A letter to a Friend inviting him to a birthday party.
Address of Writer
Date…………..
Dear………..
I am pleased to let you know that my birthday party will be held in our residence on Sunday next, the 23rd January in the evening. You must be present at that party without fail. No excuse will do. You must find time to spend some pleasant hours among us. Your presence on that occasion will be a great pleasure to us all. Moreover, there will be an arrangement for music and dance. You will be happy to meet many of your friends at the gathering.
No more today. More when we meet. My best love to you.
Yours ever.
……………….
জন্মদিন উপলক্ষে বন্ধুক নিমন্ত্ৰণ কৰা চিঠি।
ঠিকনা_______
তাৰিখ_________
মৰমৰ……………
মই আনন্দৰে সৈতে তোমাক জনাইছো যে অহা ৰবিবাৰ ২৩ জানুৱাৰী সন্ধিয়া আমাৰ বাসভৱনত মোৰ জন্মদিন উৎসৱ অনুষ্ঠিত হ’ব। সেই অনুষ্ঠানত তুমি উপস্থিত থাকিবই লাগিব। কোনো ওজৰ আপত্তি নচলিব। আমাৰ মাজত কেইটিমান আনন্দমুখৰ মুহূৰ্ত কটোৱাৰ সময় তুমি উলিয়াই ল’বই লাগিব। সেই অনুষ্ঠানত তোমাৰ উপস্থিতিয়ে আমাৰ সকলোকে আনন্দ দান কৰিব। ইয়াৰ উপৰি নৃত্য গীতৰো আয়োজন কৰা হৈছে। সেই অনুষ্ঠানতে তুমি তোমাৰ কেইজনমান অন্তৰংগ বন্ধুকো লগ পাবা।
আজিলৈ বিশেষ নিলিখো। লগ পালে সবিশেষ কথা হ’ম। মোৰ মৰম ল’বা।
ইতি
তোমাৰ মৰমৰ
____________
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 10 Hindi Sparsh Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.