Application to Gram Panchayat for repairing of Village roads | গাওঁ পঞ্চায়ত সভাপতিৰ ওচৰত ৰাস্তাঘাট মেৰামতি কৰাৰ বাবে আবেদন

Application to Gram Panchayat for repairing of Village roads

Join Telegram channel

To

The Anchal Pradhan,

______________ Village

Date_________

Sub: Application to Gram Panchayat for repairing of Village roads

Sir,

This is to bring to your kind notice that roads in our locality are in a deplorable state. This locality a neglected area. The roads here have not been repaired for a long time. We have repeatedly drawn your attention to the condition of the roads of our locality. The damage caused to it year after year by the rains and erosion during the rainy season is never repaired. There are breaches and holes throughout all the roads passing through. Rain water accumulates in the holes and breaches here and there causing hardship to the passers by. Traveling on foot has become dangerous because of the waterlogging almost all over the area. The misery of the people is beyond description.

We sincerely hope that you should devise means to remove the grievance before the matter takes a grave turn.

Thanking you.                   

Yours sincerely

__________

গাওঁ পঞ্চায়ত সভাপতিৰ ওচৰত ৰাস্তাঘাট মেৰামতি কৰাৰ বাবে আবেদন।

প্ৰতি সভাপতি,

…………গাওঁ পঞ্চায়ত

তাৰিখ________

বিষয়: গাওঁ পঞ্চায়ত সভাপতিৰ ওচৰত ৰাস্তাঘাট মেৰামতি কৰাৰ বাবে আবেদন।

মহাশয়,

ইয়াৰ দ্বাৰা আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে, আমাৰ অঞ্চলৰ ৰাস্তাবোৰৰ অৱস্থা অতি শোচনীয়। এইটো এটা অবহেলিত অঞ্চল। ইয়াৰ ৰাস্তাবোৰ বহুদিন ধৰি মেৰামতি কৰা হোৱা নাই। আমি এই বিষয়ে বাৰে বাৰে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিছো। প্ৰতি বছৰে বৰষুণৰ বাবে ৰাস্তাৰ যি ক্ষতি হয় সেইবোৰ কেতিয়াও ভাল কৰা নহয়। এই অঞ্চলৰ মাজেৰে যিবোৰ ৰাস্তা গৈছে সেইবোৰৰ অধিকাংশতে গাত আৰু ফাট আছে। বিশেষকৈ বাৰিষা কালত ৰাস্তাৰে খোজ কঢ়াটো বিপদজনক হয়, কাৰণ ৰাস্তাবোৰ বোকাময় হৈ থাকে। তেতিয়া স্থানীয় মানুহৰ দুৰ্দশাৰ আৰু অন্ত নাথাকে।

আমি ভাবো বিষয়টো আৰু বেচি জটিল হোৱাৰ পূৰ্বেই আপুনি কোনো উপায় উদ্ভাৱন কৰি স্থানীয় মানুহখিনিৰ দুখ দুৰ্দশা দূৰ কৰিব।

ধন্যবাদ।

বিনীত

__________

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top