Aristotle Biography | এৰিষ্ট’টলৰ জীৱনী
এৰিষ্ট’টল (Aristotle) এজন প্ৰসিদ্ধ গ্ৰীক দাৰ্শনিক আছিল। তেওঁ গ্ৰীচৰ প্ৰাচীন নগৰ ষ্টেজাইৰাত ৩৮৪ খৃঃপূঃত জন্মগ্ৰহণ কৰিছিল। শৈশৱতে পিতৃ নিকোমাকাচৰ মৃত্যু ঘটাৰ ফলত, তেওঁ অভিভাৱকৰ তত্ত্বাৱধানত লালিত-পালিত হৈছিল। ১৮ বছৰ বয়সত, তেওঁ এথেঞ্চত প্লেটোৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ […]



