Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন

Application to repair an ‘out-of-order’ Telephone

Join Telegram channel

To

The Chief Engineer

Telephone Bhawan

Date:________

Sub: Application to repair an ‘out-of-order’ Telephone

Dear Sir,

I request you hereby to kindly note that my Telephone (No.) has gone out-of-order since ________ This was informed to your complaint department on the same day over a public Telephone. But unfortunately no action has so far been taken.

As I have been facing much difficulties without it, I earnestly request you to send one of your mechanics to rectify its defects without further delay. 

I shall be obliged if you will please take immediate action and do the needful.

Thanking you.

Address

Yours faithfully

___________

বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন।

প্ৰতি,

________

তাৰিখ:________

বিষয়: বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন।

মহাশয়,

ইয়াৰ দ্বাৰা আপোনাক অৱগত কৰিব বিচাৰিছো যে, মোৰ টেলিফোনটো (নং – 6005xxxxxx) যোৱা_______ তাৰিখৰ পৰা বেয়া হৈ আছে। মই সেইদিনাখনেই পাব্লিক টেলিফোন যোগে আপোনালোকৰ অভিযোগ বিভাগত এই বিষয়ে জনাও। কিন্তু দুৰ্ভাগ্যবশত: এই বিষয়ে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

টেলিফোন নোহোৱা বাবে মোৰ খুব অসুবিধা হৈছে। সেয়েহে আৰু বেচি পলম নকৰি আপোনালোকৰ মেকানিক পঠাই বেয়া হোৱা টেলিফোনটো ভাল কৰাৰ বাবে আপোনাক অনুৰোধ জনালো।

অনুগ্ৰহ কৰি অতি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিলে বাধিত হ’ম।

ধন্যবাদ।

আবেদনকাৰীৰ ঠিকনা

ইতি

আপোনাৰ বিশ্বাসী

………………………

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top