Class 8 Social Science MCQ Chapter 1 প্ৰাকৃতিক সম্পদ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 1 প্ৰাকৃতিক সম্পদ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.
Class 8 Social Science MCQ Chapter 1 প্ৰাকৃতিক সম্পদ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.
প্ৰাকৃতিক সম্পদ
Chapter – 1
PART – I: GEOGRAPHY
| MCQ |
১। মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই কি সম্পদ বুলি ক’ব পাৰি –
(ক) ভূমি সম্পদ।
(খ) প্ৰাকৃতিক সম্পদ।
(গ) জলবায়ু সম্পদ।
(ঘ) প্ৰকৃতি সম্পদ।
উত্তৰঃ (খ) প্ৰাকৃতিক সম্পদ।
২। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি আছে?
(ক) ২২ শতাংশ।
(খ) ১৯ শতাংশ।
(গ) ১০ শতাংশ।
(ঘ) ২৯ শতাংশ।
উত্তৰঃ (ঘ) ২৯ শতাংশ।
৩। ভূমি কিহৰ আধাৰ?
(ক) নগৰৰ আধাৰ।
(খ) জীৱজগতৰ আধাৰ।
(গ) জলবায়ুৰ আধাৰ।
(ঘ) বায়ু জগতৰ আধাৰ।
উত্তৰঃ (খ) জীৱজগতৰ আধাৰ।
৪। কৃষি কাৰ্য আৰু বসবাসৰ বাবে কোনটো অঞ্চল উপযোগী?
(ক) সমভূমি অঞ্চল।
(খ) পাহাৰীয়া অঞ্চল।
(গ) গ্ৰামাঞ্চল।
(ঘ) নগৰ অঞ্চল।
উত্তৰঃ (ক) সমভূমি অঞ্চল।
৫। সমভূমি অঞ্চলৰ বসতি –
(ক) ঘন।
(খ) পাতল।
(গ) সেৰেঙা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) ঘন।
৬। ২০১৮ চনৰ বিশ্ব-বেংকৰ এক তথ্য অনুসৰি ভাৰতত কিমান ভূমি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়?
(ক) ৫০.৩৪%
(খ) ৭০.৬৭%
(গ) ৬০.৪৩%
(ঘ) ৯০.৩৫%
উত্তৰঃ (গ) ৬০.৪৩%
৭। গ্ৰামাঞ্চলত কৃষকৰ বাবে কি জীয়াই থকাৰ সম্বল?
(ক) মাটি।
(খ) পানী।
(গ) কৃষি-কাৰ্য।
(ঘ) ব্যৱসায়।
উত্তৰঃ (ক) মাটি।
৮। বৰ্ধিত জনসংখ্যাৰ বাবে কিহৰ প্ৰয়োজন বেছি –
(ক) ভূমিৰ।
(খ) কৃষি-কাৰ্যৰ।
(গ) বাসস্থানৰ।
(ঘ) ব্যৱসায়ৰ।
উত্তৰঃ (ক) ভূমিৰ।
৯। ভাৰতৰ ৬০.৪৩% ভূমি কিমান চনত কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়?
(ক) ২০১২ চনত।
(খ) ২০০২ চনত।
(গ) ২০১৮ চনত।
(ঘ) ২০১৩ চনত।
উত্তৰঃ (গ) ২০১৮ চনত।
১০। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাক কি বুলি কোৱা হয়?
(ক) গৰাখহনীয়া।
(খ) ভূমিৰ অৱক্ষয়।
(গ) ভূমিস্খলন।
(ঘ) মৰুকৰণ।
উত্তৰঃ (গ) ভূমিস্খলন।
১১। নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াক কি বুলি কোৱা হয়?
(ক) ভূমি সম্পদ।
(খ) ভূমিস্খলন।
(গ) গৰখহনীয়া।
(ঘ) মৰুকৰণ।
উত্তৰঃ (গ) গৰখহনীয়া।
১২। প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাক কি বুলি কোৱা হয়?
(ক) ক্ষয়ীভৱন।
(খ) ভূমিস্খলন।
(গ) ভূমিৰ অৱক্ষয়।
(ঘ) মৰুকৰণ।
উত্তৰঃ (ঘ) মৰুকৰণ।
১৩। পৃথিৱীত প্ৰাণী আৰু উদ্ভিদ বৰ্তি থাকিবৰ বাবে কি অপৰিহাৰ্য?
(ক) মাটি।
(খ) বায়ু।
(গ) পানী।
(ঘ) বতাহ।
উত্তৰঃ (গ) পানী।
১৪। পানী এবিধ কি সম্পদ?
(ক) ভূমি সম্পদ।
(খ) জৈৱিক সম্পদ।
(গ) অজৈৱিক সম্পদ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) অজৈৱিক সম্পদ।
১৫। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আবৃত?
(ক) প্ৰায় তিনি শতাংশ।
(খ) প্ৰায় দুই-তৃতীয়াংশ।
(গ) প্ৰায় চাৰি-তৃতীয়াংশ।
(ঘ) প্ৰায় পাঁচ-তৃতীয়াংশ।
উত্তৰঃ (খ) প্ৰায় দুই-তৃতীয়াংশ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


Class 8 social science all MCQ in Bengali
Hi im bhargab . im very poor .pls give me an phone .
Your
Website visitor
Address assam , dic -golaghat
Pin -785626
Gaon-sumoni gaon