Class 8 Social Science MCQ Chapter 22 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Class 8 Social Science MCQ Chapter 22 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 22 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Chapter – 22

PART – III: POLITICAL SCIENCE

MCQ

১। সংবিধান চৰকাৰৰ কেইটা অংগ?

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) তিনিটা।

(ঘ) ছয়টা।

উত্তৰঃ (গ) তিনিটা।

২। কিমান চনৰ সংবিধান মতে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী ৰজা আছিল?

(ক) ১৯৯৮ চনৰ।

(খ) ১৯৯০ চনৰ।

(গ) ১৮৮৭ চনৰ।

(ঘ) ১৭৭৯ চনৰ।

উত্তৰঃ (খ) ১৯৯০ চনৰ।

৩। নেপালৰ জনসাধাৰণে ৰাজতন্ত্র আঁতৰাবৰ বাবে কিমান চনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ আৰম্ভ কৰে?

(ক) ২০০২ চনত।

(খ) ২০০১ চনত।

(গ) ২০০৬ চনত।

(ঘ) ২০০৯ চনত।

উত্তৰঃ (গ) ২০০৬ চনত।

৪। কিমান চনত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়?

(ক) ২০০৮ চনত।

(খ) ২০০৬ চনত।

(গ) ১৯৯৮ চনত।

(ঘ) ২০০৩ চনত।

উত্তৰঃ (ক) ২০০৮ চনত।

৫। সংবিধান কেইপ্ৰকাৰৰ?

(ক) চাৰিপ্ৰকাৰৰ।

(খ) ছয়প্ৰকাৰৰ।

(গ) তিনিপ্ৰকাৰৰ।

(ঘ) একপ্ৰকাৰৰ।

উত্তৰঃ (ক) চাৰিপ্ৰকাৰৰ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top