Class 8 Social Science MCQ Chapter 7 অসমৰ নদ-নদী Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 7 অসমৰ নদ-নদী Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.
Class 8 Social Science MCQ Chapter 7 অসমৰ নদ-নদী
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.
অসমৰ নদ-নদী
Chapter – 7
PART – I: GEOGRAPHY
| MCQ |
১। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কিমান ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত?
(ক) ৯০°-৯৬° অৱস্থিত।
(খ) ৭০°-৪৩° অৱস্থিত।
(গ) ৫৬°-৩২° অৱস্থিত।
(ঘ) ৬৫°-৪২° অৱস্থিত।
উত্তৰঃ (ক) ৯০°-৯৬° অৱস্থিত।
২। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কিমান ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত?
(ক) ৬৫°-৪২° অৱস্থিত।
(খ) ৯০°-৯৪° অৱস্থিত।
(গ) ২৪°-২৮° অৱস্থিত।
(ঘ) ৫৪°-২৯° অৱস্থিত।
উত্তৰঃ (গ) ২৪°-২৮° অৱস্থিত।
৩। ব্ৰহ্মপুত্ৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য প্ৰায় কিমান কিল’মিটাৰ?
(ক) প্ৰায় ৩,৭০৩ কিল’মিটাৰ।
(খ) প্ৰায় ২,৬০৩ কিল’মিটাৰ।
(গ) প্ৰায় ২,৯০৬ কিল’মিটাৰ।
(ঘ) প্ৰায় ৪,৮০০ কিল’মিটাৰ।
উত্তৰঃ (গ) প্ৰায় ২,৯০৬ কিল’মিটাৰ।
৪। ব্ৰহ্মপুত্ৰৰ অসম অংশৰ প্ৰাচীন নাম কি আছিল?
(ক) কামৰূপ।
(খ) লৌহিত্য।
(গ) প্ৰাগজ্যোতিষপুৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) লৌহিত্য।
৫। চেমা-য়ুং-দুং নামৰ হিমবাহ এটি কিহৰ উৎস?
(ক) বানপানীৰ উৎস।
(খ) গৰখহনীয়াৰ উৎস।
(গ) নদীৰ উৎস।
(ঘ) নৈৰ উৎস।
উত্তৰঃ (ঘ) নৈৰ উৎস।
৬। চেমা-য়ুং-দুং স্থানৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ?
(ক) ৫,১৫০ মিটাৰ।
(খ) ৪,৬৩০ মিটাৰ।
(গ) ৮,৯০০ মিটাৰ।
(ঘ) ২,৫০০ মিটাৰ।
উত্তৰঃ (ক) ৫,১৫০ মিটাৰ।
৭। উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় কিমান কিল’মিটাৰ দূৰত্ব বৈ আহিছে?
(ক) ৪,৬০০ কিল’মিটাৰ।
(খ) ৬,৮০০ কিল’মিটাৰ।
(গ) ১,৭০০ কিল’মিটাৰ।
(ঘ) ৭,৩০০ কিল’মিটাৰ।
উত্তৰঃ (গ) ১,৭০০ কিল’মিটাৰ।
৮। নদীৰ গতিপথৰ আকৃতি ইংৰাজীৰ কি আখৰটিৰ দৰে হয়?
(ক) H আখৰটিৰ দৰে।
(খ) U আখৰটিৰ দৰে।
(গ) P আখৰটিৰ দৰে।
(ঘ) B আখৰটিৰ দৰে।
উত্তৰঃ (খ) U আখৰটিৰ দৰে।
৯। অসমত নৈখনৰ গতিপথৰ দূৰত্ব প্ৰায় ________কিল’মিটাৰ?
(ক) প্ৰায় ৪৮০ কিল’মিটাৰ।
(খ) প্ৰায় ৫৮৯ কিল’মিটাৰ।
(গ) প্ৰায় ৬৪০ কিল’মিটাৰ।
(ঘ) প্ৰায় ৪৮০ কিল’মিটাৰ।
উত্তৰঃ (গ) প্ৰায় ৬৪০ কিল’মিটাৰ।
১০। শদিয়াৰ পৰা ধুবুৰীলৈ নৈখনৰ ঢাল প্ৰতি কিল’মিটাৰত গড়ে কিমান চেণ্টিমিটাৰ?
(ক) ১৩-১৪ চেণ্টিমিটাৰ।
(খ) ১২-১৯ চেণ্টিমিটাৰ।
(গ) ১০-১৬ চেণ্টিমিটাৰ।
(ঘ) ২০-২৯ চেণ্টিমিটাৰ।
উত্তৰঃ (ক) ১৩-১৪ চেণ্টিমিটাৰ।
১১। নৈখনৰ গেদ পৰিবহণ ক্ষমতা কিমান?
(ক) বেছি।
(খ) সমান।
(গ) কম।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) কম।
১২। খৰালি কালত এই চৰ-চাপৰিবোৰত বাধা পাই নৈৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে ইয়াকে নৈৰ কি বুলি কোৱা হয়?
(ক) নৈৰ সৰ্পিল গতি।
(খ) শুম্ফিত ৰূপ।
(গ) নৈৰ শুম্ফিত ৰূপ।
(ঘ) প্লাৱনভূমি।
উত্তৰঃ (খ) শুম্ফিত ৰূপ।
১৩। অসমৰ প্ৰধান নৈ কেইখন?
(ক) তিনিটা।
(খ) চাৰিটা।
(গ) ছয়টা।
(ঘ) দুখন।
উত্তৰঃ (ঘ) দুখন।
১৪। ইয়াৰ বৰ্তমান মাটিকালি কিমান বৰ্গ কিল’মিটাৰ?
(ক) প্ৰায় ৫৯৩ বৰ্গ কিল’মিটাৰ।
(খ) প্ৰায় ৫১৪ বৰ্গ কিল’মিটাৰ।
(গ) প্ৰায় ৭৯২ বৰ্গ কিল’মিটাৰ।
(ঘ) প্ৰায় ৬৯২ বৰ্গ কিল’মিটাৰ।
উত্তৰঃ (খ) প্ৰায় ৫১৪ বৰ্গ কিল’মিটাৰ।
১৫। ভূমিকম্প কিমান চনত আহিছিল?
(ক) ১৯৫০ চনত আহিছিল।
(খ) ১৮৭৪ চনত আহিছিল।
(গ) ২০০৪ চনত আহিছিল।
(ঘ) ২০০৫ চনত আহিছিল।
উত্তৰঃ (ক) ১৯৫০ চনত আহিছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

