ।

(ঘ) ৩০ মিটাৰ।

উত্তৰঃ (ঘ) ৩০ মিটাৰ।

৭। ভূমিকম্পটোৱে সৃষ্টি কৰা চুনামীৰ গতিবেগ ঘণ্টাত প্ৰায় কিমান কিল’মিটাৰ আছে?

(ক) প্ৰায় ৮০০ কিল’মিটাৰ।

(খ) প্ৰায় ৩০০ কিল’মিটাৰ।

(গ) প্ৰায় ৭০০ কিল’মিটাৰ।

(ঘ) প্ৰায় ২০০ কিল’মিটাৰ।

উত্তৰঃ (ক) প্ৰায় ৮০০ কিল’মিটাৰ।

৮। কিমান চনত চাৰ আইজাক নিউটনে সাগৰ-মহাসাগৰৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ মধ্যকর্ষণ শক্তিৰ ফলত সাগৰত জোৱাৰৰ সৃষ্টি হয় বুলি ব্যাখ্যা কৰিছিল?

(ক) ১৭৫৬ চনত।

(খ) ১৬৩৮ চনত।

(গ) ১৯২৭ চনত।

(ঘ) ১৬৮৭ চনত।

উত্তৰঃ (ঘ) ১৬৮৭ চনত।

৯। চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে ইয়াক কি জোৱাৰ বুলি কোৱা হয়?

(ক) নাটনি জোৱাৰ।

(খ) বাসন্তী জোৱাৰ।

(গ) মুখ্য জোৱাৰ।

(ঘ) গৌণ জোৱাৰ।

উত্তৰঃ (খ) বাসন্তী জোৱাৰ।

১০। কোনো এটা জোৱাৰেই শক্তিশালী নহয় এই জোৱাৰক কি বুলি কোৱা হয়?

(ক) মুখ্য জোৱাৰ।

(খ) গৌণ জোৱাৰ।

(গ) বাসন্তী জোৱাৰ।

(ঘ) নাটনি জোৱাৰ।

উত্তৰঃ (ঘ) নাটনি জোৱাৰ।

১১। সূৰ্য চন্দ্ৰতকৈ কিমান গুণ ডাঙৰ?

(ক) ৫৮ মিলিয়ন।

(খ) ২৯ মিলিয়ন।

(গ) ৩০ মিলিয়ন।

(ঘ) ২৭ মিলিয়ন।

উত্তৰঃ (ঘ) ২৭ মিলিয়ন।

১২। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান কিলোমিটাৰ?

(ক) ৩৮,৪৪,৪০০ কিলোমিটাৰ।

(খ) ৪২,৮৬,৩০০ কিলোমিটাৰ।

(গ) ২৭,৪২,৯০০ কিলোমিটাৰ।

(ঘ) ৬২,৬৩,৮০০ কিলোমিটাৰ।

উত্তৰঃ (ক) ৩৮,৪৪,৪০০ কিলোমিটাৰ।

১৩। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিলোমিটাৰ?

(ক) ১৬,৭৫,০০,০০০ কিলোমিটাৰ।

(খ) ১৪,৯৬,০০,০০০ কিলোমিটাৰ।

(গ) ১৮,৫৬,০০,০০০ কিলোমিটাৰ।

(ঘ) ১৯,৫২,০০,০০০ কিলোমিটাৰ।

উত্তৰঃ (খ) ১৪,৯৬,০০,০০০ কিলোমিটাৰ।

১৪। সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) তিনিটা ভাগত।

(খ) দুইটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) পাঁচটা ভাগত।

উত্তৰঃ (ক) তিনিটা ভাগত।

১৫। প্লৱকবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) পাঁচটা ভাগত।

(খ) দুইটা ভাগত।

(গ) চাৰিটা ভাগত

(ঘ) তিনিটা ভাগত।

উত্তৰঃ (খ) দুইটা ভাগত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top