Invitation to a Friend to attend his/ her Elder Brother or Sister Marriage
(Address of Writer)
Date_________
Dear_________
You will be glad to know that my elder brother/sister’s marriage/boubhat has been fixed today. You must be present at my residence on that date. It is not only my request but my elder brother/sister also.
No more today. With best love.
Yours ever,
__________
দাদা/ ভণ্টিৰ বিয়ালৈ বন্ধু/ বান্ধৱীক নিমন্ত্ৰণ।
ঠিকনা_______
তাৰিখ_________
মৰমৰ______
তাই/তুমি জানিবলৈ পাই সুখী হবি/হ’বা যে অহা………… তাৰিখ…………….বাবে মোৰ দাদা/ভণ্টিৰ বিয়াৰ দিন ঠিক কৰা হৈছে। তই/তুমি সেইদিনা আমাৰ ঘৰত উপস্থিত থাকিবই লাগিব। এইটো মাত্ৰ মোৰেই অনুৰোধ নহয়, দাদাৰো/ভণ্টিৰো অনুৰোধ।
আজিলৈ বিশেষ নিলিখো। তই/তুমি মোৰ মৰম লবি/ল’বা।
ইতি
…………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application to Grant for Leave of absence in School | স্কুলত অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন
- Application for remission of school fees | স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আবেদন
- Application for school leaving certificate | ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ বাবে আবেদন
- Application for school admission | স্কুলত ছাত্র ভৰ্ত্তিৰ বাবে আবেদন
- Application for asking leave of absence tomorrow | অহাকালি স্কুলত অনুপস্থিত থকাৰ বাবে ছুটি প্ৰাৰ্থনা
- Application to Gram Panchayat for repairing of Village roads | গাওঁ পঞ্চায়ত সভাপতিৰ ওচৰত ৰাস্তাঘাট মেৰামতি কৰাৰ বাবে আবেদন
- NCERT Class 10 English Footprints without Feet Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.