Application for wrong printing of Telephone No.
To
The Officer in-Charge
Telephone Bhawan
Date:________
Sub: Application for wrong printing of Telephone No. 9954xxxxxx
Dear Sir,
It is found in the new Telephone Directory that my Telephone No. has been printed as-instead of –
I do not know how such a serious error has taken place in such an important Directory.
However, I shall feel obliged if you please rectify the same immediately.
Thanking you.
Address of the Complaint.
Yours faithfully
………………….
টেলিফোন ডাইৰেক্তৰীত টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে অভিযোগ।
প্ৰতি,
________
তাৰিখ:________
বিষয়: টেলিফোন ডাইৰেক্তৰীত টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে অভিযোগ।
মহাশয়,
আপোনালোকে ছপা কৰা নতুন টেলিফোন ডাইৰেক্তৰীত মোৰ টেলিফোন নম্বৰ 9954xxxxxx পৰিৱৰ্তে 9957xxxxxx হিচাপে ছপা হৈছে।
ইমান প্ৰয়োজনীয় এখন ডাইৰেক্তৰীত ইমান ডাঙৰ এটা ভুল কেনেকৈ হ’ল সেইটোহে বুজিব পৰা নাই।
যিহওক যিমান সোনকালে সম্ভৱ ভুলটো সংশোধন কৰি দিলে বাধিত হ’ম।
ধন্যবাদ।
অভিযোগকাৰীৰ ঠিকনা______
ইতি
আপোনাৰ বিশ্বাসী
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application for New Telephone at Residence
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.