Application to Grant for Leave of absence in School | স্কুলত অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন

Application to Grant for Leave of absence in School

Join Telegram channel

To

The Headmaster/ Headmistress

Dated_______

Sub: Application to Grant for Leave of absence in School.

Dear Sir/Madam,

I beg to inform you that My Son/Daughter, Sri/Kumari……. student of class…..Roll……Sec…… of your Institution could not attend his/her class from…… to……. due to illness.

So I request you to grant him/her leave of absence for those days only.

Thanking you.

Your faithfully

 ____________

স্কুলত অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন।

মাননীয়,

প্ৰধান শিক্ষক/ প্ৰধান শিক্ষয়িত্ৰী,

তাৰিখ_________

বিষয়: স্কুলত অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন।

মহাশয়/ মহাশয়া,

বিনীত নিবেদন এই যে, মোৰ পুত্ৰ/কন্যা শ্ৰীমান/কুমাৰী……… আপোনাৰ স্কুলৰ……… শ্ৰেণীৰ………শাখাৰ ছাত্র/ছাত্রী, ক্ৰমিক নং……।তেওঁৰ অসুস্থতাৰ কাৰণে যোৱা……… তাৰিখৰ পৰা………..তাৰিখলৈ তেওঁ শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলে।

সেয়েহে মহোদয়ক/মহোদয়াক অনুৰোধ জনাও যে, উক্ত দিনবোৰৰ বাবে ছুটী মঞ্জুৰ কৰি বাধিত কৰে যেন।

ধন্যবাদ।

আপোনাৰ বিশ্বাসী

                                          ____________

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top