Letter to Father or Mother
My dear Father/ Mother,
It has been a long since I received a letter from you. Your long silence makes me worry. However, I think you are all well.
You will be glad to learn that I am going on well with my studies. I am anxious to know how my brother and sister are going on with their studies.
No more today. Please reply to me soon to relieve me of my anxiety. My respect to you and your mother/father and my love to your brother and sister.
You’re affectionately
…………………………..
দেউতা বা মালৈ লিখা চিঠি
পূজনীয়/ পূজনীয়া দেউতা/ মা,
আজি বহুদিন ধৰি আপোনাৰ পৰা কোনো চিঠিপত্ৰ পোৱা নাই। আপোনাৰ এই নীৰৱতা মোৰ উদ্বেগৰ কাৰণ হৈ উঠিছে। যাহওক, আশা কৰো আপুনি ভালে আছে।
আপুনি শুনি সুখী হ’ব যে, মোৰ পঢ়াশুনা ভালদৰে চলিছে। ভাইটি আৰু ভণ্টিৰ পঢ়াশুনা কেনে চলিছে তাক জনাৰ বাবে উদ্বিগ্ন হৈ আছো।
আজিলৈ বিশেষ নাই। চিঠি পালে সোনকালে উত্তৰ দি মোৰ চিন্তা দূৰ কৰিব। আপুনি মোৰ প্ৰণাম ল’ব। মা/দেউতাক মোৰ প্ৰণাম জনাব। ভাইটি ভণ্টিক মোৰ মৰম দিব।
আপোনাৰ স্নেহৰ
……………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 10 English First Flight Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.