Application to Grant for Leave of absence in School
To
The Headmaster/ Headmistress
Dated_______
Sub: Application to Grant for Leave of Absence in School.
Dear Sir/Madam,
I beg to inform you that My Son/Daughter, Sri/Kumari……. a student of the class…..Roll……Sec…… of your Institution could not attend his/her class from…… to……. due to illness.
So I request you to grant him/her a leave of absence for those days only.
Thanking you.
Yours faithfully
____________
স্কুলত অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন।
মাননীয়,
প্ৰধান শিক্ষক/ প্ৰধান শিক্ষয়িত্ৰী,
তাৰিখ_________
বিষয়: স্কুলত অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন।
মহাশয়/ মহাশয়া,
বিনীত নিবেদন এই যে, মোৰ পুত্ৰ/কন্যা শ্ৰীমান/কুমাৰী……… আপোনাৰ স্কুলৰ……… শ্ৰেণীৰ………শাখাৰ ছাত্র/ছাত্রী, ক্ৰমিক নং……।তেওঁৰ অসুস্থতাৰ কাৰণে যোৱা……… তাৰিখৰ পৰা………..তাৰিখলৈ তেওঁ শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলে।
সেয়েহে মহোদয়ক/মহোদয়াক অনুৰোধ জনাও যে, উক্ত দিনবোৰৰ বাবে ছুটী মঞ্জুৰ কৰি বাধিত কৰে যেন।
ধন্যবাদ।
আপোনাৰ বিশ্বাসী
____________
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 10 Hindi Kritika Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.