🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 4 বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Class 8 Social Science MCQ Chapter 4 বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 4 বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 4 বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Chapter – 4

PART – I: GEOGRAPHY

MCQ

১। গ্ৰাম্য বসতি অঞ্চলৰ প্ৰায় কিমান শতাংশ লোকে কৃষিকাৰ্যত নিয়োজিত হৈ থাকে?

(ক) ৪০ শতাংশ।

(খ) ৫০ শতাংশ।

(গ) ৭০ শতাংশ।

(ঘ) ৯০ শতাংশ।

উত্তৰঃ (গ) ৭০ শতাংশ।

২। আমাৰ অসম কিহৰ ওপৰত নিৰ্ভৰশীল?

(ক) কৃষি-কাৰ্যৰ।

(খ) ব্যৱসায়ৰ।

(গ) চৰকাৰীৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কৃষি-কাৰ্যৰ।

৩। গ্ৰাম্য বসতিৰ পৰা নগৰীয়া বসতি বা সৰু নগৰে বিস্তাৰ লাভ কৰি ডাঙৰ নগৰ হোৱাৰ যি প্ৰক্ৰিয়া তাকে সৰল অৰ্থত নগৰীকৰণ প্ৰক্ৰিয়াক কি বুলি কোৱা হয়?

(ক) গ্ৰাম্য বসতি।

(খ) নগৰীকৰণ বসতি।

(গ) নগৰ।

(ঘ) মহানগৰ।

উত্তৰঃ (খ) নগৰীকৰণ বসতি।

৪। নগৰত কিমান শতাংশ লোকে উদ্যোগ, বাণিজ্য আৰু বিভিন্ন সেৱামূলক কাৰ্যৰ লগত জড়িত হৈ থাকে?

(ক) ৭০ শতাংশ।

(খ) ৬০ শতাংশ।

(গ) ৪০ শতাংশ।

(ঘ) ৭৫ শতাংশ।

উত্তৰঃ (ঘ) ৭৫ শতাংশ।

৫। আমাৰ ভাৰতৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান আছে?

(ক) ৫,৫০০ জন।

(খ) ৯,৬০০ জন।

(গ) ৬,৮০০ জন।

(ঘ) ২,৩০০ জন।

উত্তৰঃ (ক) ৫,৫০০ জন।

৬। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰাৰম্ভিক জনসংখ্যা কিমান আছে?

(ক) ২,৫০০ জন।

(খ) ৫,৮০০ জন।

(গ) ৭,৪০০ জন।

(ঘ) ৯,১০০ জন।

উত্তৰঃ (ক) ২,৫০০ জন।

৭। নগৰ বুলিলে কম জনসংখ্যা আৰু সীমিত কাৰ্যৰ পৌৰ প্ৰশাসনিক এলেকা একোটাক নগৰক কি বুলি কোৱা হয়?

(ক) মহানগৰ।

(খ) নগৰ।

(গ) অতি মহানগৰ।

(ঘ) মেগাল’পলিছ।

উত্তৰঃ (খ) নগৰ।

৮। আমাৰ দেশত এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসনিক এলেকাক মহানগৰক কি বুলি কোৱা হয়?

(ক) নগৰ।

(খ) মেগাল’পলিছ।

(গ) নগৰীকৰণ প্ৰক্ৰিয়া।

(ঘ) মহানগৰ।

উত্তৰঃ (ঘ) মহানগৰ।

৯। এক নিযুতৰ পৰা পাঁচ নিযুত জনসংখ্যা থকা পৌৰবসতিক কি বুলি কোৱা হয়?

(ক) নগৰীকৰণ প্ৰক্ৰিয়া।

(খ) মেগাল’পলিছ।

(গ) অতি মহানগৰ।

(ঘ) নগৰ।

উত্তৰঃ (গ) অতি মহানগৰ।

১০। একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকন্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক কি বুলি কোৱা হয়?

(ক) নগৰ।

(খ) মহানগৰ।

(গ) অতি মহানগৰ।

(ঘ) মেগাল’পলিছ।

উত্তৰঃ (ঘ) মেগাল’পলিছ।

১১। উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহ কেইটা?

(ক) চাৰিটা।

(খ) দুইটা।

(গ) তিনিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) তিনিটা।

১২। ওচৰা-উচৰিকৈ থকা দুখন চহৰ মিলিত হ’লে তাক দ্বৈত বা যমজ চহৰক কি বুলি কোৱা হয়?

(ক) যমজ চহৰ।

(খ) নগৰ।

(গ) মহানগৰ।

(ঘ) অতি মহানগৰ।

উত্তৰঃ (ক) যমজ চহৰ।

১৩। অসমৰ প্ৰায় কিমান শতাংশ লোকে কৃষিকাৰ্য আৰু অন্যান্য প্ৰাথমিক বৃত্তিৰ লগত জড়িত?

(ক) ৯০ শতাংশ।

(খ) ৩০ শতাংশ।

(গ) ২০ শতাংশ।

(ঘ) ৭০ শতাংশ।

উত্তৰঃ (ঘ) ৭০ শতাংশ।

১৪। অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰৰ সংখ্যা কেইখন?

(ক) ৪৩ খন।

(খ) ৮৯ খন।

(গ) ৮৪ খন।

(ঘ) ৯২ খন।

উত্তৰঃ (গ) ৮৪ খন।

১৫। অসমৰ বেছিভাগ নগৰ ক’ত অৱস্থিত?

(ক) বৰাক উপত্যকাত।

(খ) ব্ৰহ্মপুত্ৰ উপত্যকাত।

(গ) দক্ষিণ উপত্যকাত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ উপত্যকাত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top