⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Social Science MCQ Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

Class 8 Social Science MCQ Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

Chapter – 2

PART – I: GEOGRAPHY

MCQ

১। এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনক কি বুলিলে বুজা যায়?

(ক) জনসংখ্যাৰ বৃদ্ধি।

(খ) জনসংখ্যাৰ বিতৰণ।

(গ) জনসংখ্যাৰ কেন্দ্ৰীভৱন।

(ঘ) জনসংখ্যাৰ থূপীকৰণ।

উত্তৰঃ (ক) জনসংখ্যাৰ বৃদ্ধি।

২। ২০০১ চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

(ক) ৩,৬৬,৭৬,৭০৮ জন।

(খ) ৩,৫৫,৬৯,৬০৭ জন।

(গ) ২,৬৬,৩৮,৪০৭ জন।

(ঘ) ৫,৭৭,৫৮,২০৫ জন।

উত্তৰঃ (গ) ২,৬৬,৩৮,৪০৭ জন।

৩। ২০১১ চনত লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

(ক) ৩,১১,৬৯,২৭২ জন।

(খ) ৪,৬৬,৪৫,৪৫৮ জন।

(গ) ৪,৫৭,২৫,২০৭ জন।

(ঘ) ৩,১১,৬৯,২২৭ জন।

উত্তৰঃ (ক) ৩,১১,৬৯,২৭২ জন।

৪। ২০০১ ৰ পৰা ২০১১ চনলৈ এই দহ বছৰৰ ভিতৰত জনসংখ্যাৰ বৃদ্ধি কিমান আছিল?

(ক) ৪৬,৬০,৬৭৮ জন।

(খ) ২,৬৬,৬৯,৫০৬ জন।

(গ) ৪৫,৩০,৮৬৫ জন।

(ঘ) ৩৪,৭০,৭৮৯ জন।

উত্তৰঃ (গ) ৪৫,৩০,৮৬৫ জন।

৫। ২০০৮ চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্যা কিমান আছিল?

(ক) ৫৬৮ কোটি।

(খ) ৬৬৮ কোটি।

(গ) ৩৭৬ কোটি।

(ঘ) ৩৬৯ কোটি।

উত্তৰঃ (খ) ৬৬৮ কোটি।

৬। ১৬৫০ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল?

(ক) ৬০ কোটি।

(খ) ৭০ কোটি।

(গ) ৫০ কোটি।

(ঘ) ২০ কোটি।

উত্তৰঃ (গ) ৫০ কোটি।

৭। ১৮০০ চনৰ পৰা দ্ৰুতভাৱে জনসংখ্যাৰ বৃদ্ধি হৈ ১৯৫০ চনত কিমান আছিল?

(ক) ২৫৮ কোটি।

(খ) ৪৫৭ কোটি।

(গ) ৫৭৬ কোটি।

(ঘ) ২৫২ কোটি।

উত্তৰঃ (ঘ) ২৫২ কোটি।

৮। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাক কি বুলিব পাৰি?

(ক) মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিব পাৰি।

(খ) জনসংখ্যাৰ বিতৰণ বুলিব পাৰি।

(গ) জনসংখ্যাৰ কেন্দ্ৰীভৱন বুলিব পাৰি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিব পাৰি।

৯। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৬০ শতাংশ লোক কিমানখন ৰাষ্ট্ৰৰ বাসিন্দা?

(ক) ৫০ খন ৰাষ্ট্ৰৰ।

(খ) ৬০ খন ৰাষ্ট্ৰৰ।

(গ) ১০ খন ৰাষ্ট্ৰৰ।

(ঘ) ৪০ খন ৰাষ্ট্ৰৰ।

উত্তৰঃ (গ) ১০ খন ৰাষ্ট্ৰৰ।

১০। জনসংখ্যাৰ ফালৰপৰা বাংলাদেশ আৰু ৰাছিয়া কিমান নম্বৰ স্থানত আছে?

(ক) দশম আৰু নৱম।

(খ) প্ৰথম আৰু দ্বিতীয়।

(গ) অষ্টম আৰু নৱম।

(ঘ) দ্বাদশ আৰু প্ৰথম।

উত্তৰঃ (গ) অষ্টম আৰু নৱম।

১১। জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত এছিয়া কিমান নম্বৰ স্থানত আছে?

(ক) নৱম।

(খ) প্ৰথম।

(গ) দ্বিতীয়।

(ঘ) অষ্টম।

উত্তৰঃ (খ) প্ৰথম।

১২। ২০২০ চনৰ হিচাপ মতে এছিয়াৰ মুঠ জনসংখ্যা কিমান আছিল?

(ক) ৪,৬৭২ নিযুত।

(খ) ৪,৬৪১ নিযুত।

(গ) ৪,৭৬২ নিযুত।

(ঘ) ৫,৬৪২ নিযুত।

উত্তৰঃ (খ) ৪,৬৪১ নিযুত।

১৩। পৃথিৱীৰ মুঠ জনসংখ্যা কিমান শতাংশ?

(ক) ৭০ শতাংশ।

(খ) ৮০ শতাংশ।

(গ) ৬০ শতাংশ।

(ঘ) ২০ শতাংশ।

উত্তৰঃ (গ) ৬০ শতাংশ।

১৪। ইউৰোপৰ জনসংখ্যা কিমান নিযুত আছিল?

(ক) ৩৩৮.৭ নিযুত।

(খ) ৪৪৭.৭ নিযুত।

(গ) ৪৩০.৫ নিযুত।

(ঘ) ৪৬২.৯ নিযুত।

উত্তৰঃ (খ) ৪৪৭.৭ নিযুত।

১৫। উত্তৰ আমেৰিকাৰ জনসংখ্যা কিমান নিযুত আছিল?

(ক) ৫৯২ নিযুত।

(খ) ৬৪৮ নিযুত।

(গ) ২৭৫ নিযুত।

(ঘ) ৬৭৮ নিযুত।

উত্তৰঃ (ক) ৫৯২ নিযুত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top