Letter to Headmaster requesting him to promote a student | এজন ছাত্রক প্ৰমোচন দিয়াৰ কাৰণে প্ৰধান শিক্ষকলৈ অনুৰোধ পত্ৰ

Letter to Headmaster requesting him to promote a student

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

To,

The Headmaster

…….. High School, Karimganj

Date_________

Sub: Letter to Headmaster requesting him to promote a student

Sir,

I beg most respectfully to state that my son…is a student of Class IX, Sec.-B, Roll-31 in your school. He has been in your school from class V and has a consistently good record of performance.

Due to illness for a long time, he could not pass the Annual Examination for five marks.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

So, therefore, I request, that you please promote him to class X on the basis of his past performance and save him from losing a valuable year of his career, I shall be too much pleased.

Thanking you.                

Yours faithfully

                                           ……………………..

এজন ছাত্রক প্ৰমোচন দিয়াৰ কাৰণে প্ৰধান শিক্ষকলৈ অনুৰোধ পত্ৰ।

প্ৰতি,

প্ৰধান শিক্ষক,

……………হাইস্কুল।

কৰিমগঞ্জ

তাৰিখ_________

বিষয়: এজন ছাত্রক প্ৰমোচন দিয়াৰ কাৰণে প্ৰধান শিক্ষকলৈ অনুৰোধ পত্ৰ।

মহাশয়,

সবিনয় নিবেদন এই যে, মোৰ পুত্ৰ…………..আপোনাৰ স্কুলৰ নৱম মান শ্ৰেণী, খ শাখাৰ এজন ছাত্র। তেওঁৰ ৰোল নং ৩১। তেওঁ পঞ্চম মান শ্ৰেণীৰ পৰা আপোনাৰ স্কুলত পঢ়িছে আৰু ইমানদিনে প্ৰতিটো পৰীক্ষাতে কৃতিত্ব দেখুৱাইছে।

দীৰ্ঘদিন ধৰি অসুস্থ থকাৰ বাবে তেওঁ ৫ নম্বৰ কম পাই বাৰ্ষিক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে।

সেয়েহে মই অনুৰোধ কৰো যে, যদি তেওঁৰ যোৱা পৰীক্ষাবোৰৰ ফলাফল চাই তেওঁক দশম মান শ্ৰেণীলৈ উৰ্তিৰ্ণ কৰি তেওঁৰ এটি মূল্যবান শিক্ষা বছৰ ৰক্ষা কৰে তেতিয়াহ’লে মই অতিকৈ আনন্দিত হ’ম।

ধন্যবাদ।                    

আপোনাৰ বিশ্বাসী

_____________

Read Also:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top