SEBA Class 9 Question Paper – 2024 to 2025 | নৱম শ্ৰেণীৰ পুৰণি প্ৰশ্নকাকত

SEBA Class 9 Question Paper – 2024 to 2025 | Class 9 Old Questions Paper | নৱম শ্ৰেণীৰ পুৰণি প্ৰশ্নকাকত is very crucial for preparing for any exam, especially for exams like SEBA Class 9 Previous Year Question Paper. It gives a rough idea of the examination pattern and helps identify the importance of the SEBA Question Paper Class 9. SEBA Class 9 Examinations generally have repetitive questions which are most likely to come in the exam (SEBA).

SEBA Class 9 Previous Year Question Paper

SEBA Class 9 Question Paper

Join Telegram channel

Table of Contents

How to Download SEBA 9 Question Paper?

Students who are preparing for the upcoming SEBA Examination, 2026, are able to download all available previous years, 2024 to 2025 all question papers of the SEBA Class 9 Exam. SEBA students must follow the steps below to download their desired question paper.

  • Scroll down and check the following table.
  • Click on the download link of your desired question paper.
  • After that, a PDF will be downloaded to your device.
  • Open that PDF with a valid PDF reader.
  • That’s it. Now, you can view your downloaded question paper.
  • You can also print that downloaded PDF if needed.

1. SEBA Class 9 Question Paper 2024

Sl. NoSubjectYear
1Assamese MIL2024
2Bengali MIL2024
3Hindi MIL2024
4English2024
5General Science2024
6Social Science2024
7Mathematics2024
8Hindi (E)2024
9Geography (E)2024
10History (E)2024
11Computer Science (E)2024
12Computer Science Practical (E)2024

2. SEBA Class 9 Question Paper 2025

Sl. NoSubjectYear
1Assamese MIL2025
2Bengali MIL2025
3Hindi MIL2025
4English2025
5General Science2025
6Social Science2025
7Mathematics2025
8Hindi (E)2025
9Geography (E)2025
10History (E)2025
11Computer Science (E)2025
12Computer Science Practical (E)2025

Read Also:

SEBA Class 9 Question Answer

Sl. NoAssamese MediumBengali MediumEnglish Medium
1AssameseBengaliAssamese
2EnglishEnglishEnglish
3MathematicsMathematicsMathematics
4ScienceScienceScience
5Social ScienceSocial ScienceSocial Science
6HindiHindiHindi (MIL)
7GeographyGeographyGeography
8HistoryHistoryHistory
9Computer ScienceComputer ScienceComputer Science
10Advanced MathematicsAdvanced MathematicsAdvanced Mathematics
11Travel Tourism and HospitalityTravel Tourism and HospitalityTravel Tourism and Hospitality
12YogaYogaYoga
13CommerceCommerceCommerce
14Home ScienceHome ScienceHome Science
15RetailRetailRetail
16Solanaceous Crop CultivatorSolanaceous Crop CultivatorSolanaceous Crop Cultivator

SEBA Class 9 Previous Year Question Paper

অসম বৰ্ডৰ সঞ্চালনত হʼবলগীয়া 2025-2026 চনৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ বাবে বহু পৰিশ্ৰমী ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে প্ৰস্তুতিত ব্যস্ত হৈছে। বৰ্ডৰ পৰীক্ষাৰ প্ৰস্তুতিত বিগত বৰ্ষৰ পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত সমূহৰ গুৰুত্ব অশেষ। অনুষ্ঠিত হʼবলগীয়া পৰীক্ষাত অন্তৰ্ভুক্ত হʼব পৰা প্ৰশ্নৰ আৰ্হি জানিবলৈ আৰু নিজৰ প্ৰচেষ্টাক সথিক দিশ দিবলৈ ছাত্ৰ-ছাত্ৰীসকলে পুৰণি প্ৰশ্ন কাকতসমূহ মুকলি হোৱাৰ অপেক্ষা কৰা দেখিবলৈ পোৱা যায়। এনে প্ৰশ্ন কাকত সমুহৰ এক সংগ্ৰহ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কʼৰা হʼল। পুৰণি প্ৰশ্ন কাকতসমূহৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য তথা Link এই প্ৰবন্ধটোত যোগান ধৰা হʼব।

SEBA Class 10 Previous Year Question Paper

  • ইতিমধ্যে, 2025 ৰ নৱম শ্ৰেণীৰ পুৰণি প্ৰশ্ন কাকতবোৰ মুকলি কৰি দিয়া হৈছে।
  • ইয়াৰ লগতে বিগত বৰ্ষসমূহৰো পুৰণি প্ৰশ্ন কাকত তলত যোগান ধৰা হৈছে।
  • পুৰণি প্ৰশ্ন কাকতসমূহৰ সহায়ত তেওঁলোকে বুজি পাব পাঠ্যক্ৰমৰ কোনখিনি ভাগ কেনেদৰে প্ৰস্তুত কৰিব লাগে।
  • এইবোৰৰ সহায়ত ছাত্ৰ-ছাত্ৰী সকলে বুজি পাব যে প্ৰশ্ন কাকত সমূহ কেনেদৰে প্ৰস্তুত কৰা হয়, প্ৰশ্নসমূহ কেনেদৰে গঠন কৰা হয়, কেনেকুৱা ধৰণৰ প্ৰশ্নত কিমানকৈ নম্বৰ সংলগ্ন হৈ থাকে।
  • ইয়াৰ উপৰিও, দেখা যায় যে দীঘলীয়া তথা কিছুমান চুটি প্ৰশ্নও এক বা দুই বছৰৰ মূৰে মূৰে পুনৰাবৃত্তি হয়।
  • তেনে ক্ষেত্ৰত পুৰণি পুৰণি প্ৰশ্ন কাকতসমূহৰ অভ্যাস কৰিলে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হʼব পাৰে।
  • কিয়নো অভ্যাসৰ ফলতহে তেওঁলোকে নিজৰ দুৰ্বলতাৰ বুজ লʼব পাৰিব আৰু প্ৰচেষ্টাৰ যোগেদি নিজকে নিখুঁত তথা সম্পূৰ্ণৰূপে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব পাৰিব।
  • এনে কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে পৰীক্ষা গৃহত তেওঁলোকৰ মন-মগজু সক্ৰিয় তথা স্থিৰ হৈ থাকে আৰু প্ৰস্তুত কৰা ধৰণে প্ৰশ্নসমূহৰ ভালদৰে উত্তৰ লেখিব পাৰে।
  • সেয়ে, ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ অৰ্থে সম্ভৱপৰলৈকে পূৰ্বৰ পুৰণি প্ৰশ্ন কাকতসমূহৰ তথা এই বছৰত হৈ যোৱা পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকতৰ যোগান ধৰিবলৈ চেষ্টা কʼৰা হʼল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top