Application to Change a Child Ration Card to an Adult – শিশুৰ ৰেশ্বন কাৰ্ড প্ৰাপ্তবয়স্ক কাৰ্ডত পৰিণত কৰাৰ বাবে আবেদন: You can Apply for your or your family Change a Child Ration Card to an Adult through online mode or physically. Although allowing you to apply for the Changing the Ration Card for almost all localities including urban and rural areas.
Application to Change a Child Ration Card to an Adult Card
To
Name :
The Rationing Officer,
Address :
Dated……………
Dear Sir,
Out of six Ration Cards held by my family, two are for the children. Ration Card No…………..in the name of my first son Mr……………….. now requires a change as he has attained the age of 8 years on 30.9.94
The concerned Ration Card (No.) is being sent herewith for kindly issuing an Adult Ration Card in place of the same.
As early as possible action is requested.
Thanking you.
Yours faithfully,
Encl : as above
শিশুৰ ৰেশ্বন কাৰ্ড প্ৰাপ্তবয়স্ক কাৰ্ডত পৰিণত কৰাৰ বাবে আবেদন
প্ৰতি
আবেদনকাৰীৰ নাম
ৰেশ্বনিং অফিচাৰ
আৰু ঠিকনা
………..অফিচৰ ঠিকনা।
তাৰিখ………….
মহাশয়,
আমাৰ পৰিয়ালৰ ছয়খন ৰেশ্বন কাৰ্ডৰ ভিতৰত দুখন কাৰ্ড শিশুৰ। এই দুখন কাৰ্ডৰ ভিতৰত মোৰ প্ৰথম পুত্ৰ শ্ৰীমান………..ৰ (কাৰ্ড নং)………তাৰিখে ৮ বছৰ বয়স পূৰ্ণ হৈছে। এইবাবে এই কাৰ্ডখন প্ৰাপ্তবয়স্কৰ কাৰ্ডলৈ পৰিৱৰ্তিত হোৱা উচিত।
কাৰ্ডখন ইয়াৰ লগতে পঠাই দিলো। অনুগ্ৰহ কৰি এই কাৰ্ডখন প্ৰাপ্তবয়স্ক কাৰ্ডলৈ পৰিৱৰ্তন কৰি দিব, এয়ে প্ৰাৰ্থনা।
যথাসম্ভৱ শীঘ্ৰে কাৰ্ডখন পৰিৱৰ্তন কৰি দিলে বাধিত হ’ম।
ধন্যবাদ।
সংযোজন : কাৰ্ডখন গাঠি দিয়া হ’ল।
আপোনাৰ বিশ্বাসী
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.