Letter for New Ration Cards – নতুন ৰেশন কাৰ্ড কৰাৰ বাবে ৰেশ্বনিং কর্তৃপক্ষ ওচৰত আবেদন: You can apply for your or your family ration cards through online mode or physically. Although the Government allows you to apply for the New Ration Cards for almost all localities including urban and rural areas.
Application for New Ration Cards
The Rationing Officer,
(……………….. Zone),
(Address)
Date…………….
Dear Sir,
My family consists of…………. members none of whom has any Ration Card. However, I give below details of every family member. Kindly issue (them) the necessary Ration Cards in their names and oblige.
In this connection, I may mention here that previously I had been living at/in…………. with my family and I returned our Ration Cards to the proper authority before leaving that place. (The receipt of surrender may be shown/ submitted to you as and when necessary). I have shifted here with my family only on………. and have been residing at the above address since then.
Your kind and immediate action will be highly appreciated. With thanks. I remain.
Details of Family members:
Yours faithfully,
…………………….
নতুন ৰেশন কাৰ্ড কৰাৰ বাবে ৰেশ্বনিং কর্তৃপক্ষ ওচৰত আবেদন
Letter for New Ration Cards
প্ৰতি
ৰেশ্বনিং অফিচাৰ,
তাৰিখ…………
(………….জোন)
(ঠিকানা)
মহাশয়,
মোৰ…….জনীয়া পৰিয়ালৰ কোনোজনৰে ৰেশ্বন কাৰ্ড নাই। এই বিষয়ে তলত বিস্তাৰিত বিৱৰণ দিলো। অনুগ্ৰহ কৰি সকলোৰে প্ৰয়োজনীয় ৰেশ্বন কাৰ্ড দি বাধিত কৰিব।
এই বিষয়ে আপোনাক জনাও যে, আগতে মই পৰিয়ালৰ সৈতে……. ত আছিলো আৰু তাৰ পৰা গুচি অহাৰ সময়ত আমাৰ ৰেশ্বন কাৰ্ডবোৰ তাত থকা কত্তৃপক্ষৰ ওচৰত জমা দি আহিছো। (যেতিয়া প্ৰয়োজন হ’ব ৰেশ্বন কাৰ্ড জমা দিয়া ৰছিদ আপোনাক দেখুৱাম/দিম। মই পৰিয়ালৰ সকলোকে লৈ…………তাৰিখে ইয়ালৈ আহিছো আৰু তেতিয়াৰ পৰাই ওপৰৰ ঠিকনাত বাস কৰিছো।
এই বিষয়ে অতি সোনকালে বিহিত ব্যৱস্থা ল’লে উপকৃত হ’ম।
ধন্যবাদ।
পৰিয়ালৰ সদস্য:
ইতি
আপোনাৰ বিশ্বাসী
………….
দৰখাস্তকাৰীৰ ঠিকনা
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.