Application for school admission.
To
The Headmaster,
…………….. School,
Date_________
Sub: Application for school admission.
Sir,
My son,… … … is a student of class… … of the …………… school. This year he has appeared at the Annual Examination. His result is not yet published. Now I seek admission for my son in class… … in your school. On getting a favourable reply from you, I shall get his transfer certificate and other relevant papers from his parent school.
Please let me know the details regarding admission and oblige.
Thanking you.
Address of Applicant
Yours sincerely
………………………
স্কুলত ছাত্র ভৰ্ত্তিৰ বাবে আবেদন
প্ৰতি,
প্ৰধান শিক্ষক,
………. স্কুল
তাৰিখ________
বিষয়: স্কুলত ছাত্র ভৰ্ত্তিৰ বাবে আবেদন।
মহাশয়,
মোৰ পুত্ৰ শ্ৰীমান………………, স্কুলৰ………..শ্ৰেণীৰ ছাত্ৰ। তেওঁ এই বছৰ বছৰেকীয়া পৰীক্ষা দিছে। পৰীক্ষাৰ ফল এতিয়াও ওলোৱা নাই। মই মোৰ পুত্ৰক আপোনাৰ স্কুলৰ………. শ্ৰেণীত ভৰ্ত্তি কৰিব বিচাৰিছো। আপোনাৰ পৰা আশাব্যঞ্জক উত্তৰ পোৱাৰ পিছত মই তেওঁৰ পূৰ্ব বিদ্যালয়ৰ পৰা ট্ৰেন্সফাৰ চাৰ্টিফিকেট আৰু অন্যান্য কাগজপত্ৰ লৈ আহিম। অনুগ্ৰহ কৰি ভৰ্ত্তি সম্পৰ্কে বিস্তাৰিত বিৱৰণ মোক জনালে বাধিত হ’ম।
ধন্যবাদ।
ঠিকনা……..
আপোনাৰ বিশ্বাসী
………………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.