⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Social Science MCQ Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থ

Class 8 Social Science MCQ Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থ

Chapter – 6

PART – I: GEOGRAPHY

MCQ

১। ভুভাগত পোৱা এই মনিকসমূহ খনিৰ পৰা উদ্ঘাটন কৰা হয় সেইবাবে এনে দ্ৰব্যসমূহক কি বুলি কোৱা হয়?

(ক) খনিজ সম্পদ।

(খ) খনিজ পদাৰ্থ।

(গ) ইন্ধন পদাৰ্থ।

(ঘ) ধাতব খনিজ।

উত্তৰঃ (খ) খনিজ পদাৰ্থ।

২। খনিজ বলয় কেইটা?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) ছয়টা।

(ঘ) দুইটা।

উত্তৰঃ (গ) ছয়টা।

৩। ভাৰতত প্ৰথম কপাহী বয়ন কল স্থাপন কৰা হৈছে?

(ক) ১৮৫৪ চনত।

(খ) ১৮১৮ চনত।

(গ) ১৯৬৫ চনত।

(ঘ) ১৭৫৪ চনত।

উত্তৰঃ (খ) ১৮১৮ চনত।

৪। বৰ্তমান ভাৰত কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত কিমান নম্বৰ স্থানত আছে?

(ক) প্ৰথম।

(খ) দ্বিতীয়।

(গ) চতুৰ্থ।

(ঘ) তৃতীয়।

উত্তৰঃ (ঘ) তৃতীয়।

৫। ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় কিমান শতাংশ সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয়?

(ক) ২০.৭৬%।

(খ) ৪৫.২৭%।

(গ) ১০.৭৯%।

(ঘ) ৫২.৮৭%।

উত্তৰঃ (গ) ১০.৭৯%।

৬। ভাৰতত প্ৰথমে ৰে’ল কেতিয়া চলিছিল?

(ক) ১৮৫৩ চনৰ ১৬ এপ্ৰিল তাৰিখে।

(খ) ১৯৬৫ চনৰ ২৬ জানুৱাৰী তাৰিখে।

(গ) ১৮৫৪ চনৰ ১৫ মাৰ্চ তাৰিখে।

(ঘ) ১৯৫৭ চনৰ ৩০ এপ্ৰিল তাৰিখে।

উত্তৰঃ (ক) ১৮৫৩ চনৰ ১৬ এপ্ৰিল তাৰিখে।

৭। মুম্বাই আৰু থানেৰ মাজৰ দূৰত্ব কিমান কিঃমিঃ?

(ক) ৫৩ কিঃমিঃ।

(খ) ২৮ কিঃমিঃ।

(গ) ৩৪ কিঃমিঃ।

(ঘ) ২৭ কিঃমিঃ।

উত্তৰঃ (গ) ৩৪ কিঃমিঃ।

৮। বৰ্তমান ভাৰতৰ ৰে’ল সেৱা এছিয়াৰ ভিতৰত কিমান নম্বৰ স্থানত আছে?

(ক) প্ৰথম।

(খ) চতুৰ্থ।

(গ) পঞ্চম।

(ঘ) দ্বিতীয়।

উত্তৰঃ (ঘ) দ্বিতীয়।

৯। পৃথিৱীৰ ভিতৰত ৰে’ল সেৱা কোন স্থানত আছে?

(ক) দ্বিতীয়।

(খ) চতুৰ্থ।

(গ) প্ৰথম।

(ঘ) পঞ্চম।

উত্তৰঃ (খ) চতুৰ্থ।

১০। ভাৰতত থকা ৰে’লপথৰ মুঠ দৈৰ্ঘ্য কিমান কিল’মিটাৰ?

(ক) ৫৬,৯৬৪ কিঃমিঃ।

(খ) ৩৭,২৮৬ কিঃমিঃ।

(গ) ৬৭,৯৫৬ কিঃমিঃ।

(ঘ) ৬৩,৮৫৪ কিঃমিঃ।

উত্তৰঃ (গ) ৬৭,৯৫৬ কিঃমিঃ।

১১। ৰে’লসেৱাৰ সুপৰিচালনাৰ বাবে দেশৰ ৰে’ল পৰিবহণ ব্যৱস্থাক কেইটা মণ্ডলত ভাগ কৰা হৈছে?

(ক) ১৭ টা।

(খ) ১২ টা।

(গ) ৩৮ টা।

(ঘ) ১৬ টা।

উত্তৰঃ (ঘ) ১৬ টা।

১২। বিবেক এক্সপ্ৰেছ যাত্ৰাত ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ কিমান কি:মি: যাত্ৰাপথ অতিক্ৰম কৰে?

(ক) ৪২৭ কিঃমিঃ।

(খ) ৪৫৭ কিঃমিঃ।

(গ) ৩৭৪ কিঃমিঃ।

(ঘ) ২৭৪ কিঃমিঃ।

উত্তৰঃ (ক) ৪২৭ কিঃমিঃ।

১৩। ভাৰতীয় ৰে’লসেৱাত কিমান লাখৰো অধিক বিষয়া-কৰ্মচাৰী নিযুক্ত হৈ আছে?

(ক) ২৭ লাখ।

(খ) ১৮ লাখ।

(গ) ১৩ লাখ।

(ঘ) ২৯ লাখ।

উত্তৰঃ (গ) ১৩ লাখ।

১৪। প্ৰতিদিনে ৰে’ল পৰিবহন যোগে প্ৰায় কিমান নিযুতে যাত্ৰা কৰে?

(ক) প্ৰায় ৩১ নিযুতে।

(খ) প্ৰায় ৫৪ নিযুতে।

(গ) প্ৰায় ৩৯ নিযুতে।

(ঘ) প্ৰায় ৬৯ নিযুতে।

উত্তৰঃ (ক) প্ৰায় ৩১ নিযুতে।

১৫। প্ৰতিদিনে ৰে’ল পৰিবহন যোগে প্ৰায় কিমান নিযুত বস্তু সামগ্ৰী কঢ়িওৱা হয়?

(ক) প্ৰায় ৫.৭ নিযুত।

(খ) প্ৰায় ৭.৫ নিযুত।

(গ) প্ৰায় ২.৮ নিযুত।

(ঘ) প্ৰায় ২.৩ নিযুত।

উত্তৰঃ (গ) প্ৰায় ২.৮ নিযুত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top