Application for asking leave of absence tomorrow
To
The Headmistress,
Adarsha Balika Vidyalaya
Date______
Sub: Application for asking leave of absence tomorrow
Dear Madam,
I beg most respectfully to state that my daughter……………………. of class VIII sec. A is a student of your institution. Due to some urgent work at home, she will not be able to attend school tomorrow, the 30th January 1988.
I would, therefore, request you to kindly excuse her absence from school on that day.
Thanking you.
Yours faithfully,
………………………
অহাকালি স্কুলত অনুপস্থিত থকাৰ বাবে ছুটি প্ৰাৰ্থনা।
প্ৰতি,
মাননীয় প্ৰধান শিক্ষয়িত্ৰী,
আদৰ্শ বালিকা বিদ্যালয়
তাৰিখ________
বিষয়: অহাকালি স্কুলত অনুপস্থিত থকাৰ বাবে ছুটি প্ৰাৰ্থনা।
মহাশয়া,
সবিনয় নিবেদন এই যে, মোৰ ছোৱালী……… আপোনাৰ বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীৰ ‘ক’ শাখাৰ এজনী ছাত্ৰী। ঘৰত বিশেষ কাম থকাৰ বাবে তেওঁ অহাকালি, ৩০ জানুৱাৰী ১৯৯৮ তাৰিখে স্কুলত উপস্থিত থাকিব নোৱাৰিব।
সেয়েহে মোৰ অনুৰোধ, আপুনি তেওঁৰ উক্ত দিনৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰিব।
ধন্যবাদ।
ইতি
আপোনাৰ বিশ্বাসী
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.