Pythagoras Biography | পাইথেগাৰাছৰ জীৱনী
পাইথেগাৰাছ (Pythagoras) প্ৰাচীন গ্ৰীচৰ এজন বিশিষ্ট গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক আছিল। যদিও তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক তাৰিখ সম্পৰ্কে নিশ্চিত তথ্য নাই, তথাপি তেওঁৰ জন্ম গ্ৰীচৰ ছামোছ দ্বীপত হৈছিল বুলি ধৰা হয়। তেওঁ পাইথাগোৰাছীয় মতবাদৰ […]