Application for remission of school fees
To
The Headmaster.
………Govt. High School
Date_______
Sub: Application for remission of school fees
Dear Sir,
I beg most respectfully to state that my son…… of class VII, sec.B, Roll-30 is a student of your institution. So long, I have always cleared his school dues in time. But now, I am in great financial difficulty. For this, it is impossible for me to pay the amount now.
In these circumstances, I pray to you if you kindly exempt me from payment of school fees for the year I shall be very much benefited. For your kindness, I shall remain ever grateful to you.
Thanking you.
Yours faithfully
_____________
স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আবেদন।
প্ৰতি,
প্ৰধান শিক্ষক,
………….হাইস্কুল
তাৰিখ_________
বিষয়: স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আবেদন।
মহাশয়,
সবিনয় নিবেদন এই যে, মোৰ পুত্ৰ………….. আপোনাৰ স্কুলৰ অষ্টম শ্ৰেণীৰ খ শাখাত পঢ়ে। তেওঁৰ ৰোল নং ৩০। আজি ইমানদিনে সময়মতে মই স্কুলৰ মাচুল দি আহিছো। কিন্তু বৰ্তমানে মই খুব আৰ্থিক অনাটনত পৰিছো। সেইবাবে বৰ্তমান মই এই মাচুল দিবলৈ অসমৰ্থ।
এই অৱস্থাত আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা এই যে, যদি আপুনি এই বছৰৰ বাবে দিব লগা সকলো মাচুল দিয়াৰ পৰা মোক অব্যাহিত দিয়ে তেতিয়াহ’লে মই অতিকৈ উপকৃত হ’ম। আপোনাৰ এই অনুগ্ৰহৰ বাবে মই গোটেই জীৱন কৃতজ্ঞ থাকিম।
ধন্যবাদ।
আপোনাৰ বিশ্বাসী
___________
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 10 Social Democratic Politics Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.