⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Social Science MCQ Chapter 3 বসতি

Class 8 Social Science MCQ Chapter 3 বসতি Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 3 বসতি Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 3 বসতি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

বসতি

Chapter – 3

PART – I: GEOGRAPHY

MCQ

১। বসতি কেই প্ৰকাৰৰ?

(ক) তিনি প্ৰকাৰৰ।

(খ) দুই প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ।

উত্তৰঃ (খ) দুই প্ৰকাৰৰ।

২। কোনো কোনো অঞ্চলত আকৌ বিভিন্ন সা-সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থূপ খাই থাকে। এনে ধৰণে থূপ খাই থকা বসতিক কি বুলি কোৱা হয়?

(ক) গ্ৰাম্য বসতি।

(খ) নগৰীয়া বসতি।

(গ) কেন্দ্ৰীভূত বসতি।

(ঘ) উচ্চভূমি বসতি।

উত্তৰঃ (গ) কেন্দ্ৰীভূত বসতি।

৩। কিছুমান বসতি বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে। এনে বসতিক কি বুলি কোৱা হয়?

(ক) নগৰীয়া বসতি।

(খ) নিম্নভূমি বসতি।

(গ) কেন্দ্ৰীভূত বসতি।

(ঘ) ৰৈখিক বসতি।

উত্তৰঃ (ঘ) ৰৈখিক বসতি।

৪। গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হোৱা দেখা যায় এনে ধৰণৰ বসতিক কি বুলি কোৱা হয়?

(ক) বৰ্গাক্ষেত্রাকাৰ বসতি।

(খ) ৰৈখিক বসতি।

(গ) উচ্চভূমি বসতি।

(ঘ) কেন্দ্ৰীভূত বসতি।

উত্তৰঃ (ক) বৰ্গাক্ষেত্রাকাৰ বসতি।

৫। নগৰীয়া বসতিক কি বুলি কোৱা হয়?

(ক) ৰৈখিক বসতি বুলিও কোৱা হয়।

(খ) পৌৰ বসতি বুলিও কোৱা হয়।

(গ) উচ্চভূমি বসতি বুলিও কোৱা হয়।

(ঘ) বৰ্গাক্ষেত্রাকাৰ বসতি বুলিও কোৱা হয়।

উত্তৰঃ (খ) পৌৰ বসতি বুলিও কোৱা হয়।

৬। পৌৰ শব্দৰ অৰ্থ কি?

(ক) চহৰ।

(খ) বসতি।

(গ) নগৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) নগৰ।

৭। পৃথিৱীৰ বহুতো নগৰ-চহৰ কিহত অৱস্থিত?

(ক) নদীৰ পাৰত।

(খ) পাহাৰত অৱস্থিত।

(গ) বসতিত অৱস্থিত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) নদীৰ পাৰত।

৮। প্ৰাথমিক বৃত্তি কি?

(ক) কল-কাৰখানা।

(খ) বেংক সেৱা।

(গ) কৃষি।

(ঘ) ব্যৱস্থাপনা।

উত্তৰঃ (গ) কৃষি।

৯। চতুৰ্থ বৃত্তি কি?

(ক) পশুপালন।

(খ) কাম-কাজ।

(গ) শিক্ষকর্তা।

(ঘ) পৰিচালনা।

উত্তৰঃ (ঘ) পৰিচালনা।

১০। ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ নগৰীয়া জনসংখ্যা কিমান নিযুত আছিল?

(ক) ৬৫৪ নিযুত।

(খ) ৩৭৭ নিযুত।

(গ) ২৭৫ নিযুত।

(ঘ) ৩৬৬ নিযুত।

উত্তৰঃ (খ) ৩৭৭ নিযুত।

১১। দেশৰ মুঠ জনসংখ্যা কিমান শতাংশ আছিল?

(ক) ৩৪.৭৬ শতাংশ।

(খ) ৩১.৯৬ শতাংশ।

(গ) ৩২.৭৪ শতাংশ।

(ঘ) ৪৬.৩৪ শতাংশ।

উত্তৰঃ (খ) ৩১.৯৬ শতাংশ।

১২। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদি উন্নত দেশবোৰৰ শতকৰা আদি উন্নত দেশবোৰত শতকৰা কিমান জন লোক আছিল?

(ক) ৫০ জন।

(খ) ৭০ জন।

(গ) ৮০ জন।

(ঘ) ২০ জন।

উত্তৰঃ (খ) ৭০ জন।

১৩। ভাৰতত শতকৰা কিমানজন লোকে নগৰত বাস কৰে?

(ক) ৭০ জন।

(খ) ৩০ জন।

(গ) ৪০ জন।

(ঘ) ২০ জন।

উত্তৰঃ (খ) ৩০ জন।

১৪। ১৯৫০ চনত নগৰত কিমান জনসংখ্যা আছিল?

(ক) ৪৮ জন।

(খ) ৩০ জন।

(গ) ৬৭ জন।

(ঘ) ৬৯ জন।

উত্তৰঃ (খ) ৩০ জন।

১৫। ২০০১ চনত নগৰত কিমান জনসংখ্যা আছিল?

(ক) ৬৪ জন।

(খ) ৫২ জন।

(গ) ৪৮ জন।

(ঘ) ৫২ জন।

উত্তৰঃ (গ) ৪৮ জন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top