Application for school leaving certificate | ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ বাবে আবেদন

Application for school leaving certificate

Join Telegram channel

To

The Headmaster/Headmistress

Date________

Sub: Application for school leaving certificate

Dear Sir/Madam,

As I have been transferred to Calcutta office, I propose to take my family along with me. My Son/Daughter is a student of class…….in Section in your school.

I hope you will appreciate my difficulty caused by this unavoidable circumstances and kindly give his school leaving Certificate and also a Character Certificate.

Thanking you.

Address                 

Yours faithfully

                            ……………………..

ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ বাবে আবেদন।

প্ৰতি,

প্ৰধান শিক্ষক/ শিক্ষয়িত্ৰী,

তাৰিখ_______

বিষয়: ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ বাবে আবেদন।

মহাশয়/ মহাশয়া,

মই কলিকতা অফিচলৈ স্থানান্তৰিত হোৱাৰ কাৰণে মই মোৰ পৰিয়াল তালৈ লৈ যাব বিচাৰিছো। মোৰ পুত্ৰ/কন্যা শ্ৰীমান/কুমাৰী……… আপোনাৰ স্কুলৰ…….. শ্ৰেণীৰ…….. শাখাৰ ছাত্র/ছাত্রী।

আশা কৰো এই অপৰিহাৰ্য পৰিস্থিতিত মোৰ অসুবিধাৰ কথা আপুনি বুজিব পাৰিছে আৰু অনুগ্ৰহ কৰি তেওঁৰ স্কুল ত্যাগৰ চাৰ্টিফিকেটৰ লগতে এখন চৰিত্ৰৰ চাৰ্টিফিকেটো দিব।

ধন্যবাদ।

আবেদনকাৰীৰ ঠিকনা

                         আপোনাৰ বিশ্বাসী

                                            ……………………..

Read Also:

1 thought on “Application for school leaving certificate | ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ বাবে আবেদন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top