🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Class 8 Social Science MCQ Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Chapter – 21

PART – III: ECONOMICS

MCQ

১। গ্ৰাহক অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়?

(ক) ১৯ জানুৱাৰী।

(খ) ১৫ মাৰ্চ।

(গ) ২৫ মাৰ্চ।

(ঘ) ২৯ এপ্ৰিল।

উত্তৰঃ (খ) ১৫ মাৰ্চ।

২। ১৫ মাৰ্চ তাৰিখে কি দিৱস হিচাপে পালন কৰা হয়?

(ক) গণতন্ত্ৰ দিৱস।

(খ) গান্ধী জয়ন্তী।

(গ) গ্ৰাহক অধিকাৰ।

(ঘ) বীৰ চিলাৰায় দিৱস।

উত্তৰঃ (গ) গ্ৰাহক অধিকাৰ।

৩। ভাৰতত গ্ৰাহক সুৰক্ষা আইন কেতিয়াৰ পৰা প্ৰৱৰ্তিত কৰা হয়?

(ক) ২০১৯ চনৰ আগষ্ট মাহৰ ৯ তাৰিখৰ পৰা।

(খ) ২০০৪ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখৰ পৰা।

(গ) ২০০৩ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখৰ পৰা।

(ঘ) ২০১৭ চনৰ আগষ্ট মাহৰ ১৫ তাৰিখৰ পৰা।

উত্তৰঃ (ক) ২০১৯ চনৰ আগষ্ট মাহৰ ৯ তাৰিখৰ পৰা।

৪। কেন্দ্ৰীয় কতৃপক্ষই কোনো সামগ্ৰী বা সেৱাৰ ভূৱা বিজ্ঞাপন প্ৰচাৰ কৰোঁতাৰ বিৰুদ্ধে কিমান লাখ টকা জৰিমনা গ্ৰহণত ব্যৱহাৰ কৰিছে?

(ক) ১৯ লাখ টকা।

(খ) ১০ লাখ টকা।

(গ) ২০ লাখ টকা।

(ঘ) ১৮ লাখ টকা।

উত্তৰঃ (খ) ১০ লাখ টকা।

৫। ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নিৰ্দেশনা কেতিয়া নিৰ্ণয় কৰিছিল?

(ক) ১৮৭৪ চনত।

(খ) ১৯৮২ চনত।

(গ) ১৯৮৫ চনত।

(ঘ) ১৮৮০ চনত।

উত্তৰঃ (গ) ১৯৮৫ চনত।

৬। ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহকৰ সুৰক্ষা আইন কেতিয়া গৃহীত কৰা হৈছিল?

(ক) ১৯৮৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখে।

(খ) ১৭৬৫ চনৰ ২০ এপ্ৰিল তাৰিখে।

(গ) ১৮৮৫ চনৰ ২৫ মাৰ্চ তাৰিখে।

(ঘ) ১৯৯০ চনৰ ১২ আগষ্ট তাৰিখে।

উত্তৰঃ (ক) ১৯৮৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখে।

৭। গ্ৰাহক সুৰক্ষা আইনৰ অধীনত কেইটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হৈছিল?

(ক) চাৰিটা পৰ্যায়।

(খ) দুটা পৰ্যায়।

(গ) তিনিটা পৰ্যায়।

(ঘ) পাঁচটা পৰ্যায়।

উত্তৰঃ (গ) তিনিটা পৰ্যায়।

৮। সম্প্ৰতি বিশ্বৰ কিমানখন ৰাষ্ট্ৰই গ্ৰাহক সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছিল?

(ক) ৫০ খন।

(খ) ১০০ খন।

(গ) ৯০ খন।

(ঘ) ৯৫ খন।

উত্তৰঃ (খ) ১০০ খন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 8 Social Science MCQ Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top